পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা  

১। জৈৱ আৰু অজৈৱ সকলো উপাদানক লৈয়েই কি গঠিত হৈছে?

(ক)চৌপাশ

(খ)বায়ু

(গ)পৰিৱেশ


উত্তৰঃ 
(গ)পৰিৱেশ

২।কেইটা উপাদানৰ দ্বাৰা পৰিৱেশ গঠিত হৈছে ?

(ক)দুটা

(খ)তিনিটা

(গ)এটা

উত্তৰঃ (খ)তিনিটা

৩।পৰিৱেশৰ কেইটা অংশত বিভক্ত ?

(ক)এটা

(খ)তিনিটা

(গ)
চাৰিটা

উত্তৰঃ (গ)চাৰিটা

৪।অজৈৱিক অথবা ভৌতিক পৰিৱেশক কেইটা ভাগত ভাগ কৰা হৈছে ?

(ক)তিনিটা

(খ)দুটা

(গ)এটা

উত্তৰঃ (ক)তিনিটা

৫। সৌৰজগতত একমাত্ৰ গ্ৰহটো নাম কি?

(ক)বুধ

(খ)পৃথিৱী

(গ)শুক্ৰ


উত্তৰঃ 
(খ)পৃথিৱী

৬। বায়ুমণ্ডলক  কেইটা স্তৰত ভগাব পাৰি ?

(ক)চাৰিটা

(খ)দুটা

(গ)
এটা

উত্তৰঃ (ক)চাৰিটা

৭। অজ'ন গেছ বায়ুমণ্ডলৰ কি অ়ঞ্চলত বিয়পি আছে ?

(ক)মেছ'স্ফিয়াৰ

(খ)ষ্ট্ৰেট'স্ফিয়াৰ

(গ)এটাও নহয়

উত্তৰঃ (খ)ষ্ট্ৰেট'স্ফিয়াৰ

৮। পৃথিৱীত কিমান শতাংশ নিৰ্মল পানী আছে ?

(ক)তিনি শতাংশ

(খ)দুই শতাংশ

(গ)এক শতাংশ


উত্তৰঃ 
(ক)তিনি শতাংশ

৯। পৰিৱেশ (এনভাইৰনমেণ্ট ) শব্দৰ অৰ্থ কি ?

(ক)চাৰিওফালৰ অৱস্থা

(খ)বায়ুমণ্ডলৰ অৱস্থা

(গ)জীৱমণ্ডলৰ অৱস্থা


উত্তৰঃ 
(ক)চাৰিওফালৰ অৱস্থা

১০। পৰিৱেশ শিক্ষা হৈছে কিহৰ বিষয় ?

(ক)বহুমুখী

(খ)বিজ্ঞান

(গ)এটাও নহয় ।


উত্তৰঃ 
(ক)বহুমুখী

১১। জীৱমণ্ডল হৈছে ভূপৃষ্ঠৰ কোনটো স্তৰ ? 

(ক)তলৰ স্তৰ

(খ)ওপৰৰ স্তৰ

(গ)মাজৰ স্তৰ


উত্তৰঃ 
(খ)ওপৰৰ স্তৰ