জৈৱ-বৈচিত্ৰ্য় আৰু ইয়াৰ সংৰক্ষণ

১। জৈৱ-ৱৈচিত্ৰ্য়ক সাধাৰণতে কেইটা পৰ্যায়ত বৰ্ণনা কৰা হয় ?

(ক)তিনিটা পৰ্যায়ত

(খ)দুটা পৰ্যায়ত

(গ)এটা পৰ্যায়ত

উত্তৰঃ (ক)তিনিটা পৰ্যায়ত

২। জৈৱ-ৱৈচিত্ৰ্য়ৰ সংৰক্ষণ কেই ধৰণৰ হ'ব পাৰে  ?

(ক)এক ধৰণৰ

(খ)দুই ধৰণৰ

(গ)তিনি ধৰণৰ


উত্তৰঃ 
(খ)দুই ধৰণৰ

৩। ঘোঁৰা আৰু গাধ  কি ধৰণৰ প্ৰজাতি ?  

(ক)বেলেগ ধৰণৰ

(খ)একে ধৰণৰ

(গ)
এটাও নহয় ।

উত্তৰঃ (ক)বেলেগ ধৰণৰ

৪। উদ্ভিদ প্ৰজাতিসমূহৰ পৰা বিশ্বত কিমান শতাংশ খাদ্য় আহে ?

(ক)২০ শতাংশ

(খ)৯০ শতাংশ

(গ)৫০ শতাংশ


উত্তৰঃ 
(খ)৯০ শতাংশ

৫। উন্নয়নশীল দেশবোৰৰ প্ৰায় কিমান শতাংশ মানুহেই প্ৰাথমিক চিকিৎসাৰ বাবে পৰম্পৰাগত ঔষধৰ ওপৰত নিৰ্ভৰ কৰে ?

(ক)৬০ শতাংশ

(খ)৩০ শতাংশ

(গ)৮০ শতাংশ


উত্তৰঃ 
(গ)৮০ শতাংশ

৬। পেনিচিলিন দৰব কিহৰ দ্বাৰা তৈয়াৰ কৰা হয় ?  

(ক)পেনিচিলিয়াম নামৰ এবিধ ফাংগাছৰ পৰা

(খ)অণুজীৱৰ পৰা

(গ)
এটাও নহয় ।

উত্তৰঃ (ক)পেনিচিলিয়াম নামৰ এবিধ ফাংগাছৰ পৰা

৭। টেট্ৰাচাইক্লিন দৰব কিহৰ পৰা পাওঁ ?

(ক)বেকটেৰামৰ পৰা

(খ)ফাংগাছৰ পৰা

(গ)পেনিচিলিয়ামৰ পৰা


উত্তৰঃ 
(ক)বেকটেৰামৰ পৰা

৮। এছপিৰিন দৰব কিহৰ পৰা পাওঁ ?

(ক)ফিলিপেণ্ডুলৌমৰিয়া নামৰ উদ্ভিদৰ পৰা

(খ)বেকটেৰামৰ পৰা

(গ)এটাও নহয় ।


উত্তৰঃ 
(ক)ফিলিপেণ্ডুলৌমৰিয়া নামৰ উদ্ভিদৰ পৰা

৯। কুইনাইন দৰব কিহৰ পৰা পাওঁ ?

(ক)ছিনকোনা গছৰ বাকলিৰ পৰা

(খ)ফাংগাছৰ পৰা

(গ)অণুজীৱৰ পৰা


উত্তৰঃ 
(ক)ছিনকোনা গছৰ বাকলিৰ পৰা

১০। দেৱী কালী মাতাৰ পূজাত কি ফুল অৰ্পণ কৰা হয় ?

(ক)গোলাপ ফুল

(খ)জবা ফুল

(গ)পদুম ফুল


উত্তৰঃ 
(খ)জবা ফুল