গণতন্ত্ৰ, নাগৰিক আৰু নাগৰিকত্ব


১। পুৰণি কালত গ্ৰীচত এথেন্সকে ধৰি কিছুমান সৰু সৰু নগৰ ৰাষ্ট্ৰ আছিল।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

২। গণতন্ত্ৰত জাতি, ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে আইনৰ চকুত সকলো কি?

1) সমান নহয়

2) সমান

3) ওপৰৰ এটাও নহয়

Ans: সমান

৩। গণতন্ত্ৰ ৰ এটা উল্লেখযোগ্য় উপাদান হৈছে ৰাজনৈতিক দল।

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৪। চৰকা গঠন কৰা দলটোক কি  বুলে?

1) বিৰোধী

2) শাসক

3) ওপৰৰ এটাও নহয়

Ans: শাসক

৫। গণতন্ত্ৰত বিৰোধী দল অতি সবল আৰু সক্ৰিয় হোৱাটো কি?

1) অবাঞ্ছনীয়

2) বাঞ্ছনীয়

3) ওপৰৰ এটাও নহয়

Ans: বাঞ্ছনীয়

৬। গণতন্তৰ লগত নাগৰিক আৰু নগৰিকত্ব এই দুটা কথাও সাঙোৰ খাই।

1) আছে

2) থকা নাই

3) ওপৰৰ এটাও নহয়

Ans: আছে

৭। জন্ম হৈয়েই ব্য়ক্তি এজনে ৰাজনৈতিক অধিকাৰ লাভ নকৰে, প্ৰাপ্তবয়স্ক হ'লেহে কৰে।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৮। পঞ্জীয়নসূত্ৰে আৰু বিবাহসূত্ৰে লাভ কৰা নাগৰিকত্বক দেশীয়কৰণৰদ্বাৰা হোৱা নাগৰিকত্ব বোলে?

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৯। ৰাষ্ট্ৰবোৰৰ সংবিধানে  আৰু আইনে কি নিৰ্ণয় কৰে

1) আইন প্ৰণয়ন

2) নীতিবোৰ

3) ওপৰৰ এটাও নহয়

Ans: নীতিবোৰ

১০। অসমৰ জোঁৱাই মাইকেল বা মাইক ফিংক এগৰাকী প্ৰসিদ্ধ মহাকাশ বিজ্ঞানী।

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

১১। গণতন্ত্ৰ কেই প্ৰকাৰৰ ?

1) দুই প্ৰকাৰৰ

2) তিনি প্ৰকাৰৰ

3) চাৰি প্ৰকাৰৰ

Ans: দুই প্ৰকাৰৰ

১২। কি গণতন্ত্ৰত নাগৰিকে পোনপটীয়াভাৱে অংশগ্ৰহণ কৰে ?

1) পৰোক্ষ গণতন্ত্ৰত

2) প্ৰত্যক্ষ গণতন্ত্ৰত

3) ওপৰৰ দুয়োটা

Ans: প্ৰত্যক্ষ গণতন্ত্ৰত

১৩। বৰ্তমান কোন ঠাইত কেইখনমান কেণ্টনৰ বাহিৰে আন ক'তো প্ৰত্য়ক্ষ গণতন্ত্ৰ প্ৰচলিত নহয় ?

1) অৰুণাচল প্ৰদেশত

2) ভাৰতত

3) ছুইজাৰলেণ্ডত

Ans: ছুইজাৰলেণ্ডত

১৪। গণতন্ত্ৰৰ এক উল্লেখযোগ্য় উপাদান হৈছে __________ দল।

1) ৰাজনৈতিক দল

2) বিৰোধী দল

3) নিৰ্বাচনী দল

Ans: ৰাজনৈতিক দল

১৫। চৰকাৰ গঠন কৰা দলক কি বুলি কোৱা হয় ?

1) বিৰোধী দল

2) শাসক দল

3) ৰাজনৈতিক দল

Ans: শাসক দল

১৬। গণতন্ত্ৰত বিৰোধী দল কি হোৱাটো বাঞ্ছনীয় ?

1) অতি সবল আৰু সক্ৰিয়

2) শক্তিশালী

3) ওপৰৰ দুয়োটা

Ans: ওপৰৰ দুয়োটা

১৭। গণতন্ত্ৰত কি অপৰিহাৰ্য ?

1) নিয়ম

2) অধিকাৰ

3) সংবিধান

Ans: সংবিধান

১৮। কি নহ'লে প্ৰাপ্তবয়স্ক হ'লেও ভোটাধিকাৰৰ অধিকাৰ নাপায় ?

1) সফল ব্যক্তি

2) নাগৰিক

3) শিক্ষক

Ans: নাগৰিক

১৯। এতিয়াৰপৰা কিমান বছৰ আগতে গ্ৰীচৰ নগৰ-ৰাষ্ট্ৰবোৰত গণতান্ত্ৰিক শাসনৰ প্ৰচলন হৈছিল ?

1) আঢ়ৈ হাজাৰ বছৰৰ আগতে

2) দুই হাজাৰ বছৰ আগতে

3) সাত হাজাৰ বছৰ আগতে

Ans: আঢ়ৈ হাজাৰ বছৰৰ আগতে

 ২০। ভাৰতীয় নাগৰিকত্ব আইন কিমান চন অনুসৰি নাগৰিকত্ব সম্বন্ধীয় সকলো সিদ্ধান্ত লোৱা হয় ?

1) ১৮৫৫ চনত

2) ১৬৫৫ চনত

3) ১৯৫৫ চনত

Ans: ১৯৫৫ চনত




Type Susmita Kakati