নিৰ্বাচন আৰু নিৰ্বাচন প্ৰক্ৰিয়া

১। নিৰ্বাচন হ'ল এটা গণতান্ত্ৰিক বাছনি প্ৰক্ৰিয়া।

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

২। আধুনিক পৰোক্ষ গণতন্ত্ৰবোৰত চৰকাৰ গঠন কৰাৰ এটা প্ৰধান আহিলা হ'ল নিৰ্বাচন ।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৩। সকলো দেশতে নিৰ্বাচনৰ নিয়ম-প্ৰকৰণ কি?

1) একে হয়

2) একে নহয়

3) ওপৰৰ এটাও নহয়

Ans: একে নহয়

৪। নিৰ্বাচনত ভোটদান কৰা সকলোৱেই প্ৰাপ্তবয়স্ক ভাৰতীয় কি

1) নাগৰিক হয়

2) নাগৰিক নহয়

3) ওপৰৰ এটাও নহয়

Ans: নাগৰিক হয়

৫। আমাৰ দেশত কেইবাবাৰো সংযুক্ত চৰকাৰ হৈছে ।

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৬। নিৰ্বাচন হ'ল এটা গণতান্তিক বাছনি প্ৰক্ৰিয়া।

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৭। চীন, ছুইজাৰলেণ্ড আদিত বিচাৰপতিসকলকো নিৰ্বাচন কৰা ।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৮। আধুনিক পৰোক্ষ গণতন্ত্ৰবোৰত চৰকাৰ গঠন কৰাৰ এক প্ৰধান আহিলা কি ?

1) ৰাজতন্ত্ৰ

2) নিৰ্বাচন

3) ওপৰৰ দুয়োটা

Ans: নিৰ্বাচন

৯। নিৰ্বাচন কেই প্ৰকাৰৰ ?

1) দুই প্ৰকাৰৰ

2) তিনি প্ৰকাৰৰ

3) চাৰি প্ৰকাৰৰ

Ans: দুই প্ৰকাৰৰ

১০। বেলট পত্ৰত __________ আৰু ___________ থাকে ।

1) নীতি, সংবিধান

2) নিৰ্বাচনী আয়োগ, কৰ্মচাৰী

3) প্ৰাৰ্থীৰ নাম, প্ৰতীক চিহ্ন

Ans: প্ৰাৰ্থীৰ নাম, প্ৰতীক চিহ্ন

১১। ভাৰতবৰ্ষৰ ৰাজনৈতিক দলবোৰৰ মূলত কেই ভাগত বিভক্ত ?

1) তিনি ভাগত

2) দুই ভাগত

3) ছয় ভাগত

Ans: দুই ভাগত

১২। আঞ্চলিক দলে কিহত গুৰুত্ব দিয়ে ?

1) আঞ্চলিক স্বাৰ্থ পূৰণত

2) ৰাষ্ট্ৰীয় স্বাৰ্থ পূৰণত

3) এটাও নহয়

Ans: আঞ্চলিক স্বাৰ্থ পূৰণত

১৩। আমাৰ দেশত নিৰ্বাচন পৰিচালনা কৰিবৰ বাবে কি আছে ?

1) নিৰ্বাচনী আয়োগ

2) ৰাষ্ট্ৰীয় দল

3) আঞ্চলিক দল

Ans: নিৰ্বাচনী আয়োগ

১৪।  ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি কি পদ্ধতিৰে নিৰ্বাচন কৰা হয় ?

1) প্ৰত্যক্ষ পদ্ধতিৰে

2) পৰোক্ষ পদ্ধতিৰে

3) ৰাজতান্ত্ৰিক পদ্ধতিৰে

Ans: পৰোক্ষ পদ্ধতিৰে

১৫। নিৰ্বাচিত প্ৰতিনিধিসকলে কিহৰ হৈ দেশত শাসন চলায় ?

1) জনগণৰ হৈ

2) প্ৰতিনিধিসকলৰ হৈ

3) প্ৰাৰ্থীসকলৰ হৈ

Ans: জনগণৰ হৈ

১৬। ভোটদান যন্ত্ৰৰ বেলট ইউনিটত কি লগোৱা থাকে ?

1) সমষ্টি

2) বিধায়কৰ ছবি

3) বেলট পত্ৰ

Ans: বেলট পত্ৰ

১৭। গাঁও আৰু নগৰত থকা স্থানীয় স্বায়ত্ব শাসন অনুষ্ঠানবোৰত কি পদ্ধতিৰে নিৰ্বাচন কৰা হয় ?

1) পৰোক্ষ পদ্ধতিৰে

2) প্ৰত্যক্ষ পদ্ধতিৰে

3) ওপৰৰ এটাও নহয়

Ans: প্ৰত্যক্ষ পদ্ধতিৰে

১৮। বৰ্তমান ভাৰতৰ প্ৰধান মন্ত্ৰী কোন ? 

1) নৰেন্দ্ৰ মোডী

2) প্ৰণৱ মুৰ্খাজী

3) দ্ৰৌপদী মুৰ্মু

Ans: নৰেন্দ্ৰ মোডী

১৯। কংগ্ৰেছ দলৰ প্ৰতীক চিহ্ন কি ?

1) পদুম ফুল

2) হাতী

3) হাত

Ans: হাত

২০। বিৰোধী দলৰ কাম কি ?

1) চৰকাৰৰ হৈ উকালতি কৰা

2) চৰকাৰৰ ভুল-ভ্ৰান্তিবোৰ আঙুলিয়াই দিয়া

3) ওপৰৰ দুয়োটা

Ans: চৰকাৰৰ ভুল-ভ্ৰান্তিবোৰ আঙুলিয়াই দিয়া

Type Susmita Kakati