অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা


১। আলোচনাৰ সুবিধাৰ বাবে চৰকাৰৰ কাম-কাজবোৰক প্ৰধানকৈ কেই ভাগত ভগোৱা হয়?

1) দুই ভাগত

2) তিনি ভাগত

3) চাৰিভাগত

Ans: তিনি ভাগত

২। চৰকাৰৰ সকলো ধৰণৰ কাম-কাজৰ মূল উদ্দেশ্য় হৈছে দেশখনৰ জনসাধাৰণৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন সাধন কৰা ।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৩। দেশখনৰ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্য়াৰে ভাগ কৰিলে কি আয় পোৱা যায়?

1) প্ৰথমিক

2) জনমূৰি

1) ওপৰৰ এটাও নহয়

Ans: জনমূৰি

৪। দেশখনৰ ৰাষ্ট্ৰীয় আয়, জনমূৰি আয় বৃদ্ধি পোৱাৰ লগতে জনসাধাৰণৰ জীৱন ধাৰণৰ মান বৃদ্ধি পাব।  

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৫। আন্তঃগাঁথনিয়ে কি ভাৱে দেশখনৰ অৰ্থনৈতিক উন্নয়নত সহায় কৰে?

1) প্ৰৰোক্ষভাৱে

2) প্ৰত্য়ক্ষভাৱে

3) ওপৰৰ এটচাও নহয়

Ans: প্ৰত্য়ক্ষভাৱে

৬।  দেশ এখনৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত পৰিবহণ ব্য়ৱস্থাই বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা।

1) যায়

2) নাযায়

3) ওপৰৰ এটাও নহয়

Ans: যায়

৭। দেশ এখনৰ মুৰব্বী প্ৰতিষ্ঠান কি ?

1) সা-সম্পত্তি

2) শান্তি-শৃংখলা

3) চৰকাৰ

Ans: চৰকাৰ

৮। আন্তঃগাঁথনি কেই প্ৰকাৰৰ ?

1) তিনি প্ৰকাৰৰ

2) দুই প্ৰকাৰৰ

3) এক প্ৰকাৰৰ

Ans: দুই প্ৰকাৰৰ

৯। অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত কি ব্য়ৱস্থাই বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা যায় ?

1) পৰিবহণ ব্য়ৱস্থাই

2) পাইপলাইন ব্য়ৱস্থাই

3) এটাও নহয়

Ans: পৰিবহণ ব্য়ৱস্থাই

১০। আটাইতকৈ কম খৰচী পৰিবহণ ব্য়ৱস্থাটো কি ?

1) জল পৰিবহণ

2) পথ পৰিবহণ

3) বিমান পৰিবহণ

Ans: জল পৰিবহণ

১১। বৰ্তমান ভাৰতবৰ্ষত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ সংখ্যা কিমান ?

1) ১০০ৰো অধিক

2) ২০০ৰো অধিক

3) ৩০০ৰো অধিক

Ans: ২০০ৰো অধিক

১২। বৰ্তমান ভাৰতবৰ্ষত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ কিমান কিঃ মিঃ পথ চাৰিলেন বিশিষ্ট ?

1) ৯৬,২৬০ কিঃ মিঃ

2) ২৯,৪২১ কিঃ মিঃ

3) ২৩,০০০ কিঃ মিঃ

Ans: ২৩,০০০ কিঃ মিঃ

১৩। আমাৰ দেশৰ গাঁও অঞ্চলৰ কিমান শতাংশ লোক জীৱিকাৰ বাবে কৃষিকাৰ্যৰ ওপৰত নিৰ্ভৰশীল ?

1) ৮৪ %

2) ৭০ %

3) ৬৪ %

Ans: ৭০ %

১৪। ভাৰতৰ বৈদেশিক বাণিজ্য কিহৰ ওপৰত নিৰ্ভৰশীল ?

1) কৃষিৰ ওপৰত

2) ব্য়ৱসায়-বাণিজ্য়ৰ ওপৰত

3) কয়-কাৰখানাৰ ওপৰত

Ans: কৃষিৰ ওপৰত

১৫। ২০০৯ চনৰ মাৰ্চ মাহৰ পৰিসংখ্যা মতে ভাৰতত কিমান টা ডাকঘৰ আছে ?

1) ২,৫৫,১১৫ টা

2) ১,৫৫,০১৫ টা

3) ১,৫৫,২১৫ টা

Ans: ১,৫৫,০১৫ টা

১৬। ভাৰতত প্ৰথম ডাক টিকট কিমান চনত প্ৰৱৰ্তন কৰা হয় ?

1) ১৯৮৬ চনত

2) ১৯৭২ চনত

3) ১৮৫৪ চনত

Ans: ১৮৫৪ চনত

১৭। আমাৰ ৰাষ্ট্ৰীয় আয়ৰ শতকৰা কিমান শতাংশ এতিয়াও কৃষি খণ্ডৰপৰা আহে ?

1) ৭৫ %

2) ৩৫ %

3) ৪৫ %

Ans: ৩৫ %

১৮। এখন দেশৰ শিক্ষা ব্য়ৱস্থা প্ৰধানত কেইটা স্তৰ বা পৰ্যায়ত পৰিলক্ষিত হয় ?

1) দুটা

2) তিনিটা

3) চাৰিটা

Ans: তিনিটা

১৯। ২০১১ চনৰ লোকপিয়ল অনুসৰি আমাৰ ৰাজ্যখনৰ সাক্ষৰতাৰ হাৰ কিমান ?

1) ৮৮.৪৭ %

2) ৮৪.৯৪ %

3) ৯১.৮১ %

Ans: ৮৮.৪৭ %

২০। সোণালী চতুৰ্ভুজৰ দৈৰ্ঘ্য কিমান ?

1) ৫৬৪২ কিঃ মিঃ

2) ৬৮৪৬ কিঃ মিঃ

3) ৫৮৪৬ কিঃ মিঃ

Ans: ৫৮৪৬ কিঃ মিঃ

Type Susmita Kakati