পৰিৱেশ প্ৰদূষণ

১। প্ৰদূষক কেই প্ৰকাৰৰ হ'ব পাৰে ?

(ক)দুই প্ৰকাৰৰ

(খ)এক প্ৰকাৰৰ

(গ)
তিনি প্ৰকাৰৰ

উত্তৰঃ (ক)দুই প্ৰকাৰৰ

২। প্ৰদূষকসমূহ কিহৰ পৰা সৃষ্টি হয় ?

(ক)গৌণ প্ৰদূষকসমূহৰ পৰা

(খ)মুখ্য়  প্ৰদূষকসমূহৰ পৰা

(গ)এটাও নহয় ।


উত্তৰঃ 
(খ)মুখ্য়  প্ৰদূষকসমূহৰ পৰা

৩। ক্ষতিকাৰক দ্ৰব্য় এবিধ কি ?

(ক)ভূমিকম্প

(খ)পৰিৱেশ

(গ)প্ৰদূষক


উত্তৰঃ 
(গ)প্ৰদূষক

৪। বায়ু প্ৰদূষণৰ প্ৰধান উৎসসমূহ কেই প্ৰকাৰৰ হ'ব পাৰে ?

(ক)দুই প্ৰকাৰৰ

(খ)এক প্ৰকাৰৰ

(গ)তিনি প্ৰকাৰৰ


উত্তৰঃ 
(ক)দুই প্ৰকাৰৰ

৫। অগ্নিকাণ্ডৰ সময়ত বৃহৎ পৰিমাণৰ ধোঁৱা আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ কণাবোৰ ক'ত মিহলি হয় ?

(ক)বায়ুত

(খ)বতাহত

(গ)এটাও নহয় ।


উত্তৰঃ 
(খ)বতাহত

৬। বিভিন্ন পৰিমাণৰ ধুলি সদায় ক'ত মিহলি হয় থাকে ?

(ক)বায়ুমণ্ডলত

(খ)নাইট্ৰ'জেনত

(গ)বতাহত


উত্তৰঃ 
(ক)বায়ুমণ্ডলত

৭। পৰিশোধন নকৰা পানী খোৱাৰ বাবে নিৰাপদ হয়নে ?

(ক)হয়

(খ)নহয়

(গ)
এটাও নহয় ।

উত্তৰঃ (খ)নহয়

৮। পৃথিৱীৰ একেবাৰে ওপৰৰ অংশটো হৈছে কি ?

(ক)ভূমি বা মাটি

(খ)বতাহ

(গ)বায়ু


উত্তৰঃ 
(ক)ভূমি বা মাটি

৯। পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদটো হৈছে কি ?

(ক)বনজুই

(খ)বায়ু

(গ)বনাঞ্চলসমূহ


উত্তৰঃ 
(গ)বনাঞ্চলসমূহ

১০। শব্দ প্ৰদূষণৰ উৎস কেই ধৰণৰ হ'ব পাৰে ? 

(ক)দুই ধৰণৰ

(খ)এক ধৰণৰ

(গ)
তিনি ধৰণৰ

উত্তৰঃ (ক)দুই ধৰণৰ