গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্য়ম


১। প্ৰচাৰ ব্য়ৱস্থাক সমাজ আৰু সভ্য়তাৰ কি  বুলি আখ্য়া দিব পাৰি ?

1) কাঠী মাপ

2) মাপকাঠী

3) ওপৰৰ এটাও নহয়

Ans: মাপকাঠী

২। পৰিৱৰ্তনৰ মূল আধাৰ হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়া ।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৩। ছপা মাধ্য়মৰ পাছতে যোগাযোগৰ আন এক সক্ৰিয় মাধ্য়ম হৈছে বৈদ্য়ুতিন মাধ্য়ম।

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৪। প্ৰচাৰ মাদ্য়মসমূহৰ ভিতৰত অন্য়তম মাধ্য়ম হৈছে কি?

1) গনমাধ্য়ম

2) গণমাধ্য়ম

3) ওপৰৰ এটাও নহয়

Ans: গণমাধ্য়ম

৫। চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ প্ৰধান যোগাযোগৰ মাধ্য়ম হৈছে প্ৰচাৰ মাধ্য়মসমূহ ।

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৬। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়াই  গোটেই পৃথিৱীখনকে মানুহৰ নিচেই ওচৰ চপাই।  

1) আনিছে

2) নাইঅনা

3) ওপৰৰ এটাও নহয়

Ans: আনিছে

৭। বিশাল পৃথিৱীখনক আজি এখন কি বুলি কোৱা হয়?

1) গাঁও গোলকীয়

2) গোলকীয় গাঁও

3) ওপৰৰ এটাও নহয়

Ans: গোলকীয় গাঁও

৮। ভৰতবৰ্ষই স্বাধীনতা লাভ কৰে কিমান চনৰ কিমান তাৰিখে?

1) ১৯২০ চনৰ ১২ মে'

2) ১৯৪৭ চনৰ ১৫ আগষ্টত

3) ওপৰৰ এটাও নহয়

Ans: ১৯৪৭ চনৰ ১৫ আগষ্টত

৯। কি ব্য়ৱস্থাক সমাজ আৰু সভ্যতাৰ মাপকাঠী বুলি আখ্যা দিব পাৰি ?

1) প্ৰচাৰ ব্য়ৱস্থাক

2) গণতান্ত্ৰিক ব্য়ৱস্থাক

3) ওপৰৰ এটাও নহয়

Ans: প্ৰচাৰ ব্য়ৱস্থাক

১০। কিমান শতিকাত ছপাশাল আৱিষ্কাৰ কৰা হৈছিল ?

1) ১৮শ শতিকাত

2) ১৭শ শতিকাত

3) ১৬শ শতিকাত

Ans: ১৬শ শতিকাত

১১। ছপা মাধ্যমৰ পাছতে যোগাযোগৰ আন এক সক্ৰিয় মাধ্যম হৈছে ___________ ।

1) বাতৰি কাকত

2) বৈদ্যুতিক মাধ্যম

3) ওপৰৰ দুয়োটা

Ans: বৈদ্যুতিক মাধ্যম

১২। প্ৰচাৰ মাধ্যম প্ৰধানত কেই প্ৰকাৰৰ ?

1) সাত প্ৰকাৰৰ

2) পাঁচ প্ৰকাৰৰ

3) দুই প্ৰকাৰৰ

Ans: দুই প্ৰকাৰৰ

১৩। কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল ?

1) আব্দুল কালামে

2) চাৰ্লছ বেবেজে

3) হোমী জাহাংগীৰ ভাবাই

Ans: চাৰ্লছ বেবেজে

১৪। অসমীয়াত কম্পিউটাৰক কি বুলি কোৱা হয় ?

1) পৰিকলন যন্ত্ৰ

2) টেলিভিছন

3) প্ৰচাৰ মাধ্যম

Ans: পৰিকলন যন্ত্ৰ

১৫। ১৯৪২ চনত কোন দলে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰে ?

1) বিজেপি দলে

2) কংগ্ৰেছ দলে

3) এটাও নহয়

Ans: কংগ্ৰেছ দলে

১৬। তলৰ ছবিখনত থকা মহিলাগৰাকী কোন ?










1) কনকলতা বৰুৱা

2) কস্তুৰোবা গান্ধী

3) নেতাজী সুভাসচন্দ্ৰ বসু

Ans: কনকলতা বৰুৱা

১৭। গণতন্ত্ৰত চৰকাৰ হৈছে জনসাধাৰণৰ __________ ।

1) নাগৰিক

2) ক্ষমতা

3) প্ৰতিনিধি

Ans: প্ৰতিনিধি

১৮। ১৯৭০ৰ দশকত পৰিৱেশ প্ৰতিৰক্ষাৰ কাৰণে গছ-গছনি কটা ৰোধ কৰিবলৈ কি আন্দোলনৰ জন্ম হৈছিল ?

1) চিপ্কো আন্দোলন

2) স্বাধীনতা আন্দোলন

3) বনাঞ্চল সুৰক্ষাৰ আন্দোলন

Ans: চিপ্কো আন্দোলন

১৯। প্ৰচাৰ মাধ্যমসমূহ কি হোৱাটো বাঞ্চনীয় ?

1) সত্যনিষ্ঠ

2) নিৰপেক্ষ

3) ওপৰৰ দুয়োটা

Ans: ওপৰৰ দুয়োটা

২০। জনসাধাৰণৰ সচেতনতা বৃদ্ধিয়ে কি সবল কৰে ?

1) দেশৰ মন্ত্ৰীসভা

2) গণতন্ত্ৰক

3) এটাও নহয়

Ans: গণতন্ত্ৰক

Type Susmita Kakati