পৰিকল্পনা, বাজেট আৰু উন্নয়ন


১। বাজেট শব্দটোৰ উৎস কি?

1) ফৰাচি

2) ফৰাচী

3) ওপৰৰ এটাও নহয়

Ans: ফৰাচী

২। ফৰাচী শব্দ অৰ্থ কি?

1) ক্ষুদ্ৰ মোনা

2) ক্ষুদ্ৰ চামৰাৰ মোনা

3) ওপৰৰ এটাও নহয়

Ans: ক্ষুদ্ৰ চামৰাৰ মোনা

৩। ঘৰুৱা বাজেট আৰু চৰকাৰী বাজেটৰ মাজত কিছু পাৰ্থক্য়।

1) আছে

2) নাই

3) ওপৰৰ এটাও নহয়

Ans: আছে

৪। আমাৰ দেশত পাচঁ বছৰৰ বাবে একোটা পৰিকল্পনা কৰা হয় আৰু ইয়াক আমি কি পৰিকল্পনা বুলি কওঁ?

1) ষস্থবাৰ্ষিক

2) পঞ্চবাৰ্ষিক

3) ওপৰৰ এটাও নহয়

Ans: পঞ্চবাৰ্ষিক

৫। কিমান চনৰ ১ এপ্ৰিলৰ পৰা আমাৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল ?

1) ২০২২

2) ১৮১৯

3) ১৯৫১

Ans: ১৯৫১

৬। বৰ্তমানে আমাৰ দেশত ২০১২ চনৰ ১ এপ্ৰিলৰ পৰা কিমান  চনৰ ৩১ মাৰ্চলৈ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাম চলি আছে ?

1) ১৯২২

2) ২০১৭

3) ২০২২

Ans: ২০১৭

৭। বাজেট শব্দটো কৰ পৰা আহিছে ?

1) ফৰাচী শব্দ 'bougette'ৰ পৰা

2) ইংৰাজ শব্দ পৰা

3) এটাও নহয়

Ans: ফৰাচী শব্দ 'bougette'ৰ পৰা

৮। ডিগবৈৰ তেল শোধনাগাৰটো কিমান চনত স্থাপিত কৰা হৈছিল ?

1) ১৯০১ চনত

2) ১৯০৭ চনত

3)১৯১০ চনত

Ans: ১৯০১ চনত

৯। পৃথিৱীৰ ভিতৰত সবাতোকৈ পুৰণি কাৰ্যক্ষম তেল শোধনাগাৰটো কোন ঠাইত আছে ?

1) শিৱসাগৰত

2) মৰাণত

3) ডিগবৈত

Ans: ডিগবৈত

১০। ৰিমি আৰু ৰিণ্টুৰ মাকৰ নাম কি ?

1) দীপালী

2) ৰূপালী

3) ৰীতা

Ans: ৰূপালী

১১। পাঁচ বছৰৰ বাবে কৰা পৰিকল্পনাক কি বুলি কোৱা হয় ?

1) পঞ্চবাৰ্ষিক পৰিকল্পনা

2) ষষ্ঠবাৰ্ষিক পৰিকল্পনা

3) সপ্তবাৰ্ষিক পৰিকল্পনা

Ans: পঞ্চবাৰ্ষিক পৰিকল্পনা

১২। উৎপাদন বৃদ্ধি কৰাৰ বাবে দেশত কি গঢ়ি তোলাটো অত্যন্ত প্ৰয়োজন ?

1) জনসংখ্যা

2) মানৱ সম্পদ

3) নাগৰিক

Ans: মানৱ সম্পদ

১৩। আমাৰ দেশত পৰিকল্পনা প্ৰস্তুত কৰিবলৈ এখন পৰিকল্পনা আয়োগ আছে । এই আয়োগৰ অধ্যক্ষ কোন ?

1) প্ৰধান মন্ত্ৰী

2) ৰাষ্ট্ৰপতি

3) জনসাধাৰণ

Ans: প্ৰধান মন্ত্ৰী

১৪। ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল ?

1) ১৯১৫ চনৰ ১ এপ্ৰিলৰপৰা

2) ১৯৫১ চনৰ ১ এপ্ৰিলৰপৰা

3) ১৮৫১ চনৰ ১ এপ্ৰিলৰপৰা

Ans: ১৯৫১ চনৰ ১ এপ্ৰিলৰপৰা

১৫। জাতীয় আয়ৰ বুজন অংশ কি খণ্ডৰপৰা উপলব্ধ হয় ?

1) কৃষি, উদ্যোগ আৰু সেৱা খণ্ডৰপৰা

2) কৰ-কাটল, বাণিজ্যিক আৰু প্ৰশাসনিক খণ্ডৰপৰা

3) ওপৰৰ দুয়োটা

Ans: ওপৰৰ দুয়োটা

১৬। আয় বৃদ্ধি হ'লে কি বাঢ়ে ?

1) উপাৰ্জন

2) সঞ্চয়

3) এটাও নহয়

Ans: সঞ্চয়

১৭। সঞ্চয় বৃদ্ধি হ'লে কি বৃদ্ধি পায় ?

1) বিনিয়োগ

2) উপাৰ্জন

3) সঞ্চয়

Ans: বিনিয়োগ

১৮। পৰিকল্পনা আয়োগক কি আয়োগ হিচাপে জনা যায় ?

1) সম্প্ৰতি আয়োগ

2) দেশ আয়োগ

3) নীতি আয়োগ

Ans: নীতি আয়োগ

১৯। ৰূপালীৰ ভনীয়েকৰ নাম কি ?

1) ৰেণু

2) ৰূপা

3) এটাও নহয়

Ans: এটাও নহয়

২০। ব্যক্তিৰ ক্ষেত্ৰত __________বাজেটৰ গুৰুত্ব বেছি ।

1) বাৰ্ষিক

2) মাহিলি

3) ওপৰৰ দুয়োটা

Ans: মাহিলি

Type Susmita Kakati