গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
১। অৰ্থনীতিৰ ভাষাত গ্ৰাহকক কি বুলি কোৱা হয় ?
ক্ৰেতা
উপভোক্তা
এটাও নহয়
উত্তৰ-উপভোক্তা
২। কোন কোন উপভোক্তা দেশৰ উন্নয়নৰ অংশীদাৰ হ'ব পাৰে ?
কৰ্মী, উদ্য়মী আৰু দূৰদৃষ্টিসম্পন্ন
সকলো
এটাও নহয়
উত্তৰ-কৰ্মী, উদ্য়মী আৰু দূৰদৃষ্টিসম্পন্ন
৩। কিমান শতিকাক সমগ্ৰ বিশ্বই জ্ঞান আৰু বিকাশৰ শতিকা বুলি অভিহিত কৰিছে ?
একবিংশ শতিকাক
একাদশ শতিকাক
এটাও নহয়
উত্তৰ-একবিংশ শতিকাক
৪। দেওবাৰে দুপৰীয়া কাৰ মাকৰ অসহ্য় পেটৰ বিষ উঠিছিল ?
অৰূপৰ
বুগ্দুঙৰ
এটাও নহয়
উত্তৰ-বুগ্দুঙৰ
৫। বুগ্দুঙে মাকক ঔষধ খোওৱাৰ পাছতো মাকে কিয় পেটৰ বিষ ভাল পোৱা নাছিল ?
কাৰণ ঔষধকেইটাৰ ম্য়াদ উকলি গৈছিল
কাৰণ ঔষধকেইটা গাৱৰ ফাৰ্মাচীৰপৰা আনিছিল
এটাও নহয়
উত্তৰ-কাৰণ ঔষধকেইটাৰ ম্য়াদ উকলি গৈছিল
৬। কোনে নিজে ক্ৰয় কৰা দামতকৈ অধিক দামত বস্তু বিক্ৰী কৰি লাভ অৰ্জন কৰে ?
ক্ৰেতাই
উপভোক্তাই
এটাও নহয়
উত্তৰ-এটাও নহয়
৭। MRP মানে কি ?
উচ্চতম খুচুৰা মূল্য় বা সৰ্বোচ্চ খুচুৰা মূল্য়
দৰদাম
এটাও নহয়
উত্তৰ-উচ্চতম খুচুৰা মূল্য় বা সৰ্বোচ্চ খুচুৰা মূল্য়
৮। গ্ৰাহক সুৰক্ষা আইন কিমান চনত প্ৰৱৰ্তিত হয় ?
১৯৮৬ চনত
২০২২ চনত
এটাও নহয়
উত্তৰ-এটাও নহয়
৯। নিষ্ঠা কোন শ্ৰেণীৰ ছাত্ৰী ?
অষ্টম শ্ৰেণীৰ
সপ্তম শ্ৰেণীৰ
এটাও নহয়
উত্তৰ-অষ্টম শ্ৰেণীৰ
১০। ব্য়ক্তিগত লাভৰ আশাত বিক্ৰেতাই গাহকক কি কৰে ?
ঠগোৱাৰ অনেক সুৰুঙা উলিয়াই লয়
কম দামত কিনি বেছি দামত গ্ৰাহকক বিক্ৰী কৰে
এটাও নহয়
উত্তৰ-ঠগোৱাৰ অনেক সুৰুঙা উলিয়াই লয়
১১। এজন দুৰ্ঘোৰ নিচাসক্ত উপভোক্তা সমাজৰ বাবে হিতকাৰী হ'ব পাৰে নে ?
পাৰে
নোৱাৰে
এটাও নহয়
উত্তৰ-নোৱাৰে
১২। বুগ্দুঙৰ দেউতাক ৰাতিপুৱাই ক'লৈ গৈছিল ?
তেজপুৰ
গুৱাহাটী
মণিপুৰ
উত্তৰ-গুৱাহাটী
১৩। ম্য়াদ উকলি যোৱা ঔষধ বিক্ৰী কৰি ফাৰ্মাচিষ্টজনে বুগ্দুঙহঁতক কি কৰিলে ?
প্ৰতাৰণা কৰিলে
সহায় কৰিলে
অৱস্থা বেয়া কৰিলে
উত্তৰ-প্ৰতাৰণা কৰিলে
১৪। এগমাৰ্ক কি বস্তুত লগোৱা থাকে ?
প্ৰেছাৰ কুকাৰ
খোৱা তেল
ফল-মূল
উত্তৰ-খোৱা তেল
১৫। হলমাৰ্ক ক'ত লগোৱা থাকে ?
ৰ'ড
সোণ
জেলী
উত্তৰ-সোণ
১৬। ষ্টিলৰ বাচনত কি লগোৱা থাকে ?
আই এছ আই
হলমাৰ্ক
এফ পি অ
উত্তৰ-'আই এছ আই
১৭। গ্ৰাহক সুৰক্ষা পৰিষদক ইংৰাজীত কি বোলে ?
Central Consumer Protection Authority
Consumer Disputes Redressal Commission
Consumer Protection Council
উত্তৰ-Consumer Protection Council
১৮। নিষ্ঠা ক'ত পঢ়ে ?
মহাবিদ্য়াসয়ত
বোৰ্ডিং স্কুলত
বিশ্ববিদ্য়ালয়ত
উত্তৰ-বোৰ্ডিং স্কুলত
১৯। নিষ্ঠাই ঘৰত কি পাহৰি আহিছিল ?
মডেলটো
কাপোৰ
মোবাইলটো
উত্তৰ-মডেলটো
২০। কেইখন ৰাষ্ট্ৰই গ্ৰাহক সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছে ?
৫০ খন
১০০ খন
৬০ খন
উত্তৰ-১০০ খন
DABP007426
0 Comments