আঁহৰ পৰা কাপোৰলৈ
১। ঊন আৰু পাট সুতা কি হৰ পৰা পোৱা যায়?
প্ৰাণীৰ পৰা
উদ্ভিদৰ পৰা
ইয়াৰ ভিতৰত এটাও নহয়
Answer: প্ৰাণীৰ পৰা
২। ভেৰাৰ ছালত কেই প্ৰকাৰৰ নোম থাকে?
৪ প্ৰকাৰৰ
২ প্ৰকাৰৰ
৫ প্ৰকাৰৰ
Answer: ২ প্ৰকাৰৰ
৩। ভেৰাৰ দৰে বিভিন্ন জন্তুৰ নোম বোৰে কি ধৰি ৰাখিব পাৰে?
বায়ু
পোহৰ
ইয়াৰ ভিতৰত এটাও নহয়
Answer; বায়ু
৪। ভেড়াৰ পাতল নোমৰ এতৰপৰ সৈতে আঁতৰাই পেলোৱা প্ৰক্ৰিয়া টোক কি বোলে?
মুণ্ডন বোলে
চৌবাচ্চাত বোলে
এংগোৰা বোলে
Answer: মুণ্ডন বোলে
৫। পাট সূতা ক'ৰ পৰা পোৱা যায়?
ভেঁড়াৰ পৰা
য়াক পৰা
পাটপলুৰ পৰা
Answer; পাটপলুৰ পৰা
৬। পাটপলু প্ৰতিপালন কৰা প্ৰক্ৰিয়াটোক কি বোলে?
বাৰচ
ৰেচন
ইয়াৰ ভিতৰত এটাও নহয়
Answer: ৰেচন
৭। পাটপলুৱে পাটৰ আঁহ নিজৰ শৰীৰত সম্পূণ ৰূপে মেৰিয়াই লৈ প্ৰস্তুত কৰা পৰ্দাথ টোক কি বোলে?
চকৰী
ৰেচম
লোটাগুটি
Answer: লোটাগুটি
৮। পিউপাৰ পৰা চকৰালৈ বিকাশৰ প্ৰক্ৰিয়াটো কিহৰ ভিতৰত হয়?
পাতপলুৰ ভিতৰত
লেটাৰ ভিতৰত
ইয়াৰ ভিতৰত এটাও নহয়
Answer: লেটাৰ ভিতৰত
৯। পাটৰ আঁহবোৰ কি ববলৈ ব্য়ৱহাৰ কৰা হয়?
ছুৱেটাৰ ব'বলৈ
বাৰচ ব'বলৈ
পাট কাপোৰ ব'বলৈ
Answer: পাট কাপোৰ ব'বলৈ
১০। পাটসূতা তুলনামূলকভাৱে কিহৰ দৰে তান?
কাপোৰৰ দৰে
তাঁৰৰ দৰে
ইয়াৰ ভিতৰত এটাও নহয়
Answer: তাঁৰৰ দৰে
১১। চকৰী লেটাৰ পৰা পোৱা আঁহ বোৰ সাধাৰণতে কেনেকুৱা?
কোমল, উজ্জল আৰু নমনীয় গুণ সম্পূৰ্ণ
তান
বাৰচ
Answer: কোমল, উজ্জল আৰু নমনীয় গুণ সম্পূৰ্ণ
১২। ভাৰতৰ বহু পুৰণী বৃত্তি হ'ল
কৃষি
পাতপলু পালন
ইয়াৰ ভিতৰত এটাও নহয়
Answer: পাতপলু পালন
১৩। বাণিজ্য়িক ভিত্তিত ভাৰতে যথেষ্ট কি উৎপাদন কৰে?
মৰাপাত
মাহ জাতিয় শস্য়
পাট
Answer: পাট
১৪। ব্য়ৱসায় আৰু ভ্ৰমণকাৰীসকলে আন দেশলৈ ৰেচমৰ ৰপ্তানি কৰাপথ টোক কি বোলে?
লেটা পথ
ৰেচম পথ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: ৰেচম পথ
১৫। সাধাৰণতে সূতা কাটি বলৈ ব্য়ৱহাৰ কৰা প্ৰক্ৰিয়া টোক কি বোলে?
সূতা কটা
মহুৰা ফুৰা
সূতা লোৱা
Answer: সূতা কটা
১৬। পাত সূতা বোৰ কি কৰি পৃথক কৰা হয়?
সিজাই
পুৰি
ইয়াৰ ভিতৰত এটাও নহয়
Answer; সিজাই
১৭। লেটাৰ পৰা সূতা উলিওৱা প্ৰণালীটোক কি বোলে?
সূতা কটা
মহুৰা ফুৰা
সূতা লোৱা
Answer: মহুৰা ফুৰা
১৮। ভাৰতত প্ৰধান কৈ ঊন আহৰণ কৰিবলৈ কোন বিধ জন্তু পালন কৰা হয়?
য়াক
ভেড়া
পাটপলু
Answer: ভেড়া
১৯। পাট আঁহবোৰ কি হেৰে গঠন কৰা হয়?
আয়ডিনে
প্ৰটিনেৰে
ইয়াৰ ভিতৰত এটাও নহয়
Answer: প্ৰটিনেৰে
২০। পাট সূতাৰ দুটা নাম কি?
ৰীল বা নেছা
চকৰী
লেটাগুটি
Answer: ৰীল বা নেছা
0 Comments