উদ্ভিদৰ বিষয়ে জানো আহা


১। এখিলা পাতৰ সাধাৰণতে কি থাকে ?

কাণ্ড আৰু ফুল

ঠাৰি আৰু ফলক

ডাল আৰু শিপা

উত্তৰঃ ঠাৰি আৰু ফলক


২। সিৰাবিন্যাস কাক বোলে ?

পাতত থকা সিৰাৰ সাজোনকে

গছৰ তলৰ দীঘল শিপাক

ঘাঁহ-বনৰ সৰু সৰু শিপাবোৰক

উত্তৰঃ পাতত থকা সিৰাৰ সাজোনকে


৩। পাতে কি প্ৰক্ৰিয়াৰ জৰিয়তে পানী বাষ্প আকাৰত উলিয়াই দিয়ে ?

পৰিৱহণ

সালোক-সংশ্লেষণ

প্ৰস্বেদন

উত্তৰঃ প্ৰস্বেদন


৪। শিপা প্ৰধানত কেই প্ৰকাৰৰ ?

দুই প্ৰকাৰৰ

তিনি প্ৰকাৰৰ

ছয় প্ৰকাৰৰ

উত্তৰঃ দুই প্ৰকাৰৰ


৫। যিবোৰ উদ্ভিদৰ শিপা জাল সিৰাবিন্যাসযুক্ত সেইবোৰক কি বুলি কোৱা হয় ?

গুচ্ছ মূল

মুখ্য মূল

ওপৰৰ দুয়োটা

উত্তৰঃ মুখ্য মূল


৬। কাণ্ডই শিপাৰ পৰা পাতলৈ কি পৰিৱহণ কৰে ?

পানী

খনিজ দ্ৰব্য

ফুল

উত্তৰঃ পানী


৭। উদ্ভিদৰ খাদ্য কোন ঠাইত প্ৰস্তুত হয় ?

ডালত

পাতত

শিপাত

উত্তৰঃ পাতত


৮। শিপা প্ৰধানত কি কি ?

মূখ্যমূল

গুচ্ছমূল

ওপৰৰ দুয়োটা

উত্তৰঃ ওপৰৰ দুয়োটা


৯। যিবোৰ উদ্ভিদৰ পাতৰ সিৰাবিন্যাস সমান্তৰাল সেইবোৰ উদ্ভিদৰ শিপাৰ কি প্ৰকৃতিৰ ?

মূখ্যমূল

গুচ্ছমূল

ওপৰৰ দুয়োটা

উত্তৰঃ গুচ্ছমূল


১০। সেউজীয়া উদ্ভিদে কাৰ উপস্থিতিত খাদ্য প্ৰস্তুত কৰে ?

সূৰ্যৰ

গছ-গছনিৰ

ঘাঁহ-বনৰ

উত্তৰঃ সূৰ্যৰ


১১। 'ডিম্বক' শব্দৰ ইংৰাজী ৰূপ কি ?

Shurbs

Vein

Ovule

উত্তৰঃ Ovule


১২। উদ্ভিদক সাধাৰণতে কেইটা ভাগত ভাগ কৰিব পাৰি ?

দুটা

চাৰিটা

ছয়টা

উত্তৰঃ চাৰিটা


১৩। তলৰ ছবিখনত থকা ফুলটো কি আকৃতিৰ ?




ঘণ্টা

কাণ্ড

সিৰা

উত্তৰঃ ঘণ্টা


১৪। শিপাবোৰৰ সৰু সৰু শিপাবোৰক কি বুলি কোৱা হয় ?

ঘাই শিপা

মূল শিপা

পাৰ্শ্বীয় শিপা

উত্তৰঃ পাৰ্শ্বীয় শিপা

১৫।   পাতলৈ পানী পৰিৱহন কৰে।

শিপাই

কাণ্ডই

গা-গছে

উত্তৰঃ কাণ্ডই


১৬। পাতৰ যি অংশৰ জৰিয়তে পাত কাণ্ডত লাগি থাকে সেই অংশক কি বুলি কোৱা হয় ?

ঠাৰি

ফলক

সিৰা

উত্তৰঃ ঠাৰি


১৭। যিবোৰ উদ্ভিদৰ কাণ্ড দুৰ্বল হোৱা বাবে থিয়কৈ থাকিব নোৱাৰে আৰু মাটিতহে বিস্তাৰিত হ'ব পাৰে তেনে উদ্ভিদক কি বুলি কোৱা হয় ?

বৃক্ষজাতীয় উদ্ভিদ

গুল্মজাতীয় উদ্ভিদ

লতাজাতীয় উদ্ভিদ 

উত্তৰঃ লতাজাতীয় উদ্ভিদ


১৮। পাতৰ মাজত থকা ডাঠ সিৰাডালক কি বুলি কোৱা হয় ?

সিৰাবিন্যাস

মধ্য সিৰা

জালসিৰা

উত্তৰঃ মধ্য সিৰা


১৯। উদ্ভিদে কি প্ৰক্ৰিয়াৰ দ্বাৰা যথেষ্ট পৰিমাণৰ পানী বায়ুমণ্ডললৈ উলিয়াই দিয়ে ?

প্ৰচ্ছেদন

জলীয় বাষ্প

ঘনীভৱণ

 উত্তৰঃ প্ৰচ্ছেদন


২০। 'বৃক্ষ' শব্দৰ ইংৰাজী ৰূপ কি ?

Shurbs

Option 2

Tree

উত্তৰঃ Tree