অসমৰ ধাতু শিল্প আৰু পাট শিল্প 


 ১)লোৰ সঁজুলি তৈয়াৰ কৰা মানুহক কি বুলি কোৱা হয়?

ক) কুমাৰ

 খ) কমাৰ

 গ) ওপৰৰ দুয়োটাই হয়

উত্তৰঃ  খ) কমাৰ


২) উগুল-থুগুল শব্দ অৰ্থ কি?

ক) দ্ৱিধাবোধ

খ) অলপ তাপ লগা

গ) ওপৰৰ দুয়োটাি হয়

উত্তৰঃ ক) দ্ৱিধাবোধ


৩) কাঁহ শিল্পৰ বাবে ____ অঞ্চল বিখ্য়াত।

ক) শুৱালকুছি

খ) সৰ্থেবাৰী

গ) ওপৰৰ দুয়োটাই হয়

উত্তৰঃ খ) সৰ্থেবাৰী


৪) ____ শিল্প এবিধ অসমৰ এক প্ৰাচীন শিল্প

ক) ৰূপ

খ) সোণ

গ) তাম

উত্তৰঃ খ) সোণ


৫) হাতী শিল্পৰ বাবে অসমৰ কোনটো অঞ্চল বিখ্য়াত?

ক) বৰপেটা

খ) বৰদুৱা

গ) ওপৰৰ দুয়োটাই নহয়

উত্তৰঃ ক) বৰপেটা