প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ


১। আমাৰ দেশৰ গণতান্ত্ৰিক ব্য়ৱস্থা ভাৰতবৰ্ষক এখন সৰ্বোত্তম গণতান্ত্ৰিক দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ দায়ৱদ্ধ।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়


২। আইনৰ দৃষ্টিত আমি সকলো কি ?

1) সমান নহয়

2) সমান হয়

3) ওপৰৰ এটাও নহয়

Ans: সমান হয়


৩। এনেদৰে সংস্থানহীন এই মানুহখিনি সমাজৰ মূল অংশৰ পৰা কি হৈ পৰে ?

1) অবিচ্ছিন্ন

2) বিচ্ছিন্ন

3) ওপৰৰ এটাও নহয়

Ans: বিচ্ছিন্ন 


৪। অসমৰ বান আৰু গৰাখহনীয়া সমস্য়া এক কি সমস্য়া ?

1) অজটিল

2) জটিল

3) ওপৰৰ এটাও নহয়

Ans: জটিল


৫। গণতন্ত্ৰৰ প্ৰধান লক্ষ্য় হৈছে দেশৰ জনসাধাৰণৰ কি  উন্নতি সাধন কৰা?

1) শৰ্বাংগীণ

2) সৰ্বাংগীণ

3) ওপৰৰ এটাও নহয়

Ans: সৰ্বাংগীণ

৬। নৈৰ পাৰত বাস কৰা লোকসকলৰ এটা ঘাই জীৱিকা কি ?

1) খেতি

2) মাছ ধৰা

3) ওপৰৰ এটাও নহয়

Ans: মাছ ধৰা

৭। পেটৰ তাগিদাত দুৰ্ভগীয়া মানুহখিনিয়ে নিজৰ পুৰণি ঠাই এৰি আন ঠাইত বসবাস কৰিব  লগাত ।

1) নপৰে

 2) পৰে

3) ওপৰৰ এটাও নহয়

Ans: পৰে

৮। কাৰ দিনৰ পৰা  অসমত চাহ উদ্য়োগ গঢ় লৈ উঠে?

1) ইংৰাজৰ

2) ব্ৰিটিছৰ

3) ওপৰৰ এটাও নহয়

Ans: ব্ৰিটিছৰ

৯। অসমৰ মাটি কি খেতিৰ বাবে উপযোগী?

1) কফি

2) ঘেঁহু

3)চাহ

Ans: চাহ

১০। ব্ৰিটিছসকলে অসমৰ কি এলেকাত চাহ খেতি আৰম্ভ কৰে?

1) সৰু

2) বৃহৎ

3) ওপৰৰ এটাও নহয়

Ans: বৃহৎ

১১। পাঠটিত উল্লিখিত গাঁওখনত কি স্থাপন কৰাৰ কথা চৰকাৰে ভাৱিছে ?

1) তেল শোধনাগাৰ

2) ইটা ভাটা

3) কাগজ উদ্যোগ

Ans: তেল শোধনাগাৰ

১২। অসমৰ _________ আৰু _________ সমস্যা এক জটিল সমস্যা ।

1) কলেৰা, মেলেৰিয়া

2) ভূমিকম্প, বিজুলী

3) বান, গৰাখহনীয়া

Ans: বান, গৰাখহনীয়া

 ১৩। কোন ঠাইৰ মাটি চাহ খেতিৰ বাবে উপযোগী ?

1) ভূটান

2) অসম

3) মণিপুৰ

Ans: অসম

১৪। বৰ্তমান অসম কিহৰ বাবে পূথিৱী বিখ্যাত ?

1) চাহ খেতিৰ বাবে

2) কপাহ উৎপাদনৰ বাবে

3) এৰী পলুৰ বাবে

Ans: চাহ খেতিৰ বাবে

১৫। নৈৰ পাৰত বাস কৰা লোকসকলৰ এটা ঘাই জীৱিকা কি ?

1) পশুপালন

2) মাছ ধৰা

3) খেতি কৰা

Ans: মাছ ধৰা

১৬। অসমৰ পাৰ্বত্য জনজাতি অধ্যুষিত অঞ্চলৰ কাৰ্বিসকলৰ বাবে কি গঠন কৰা হৈছে ?

1) কাৰ্বি আংলং জিলা পৰিষদ

2) কাৰ্বি জিলা পৰিষদ

3) উত্তৰ কাছাৰ জিলা পৰিষদ

Ans: কাৰ্বি আংলং জিলা পৰিষদ

১৭। কিহৰ বাবে নদীত থকা জলচৰ প্ৰাণীৰ বিলুপ্তি ঘটে ?

1) নৈৰ পানী তৰাং হোৱাৰ ফলত

2) নৈত সোতৰ সৃষ্টিৰ ফলত

3) ওপৰৰ দুয়োটা

Ans: নৈৰ পানী তৰাং হোৱাৰ ফলত

১৮। কাৰ দিনত অসমত চাহ উদ্যোগ গঢ় লৈ উঠিছিল ?

1) আহোমসকলৰ দিনত

2) বৃটিছৰ দিনত

3) এটাও নহয়

Ans: বৃটিছৰ দিনত

১৯। চাহ খেতিৰ বাবে কোন ঠাইৰ পৰা বৃটিছসকলে অসমলৈ শ্ৰমিক আনিছিল ?

1) দক্ষিণ ভাৰতৰপৰা

2) উত্তৰাখন্দৰ পৰা

3) মধ্য ভাৰতৰপৰা

Ans: মধ্য ভাৰতৰপৰা

 ২০। সংস্থানহীন মানুহখিনি সমাজৰ মূল অংশৰপৰা ________হৈ পৰে ।

1) অৱহেলিত

2) বিচ্ছিন্ন

3) পৃথক

Ans: বিচ্ছিন্ন



Type Susmita Kakati