1. অন্বেষণ কবিতাতো কোনে ৰচিছিল ?

ক) জ্যোতিপ্ৰসাদ আগৰৱালা

খ) সীতানাথ ব্ৰহ্মচৌধৰী

গ) হেমচন্দ্ৰ গোস্বামী

উত্তৰঃ খ)সীতানাথ ব্ৰহ্মচৌধৰী


2. সীতানাথ ব্ৰহ্মচৌধৰী কিমান চনত জন্ম হৈছিল ?

ক) ১৯০৬ চনত

খ) ১৯৪৫ চনত

গ) ১৯০৮ চনত

উত্তৰঃ গ) ১৯০৮ চনত


3. সীতানাথ ব্ৰহ্মচৌধৰীয়ে কিমান চনত বি এ ডিগ্ৰী লাভ কৰে ?

ক) ১৯৩৩ চনত

খ) ১৯৩৬ চনত

গ) ১৯৩৯ চনত

উত্তৰঃ খ) ১৯৩৬ চনত


4. কিমান চনত শিৱসাগৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পাছ কৰে ?

ক) ১৯৩০ চনত

খ) ১৯৩১ চনত

গ) ১৯৩২ চনত

উত্তৰঃ গ) ১৯৩২ চনত

5. কিমান চনত তেওঁ বি এ ডিগ্ৰী লাভ কৰে ?

ক) ১৯৭৫ চনত

খ) ১৯৩৬ চনত

গ) ১৯৩৪ চনত

উত্তৰঃ খ) ১৯৩৬ চনত


6. সীতানাথ ব্ৰহ্মচৌধৰী কোন জিলাৰ অধিৱেশনৰ সভাপতি আছিল?

ক) মৰিগাওঁ আৰু নগাঁও

খ) তিতাবৰ আৰু যোৰহাট

গ) তিনিচুকীয়া আৰু ডিফু

উত্তৰঃ গ) তিনিচুকীয়া আৰু ডিফু


7. সীতানাথ  ব্ৰহ্মচৌধৰী  কি কবিসকলৰ ভিতৰৰে এজন উল্লেখযোগ্য কবি ?

ক) ৰোমাণ্টিক

খ) সাহিত্যক

গ) প্ৰবন্ধকাৰ

উত্তৰঃ ক) ৰোমাণ্টিক


8. গাওঁ সংগঠন গ্ৰন্থখন কোনে ৰচনা কৰিছিল-

ক) সীতানাথ ব্ৰহ্মচৌধৰীয়ে

খ) জ্যোতিপ্ৰসাদ আগৰৱালায়ে

গ) হেমচন্দ্ৰ গোস্বামীয়ে

উত্তৰঃ ক) সীতানাথ ব্ৰহ্মচৌধৰীয়ে


9. নিচেই শিশুলতেই তেওঁৰ কি প্ৰতিভাই প্ৰকাশৰ বাট বিচাৰি লয়?

ক) গীতিকাৰ

খ) কাব্য

গ) সাহিত্যক

উত্তৰঃ খ) কাব্য


10. তেওঁৰ কাব্যকৃতিৰ ভিতৰত কোনখন উল্লেখযোগ্য কাব্য ?

ক) সুৰ কোমল

খ) নিৰহ-নিপানী

গ) কমলকলি

উত্তৰঃ গ)কমলকলি


11. সীতানাথ ব্ৰহ্মচৌধৰীৰ কবিতাত ৰোমাণ্টিক ভাবাদৰ্শ, প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰকাশ ঘটিছে। সচাঁ নে মিছা-

ক) সচাঁ

খ) মিছা

উত্তৰঃ ক) সচাঁ


12. তেওঁৰ কবিতা পুথি কেইখন ?

ক) তিনিখন

খ) দুখন

গ) এখন

উত্তৰঃ ক) তিনিখন


13. তেওঁ কি নামৰ আন এখন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে ? 

ক) আৱেগ

খ) গাঁও সংগঠন

গ) চকুলো

উত্তৰঃ খ) গাঁও সংগঠন


14. ৰোমাণ্টিক ভাবাদৰ্শ , প্ৰম আৰু সৌন্দৰ্যৰ প্ৰকাশ ঘটিছে কাৰ কবিতাত ?

ক) সীতানাথ ব্ৰহ্মচৌধৰী

খ) হেমচন্দ্ৰ গোস্বামী

গ) আনন্দ্ৰচন্দ্ৰ আগৰৱালা

উত্তৰঃ ক) সীতানাথ ব্ৰহ্মচৌধৰী


15. অন্বেষণৰ অৰ্থ কি ?

ক) অভিধান

খ) অভিজ্ঞান

গ) অভিযান

উত্তৰঃ গ) অভিযান


16. তেওঁৰ কাব্যৰ সুৰ কোমল আৰু কি

ক) আৱেগ

খ) চকুলো

গ) নিৰহ-নিপানী

উত্তৰঃ গ) নিৰহ-নিপানী


17. সীতনাথ  ব্ৰহ্মচৌধৰী  কিমান চনত মৃত্যু হৈছিল ?

ক) ১৯৮০ চনত

খ) ১৯৮১ চনত

গ) ১৯৮২ চনত

উত্তৰঃ গ) ১৯৮২ চনত


18. নিৰুপমা শব্দৰ অৰ্থ কি ?

ক) অতুলনীয়

খ) তুলনীয়

গ) উপাই হীন

উত্তৰঃ ক) অতুলনীয়


19. লৱণু শব্দৰ অৰ্থ কি ?

ক) সুখ

খ) দুখ

গ) মাখন

উত্তৰঃ গ) মাখন


20. অসম সাহিত্য় সভাৰ তিনিচুকীয়া আৰু ডিফু অধিৱেশনৰ কি আছিল?

ক) সভাপতি আছিল

খ) উপ সভাপতি আছিল

গ) ৰাষ্ট্ৰপতি আছিল

উত্তৰঃ ক) সভাপতি আছিল


Answer Type - Boby Bora