১। স্নেহপদাৰ্থ আৰু কাৰ্ব'হাইড্ৰেট থকা খাদ্যসমূহক কি বুলি কোৱা হয় ?

শক্তিদায়ক খাদ্য

শৰীৰ বৰ্দ্ধক খাদ্য

ভিটামিন

উত্তৰ = শক্তিদায়ক খাদ্য


২। বিভিন্ন ৰোগৰ পৰা আমাৰ শৰীৰক ৰক্ষা কৰিবলৈ কিহৰ প্ৰয়োজন হয় ?

চৰ্বিৰ

ভিটামিনৰ

এটাও নহয়

উত্তৰ = ভিটামিনৰ


৩। আমাৰ শৰীৰৰ ছাল আৰু চকু ভালে ৰাখিবলৈ কি ভিটামিনৰ প্ৰয়োজন হয় ?

ভিটামিন A

ভিটামিন C

ভিটামিন E

উত্তৰ = ভিটামিন A


৪। ভিটামিন Dৰ অভাৱত কি ৰোগ হয় ?

বেৰিবেৰি

স্কাৰ্ভি

ৰিকেট

উত্তৰ = ৰিকেট


৫। কাৰ্ব'হাইড্ৰেট আৰু স্নেহপদাৰ্থই প্ৰধানকৈ আমাৰ দেহত  যোগায় ।

খনিজ দ্ৰব্য

শক্তি

ওপৰৰ দুয়োটা

উত্তৰ = শক্তি


৬। 'পৰিপোষক' শব্দৰ ইংৰাজী ৰূপটো কি ?

Nutrients

Minerals

Roughage

উত্তৰ = Nutrients


৭। পঞ্জাৱৰ প্ৰধান আহাৰ কি ?

ভাত

মাছ-মাংস

ৰুটি

উত্তৰ =ৰুটি


৮। তলৰ ছবিখনত থকা ল'ৰাজনে কিহৰ পৰীক্ষা কৰি আছে ?

আয়ডিনৰ পৰীক্ষা

প্ৰ'টিনৰ পৰীক্ষা

স্নেহপদাৰ্থৰ পৰীক্ষা

উত্তৰ = প্ৰ'টিনৰ পৰীক্ষা


৯। ভিটামিন Bৰ অভাৱত কি ৰোগ হয় ?

বেৰিবেৰি

কুকুৰীকণা

ৰিকেট

উত্তৰ = বেৰিবেৰি


১০। প্ৰ'টিন থকা খাদ্যবস্তুবোৰক সাধাৰণতে কি বুলি কোৱা হয় ?

শক্তিদায়ক খাদ্য

সুষম খাদ্য

শৰীৰ বৰ্দ্ধক খাদ্য

উত্তৰ =শৰীৰ বৰ্দ্ধক খাদ্য


১১। বেঙুনীয়া ৰঙে খাদ্যবস্তুত কি থকাটো সূচায় ?

প্ৰ'টিন

চৰ্বি

স্নেহপদাৰ্থ

উত্তৰ = প্ৰ'টিন


১২। হাড় সুস্থ ৰাখিবলৈ প্ৰয়োজন হোৱা খনিজ পদাৰ্থবিধ কি ?

আয়'ডিন

কেলছিয়াম

লো

উত্তৰ =কেলছিয়াম


১৩। আমাৰ শৰীৰত কি ভিটামিনৰ অভাৱৰ বাবে হাড় ঠুনুকা হয় ?

ভিটামিন B

ভিটামিন D

ভিটামিন E

উত্তৰ =ভিটামিন D


১৪। আমাৰ খাদ্যত মূল পৰিপোষক থকাৰ উপৰিও আৰু কি কি থাকে ?

আঁহজাতীয় খাদ্য আৰু পানী

প্ৰ'টিন আৰু চৰ্বি

ওপৰৰ দুয়োটা

উত্তৰ =আঁহজাতীয় খাদ্য আৰু পানী


১৫। আমাৰ শৰীৰে সূৰ্যৰ পোহৰৰ উপস্থিতিত কি প্ৰস্তুত কৰে ?

খনিজ লৱণ

সুষম আহাৰ

ভিটামিন D

উত্তৰ = ভিটামিন D


১৬। তলৰ ছবিখনত থকা খাদ্যবোৰ কি ভিটামিনৰ কিছু উৎস ?

ভিটামিন A

ভিটামিন B

ভিটামিন C

উত্তৰ = ভিটামিন A


১৭। আঁহযুক্ত খাদ্যক কি বুলিও কোৱা হয় ?

স্নেহপদাৰ্থ

ৰুক্ষাহাৰ

এটাও নহয়

উত্তৰ = ৰুক্ষাহাৰা


১৮। ৰুক্ষাহাৰ বা আঁহ আমাৰ খাদ্যত প্ৰধানকৈ                       যোগান ধৰে ।

সুষম আহাৰে

পানীয়ে

উদ্ভিদে

উত্তৰ =ভিটামিন A


১৯। 'খনিজ লৱণ' শব্দৰ ইংৰাজী ৰূপটো কি ?

Minerals

Nutrients

Proteins

উত্তৰ =Minerals


২০। ভিটামিন C ৰ অভাৱত এটা বেমাৰ হয় যাক বুলি কোৱা হয়।

কুকুৰীকণা

স্কাৰ্ভি

ৰিকেট

উত্তৰ =স্কাৰ্ভি