ভাৰতৰ জনসংখ্য়া বৃদ্ধি, বিতৰণ

১।ভাৰতবৰ্ষৰ জনসংখ্য়া দিনক দিনে বৃদ্ধি পায় আহিছে ।
1) হয়
2) নহয়
3) ওপৰৰ এটাও নহয়
Ans: হয়

২। ভিন ভিন পৰিৱেশত বসবাস কৰা লোকৰ সংখ্য়াও ভিন ভিন ।
1) নহয়
2) হয়
3) ওপৰৰ এটাও নহয়
Ans: হয়

৩। লাডাখ আৰু অৰুণাচল প্ৰদেশ অতি উচ্চ স্থানত মানুহৰ বসতি প্ৰায়।
1) আছে
2) নাই
3) ওপৰৰ এটাও নহয়
Ans: নাই

৪। উত্তৰ-পশ্চিম অঞ্চলৰ মৰুভুমি অঞ্চলত জনবসতি অতি কি?
1) ঘন
2) পাতল
3) ওপৰৰ এটাও নহয়
Ans: পাতল

৫। ভাৰতৰ মুঠ জনসংখ্য়াৰ অধিকসংখ্য়ক লোক গাওঁ অঞ্চলত বাস ।
1) কৰে
2) নকৰে
3) ওপৰৰ এটাও নহয়
Ans: কৰে

৬।  অৰণ্য় অঞ্চলত জনবসতি অতি কি।
1) ঘন
2) পাতল
3) ওপৰৰ এটাও নহয়
Ans: ঘন

৭। সমগ্ৰ বিশ্ৱৰ জনবহুল দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান কিমান ?
1) তৃতীয়
2) দ্বিতীয়
3) প্ৰথম
Ans: দ্বিতীয়

৮। আমাৰ দেশখনৰ প্ৰতি বৰ্গ কিলোমিটাৰত বাস কৰা গড় জনসংখ্যা কিমান ?
1) ১২১
2) ৫৭৩
3) ৩৮২
Ans: ৩৮২

৯। ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা কিমান ?
1) ১২৪,০৭,৭৯,৫৭৩
2) ১২১, ০৫, ৬৯, ৫৭৩
3) ১১২১, ০৫, ৯৬, ৫৩৭
Ans: ১২১, ০৫, ৬৯, ৫৭৩

১০। কোন ঠাইত মানুহৰ বসতি ঘন হয় ?
1) নদী, হ্ৰদ, বিল আদিৰ পাৰে পাৰে
2) মালভূমি অঞ্চলত
3) ওপৰৰ এটাও নহয়
Ans: নদী, হ্ৰদ, বিল আদিৰ পাৰে পাৰে

১১। গোৱালপাৰা আৰম্ভ হৈ কৰমণ্ডল উপকূললৈ এই অঞ্চলত জনবসতিৰ ঘনত্ব কিমান ?
1)৩৮২
2) ৬৫০
3) ৮৫০
Ans: ৮৫০

১২। ভাৰতৰ মুঠ জনসংখ্যাৰ অধিকসংখ্যক লোক ক'ত বাস কৰে ?
1) গাঁও অঞ্চলত
2) নগৰ অঞ্চলত
3) মথাউৰি অঞ্চলত
Ans: গাঁও অঞ্চলত

১৩। উত্তৰ-পশ্চিম অঞ্চলৰ মৰুভূমি অঞ্চলত জনবসতি অতি _________ ।
1) ঘন
2) পাতল
3) এটাও নহয়
Ans: পাতল

১৪। অৰণ্য অঞ্চলত জনবসতি অতি __________ ।
1) ঘন
2)পাতল
3) এটাও নহয়
Ans: তিনিটা
১৫। ভাৰতবৰ্ষৰ জনসংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে। ইয়াৰ মুখ্য কাৰণ কেইটা ?
1) ছটা
2) দুটা
3) তিনিটা
Ans: অন্ধবিশ্বাস, নিৰক্ষৰতা

১৬। __________ , _________ আদিৰ বাবে ভাৰতীয় লোকৰ জন্মৰ হাৰ নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই ?
1) মৃত্যু, জন্ম
2) অন্ধবিশ্বাস, নিৰক্ষৰতা
3) জনসংখ্যা, বিতৰণ
Ans: অন্ধবিশ্বাস, নিৰক্ষৰতা

১৭। ঝাৰখণ্ড, মহাৰাষ্ট্ৰ আদিৰ দৰে মালভূমি অঞ্চলত জনবসতিৰ ঘনত্ব কিমান হয় ?
1) ৩০০-৪০০ বৰ্গ কিঃ মিঃ
2) ৩০০-১০০০ বৰ্গ কিঃ মিঃ
3) ৩০০-১০০  বৰ্গ কিঃ মিঃ
Ans: ৩০০-৪০০ বৰ্গ কিঃ মিঃ

১৮। ভাৰতৰ প্ৰাকৃতিক অৱয়ৱৰ বিভিন্নতা অনুসৰি কিহৰ বিভিন্নতা আহে ?
1) জনসংখ্যাৰ ঘনত্ব
2) জনসংখ্যাৰ বৃদ্ধি
3) জনসংখ্যাৰ বিতৰণ
Ans: জনসংখ্যাৰ বিতৰণ

১৯। উত্তৰ-পশ্চিম ৰাজস্থানৰপৰা পঞ্জাৱ-হাৰিয়ানা হৈ ব্ৰহ্মপুত্ৰ উপত্যকা পৰ্যন্ত উৰ্বৰ ভূমিত প্ৰায় কিমান শতাংশ লোকে বসবাস কৰে ?
1) ৮৪ %
2) ৪৮ %
3) ৬৮ %
Ans: ৪৮ %
 
২০। হিমালয় পৰ্বতমালাৰ উচ্চ স্থানত থকা দেশৰ ____________ আৰু ____________  অঞ্চলত জনবসতি পাতল।
1) উত্তৰ-পশ্চিম, উত্তৰ-পূব
2) দক্ষিণ-পশ্চিম, দক্ষিণ-পূব
3) উত্তৰ-দক্ষিণ, পূব-পশ্চিম
Ans: উত্তৰ-পশ্চিম, উত্তৰ-পূব

Type Susmita Kakati