বাস্তব্য়  বিদ্য়া সম্পৰ্কীয় ধাৰণা

১। ওইকোছ শব্দৰ অৰ্থ কি ?

(ক)বাসস্থান

(খ)চৌদিশ

(গ)পৰিৱেশ


উত্তৰঃ 
(ক)বাসস্থান

২। লোগোছ শব্দৰ  অৰ্থ কি ?  

(ক)উদ্ভিদ

(খ)অধ্য়য়ন

(গ)বিদ্য়া


উত্তৰঃ 
(খ)অধ্য়য়ন

৩। পৰিস্থিতিতন্ত্ৰ ঘাইকৈ কেই প্ৰকাৰৰ ?

(ক)এক প্ৰকাৰৰ

(খ)তিনি প্ৰকাৰৰ

(গ)দুই প্ৰকাৰৰ

উত্তৰঃ (গ)দুই প্ৰকাৰৰ

৪। প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ কেইটা ভাগত বিভক্ত ?

(ক)দুটা ভাগত

(খ)এটা ভাগত

(গ)
এটাও নহয় ।

উত্তৰঃ (ক)দুটা ভাগত

৫।জৈৱিক উপাদানসমূহক নিম্নোক্তধৰণে কেইটা ভাগত বিভক্ত কৰিব পাৰি ?

(ক)এটা ভাগত

(খ)দুটা ভাগত

(গ)চাৰিটা ভাগত


উত্তৰঃ 
(খ)দুটা ভাগত

৬। উপভোক্তা কেই প্ৰকাৰৰ ?

(ক)তিনি প্ৰকাৰৰ

(খ)দুই প্ৰকাৰৰ

(গ)এক প্ৰকাৰৰ

উত্তৰঃ 
(খ)দুই প্ৰকাৰৰ

৭। পৰিৱেশীয় পিৰামিড কেই প্ৰকাৰৰ ?

(ক)দুই প্ৰকাৰৰ

(খ)চাৰি প্ৰকাৰৰ

(গ)তিনি প্ৰকাৰৰ


উত্তৰঃ 
(গ)তিনি প্ৰকাৰৰ

৮।পৰভোজী জীৱসমূহে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব পাৰেনে ? 

(ক)পাৰে

(খ)নোৱাৰে

(গ)এটাও নহয় ।


উত্তৰঃ 
(খ)নোৱাৰে

৯। বৃহৎ উপভোক্তাক কেইটা ভাগত ভগাব পাৰি ?

(ক)চাৰিটা ভাগত

(খ)তিনিটা ভাগত

(গ)দুটা ভাগত


উত্তৰঃ 
(ক)চাৰিটা ভাগত

১০। স্বভোজীয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰেনে?

(ক)নোৱাৰে

(খ)পাৰে

(গ)এটাও নহয় ।


উত্তৰঃ 
(খ)পাৰে