শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য়

১। ভাৰতৰ তিনিগৰাকী মহাকাশচাৰীৰ দুগৰাকীয়েই হ'ল কি ?

1) পুৰুষ

2) মহিলা

3) ওপৰৰ এটাও নহয়

Ans: মহিলা

২।বনুৱাসকলৰ ক্ষেত্ৰতেই পুৰুষ শ্ৰমিকতকৈ মহিলা শ্ৰমিকক সততে কিমান মজুৰি দিয়া দেখা যায়?

1) বেছি

2) কম

3) ওপৰৰ এটাও নহয়

Ans: কম

৩। কৰ্মজীৱনৰ কিছু কিছু ক্ষেত্ৰতো মহিলাসকৰৰ প্ৰতি কিছু বৈষম্য় প্ৰদৰ্শন হোৱা দেখা যায় ।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৪। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি গৰাকী নাম কি ?

1) ইন্দিৰা গান্ধী

2) কল্পনা চাওলা

3) প্ৰতিভা দেৱী সিং পাটিল

Ans: প্ৰতিভা দেৱী সিং পাটিল

৫। ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী গৰাকীৰ নাম কি?

1) কল্পনা চাওলা

2) মীৰা কুমাৰ

3) ওপৰৰ এটও নহয়

Ans: কল্পনা চাওলা

৬। ভাৰতৰ প্ৰথম মহিলা আই পি এছ গৰাকীৰ নাম কি?

1) শ্বানো দেৱী

2) কিৰণ বেদী

3) ওপৰৰ এটাও নহয়

Ans: কিৰণ বেদী

৭। অসমৰ প্ৰথম মহিলা চিকিৎসক গৰাকীৰ নাম কি?

1) ৰজনীপ্ৰভা শইকীয়া

2) শুচিব্ৰতা ৰায়চৌধুৰী

3) কিৰণ বেদী

Ans: ৰজনীপ্ৰভা শইকীয়া

৮। ভাৰতৰ প্ৰথম এভাৰেষ্ট শৃংগ বিজয়িনী গৰাকীৰ নাম কি ?

1) কুমাৰী বাচেন্দী পাল

2) মামণি ৰয়ছম গোস্বামী

3) ওপৰৰ এটাও নহয়

Ans: কুমাৰী বাচেন্দী পাল

৯। সুমিত্ৰাৰ পেহাকৰ নাম কি ?

1) বিষ্ণুপ্ৰসাদ ৰাভা

2) পৱিত্ৰ ৰাভা

3) ওপৰৰ এটাও নহয়

Ans: পৱিত্ৰ ৰাভা

১০। সুমিত্ৰাৰ পোহাকহতঁৰ পৰিয়ালত ল'ৰা-ছোৱালী কেইটা ?

1) চাৰিটা

2) তিনিটা

3) সাতটা

Ans: চাৰিটা

১১। নগেনে কিমান চনত বিয়া পাতিছিল ?

1) ২০০৭ চনত

2) ২০০৫ চনত

3) ২০০২ চনত

Ans: ২০০২ চনত

১২। ভাৰতৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন ?

1) নলিনীবালা দেৱী

2) মামনি ৰয়ছম গোস্বামী

3) চৈয়দা আনোৱাৰা টাইমুৰ

Ans: চৈয়দা আনোৱাৰা টাইমুৰ

১৩। ভাৰতৰ প্ৰথম এভাৰেষ্ট শৃংগ বিজয়িনী কোন ?

1) কল্পনা চাওলা

2) কুমাৰী বাচেন্দ্ৰী পাল

3) ৰজনীপ্ৰভা শইকীয়া

Ans: কুমাৰী বাচেন্দ্ৰী পাল

১৪। পৃথিৱীৰ দ্বিতীয়গৰাকী মহিলা মহাকাশচাৰী কোন ?

1) ভেলেণ্টিনা টেৰেস্ক'ভা

2) কল্পনা চাওলা

3) কিৰণ বেদী

Ans: ভেলেণ্টিনা টেৰেস্ক'ভা

১৫। কাৰ ঘৈনিয়েক হাউছ ৱাইফ ?

1) ৰবীনৰ

2) নগেনৰ

3) ৰমেনৰ

Ans: ৰমেনৰ

১৬। ভেলেণ্টিনা টেৰিস্ক'ভাৰ ঘৰ কত আছিল ?

1) ৰাছিয়াৰ

2) এছিয়াৰ

3) আফ্ৰিকাৰ

Ans: ৰাছিয়াৰ

১৭। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন ?

1) চৈয়দা আনোৱাৰা টাইমুৰ

2) কিৰণ বেদী

3) সৰোজিনী নাইডু

Ans: সৰোজিনী নাইডু

১৮। কাৰ বাবে মৰম আৰু শ্ৰদ্ধাখিনিয়ে তেওঁৰ দৰমহা ?

1) চাকৰিয়াল মহিলাৰ

2) হাউছ ৱাইফৰ

3) শিক্ষয়িত্ৰী মহিলাৰ

Ans: হাউছ ৱাইফৰ

১৯। ৰমেনে কিমান চনত বিয়া পাতিছিল ?

1) ২০০৫ চনত

2) ২০০৬ চনত

3) ২০০২ চনত

Ans: ২০০৬ চনত

২০। ৰমেনৰ ঘৈনিয়েকে কি কৰে ?

1) উচ্চতৰ মাধ্যমিক বিদ্যালয় এখনৰ শিক্ষয়িত্ৰী

2) একো নকৰে

3) ওপৰৰ দুয়োটা

Ans: উচ্চতৰ মাধ্যমিক বিদ্যালয় এখনৰ শিক্ষয়িত্ৰী

Type Susmita Kakati