সচাঁ সেৱাৰ ফল 

1) সঁচা সেৱাৰ ফল কাহিনীটোৰ ৰচক কোন আছিল?

i) জ্য়োতি প্ৰসাদ আগৰৱালা

ii) বিষ্ণুপ্ৰসাদ ৰাভা

iii) সন্ত কবীৰ দাস

Ans- iii) সন্ত কবীৰ দাস

2) লৰাজনৰ নাম কি আছিল?

i) বোপাই

ii) শুনাই

iii) ওপৰৰ দুয়োটাই নহয়

Ans- i) বোপাই

3) লৰাজনৰ মাকৰ নাম কি আছিল?

i) মিৰু

ii) নীৰু

iii) ওপৰৰ দুয়োটাই হয়

Ans- ii) নীৰু

4) লৰাজনৰ মাকে দেউতাকে কি কাম কৰিছিল?

i) চিলাইৰ

ii) কাপোৰ বোৱাৰ

iii) ওপৰৰ দুয়োটাই হয়

 Ans- ii) কাপোৰ বোৱাৰ

5) ন + ত যুগ কৰা

i) ন্স

ii) ন্ম

iii) ন্ত

Ans- iii) ন্ত