গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা


১। অৰ্থনীতিৰ ভাষাত গ্ৰাহকক কি বুলি কোৱা হয় ? 

ক্ৰেতা

উপভোক্তা

এটাও নহয়

উত্তৰ-উপভোক্তা

২। কোন কোন উপভোক্তা দেশৰ উন্নয়নৰ অংশীদাৰ হ'ব পাৰে ?

কৰ্মী, উদ্য়মী আৰু দূৰদৃষ্টিসম্পন্ন

সকলো

এটাও নহয়

উত্তৰ-কৰ্মী, উদ্য়মী আৰু দূৰদৃষ্টিসম্পন্ন

৩। কিমান শতিকাক সমগ্ৰ বিশ্বই জ্ঞান আৰু বিকাশৰ শতিকা বুলি অভিহিত কৰিছে ?

একবিংশ শতিকাক

একাদশ শতিকাক

এটাও নহয়

উত্তৰ-একবিংশ শতিকাক

৪। দেওবাৰে দুপৰীয়া কাৰ মাকৰ অসহ্য় পেটৰ বিষ উঠিছিল ?

অৰূপৰ

বুগ্দুঙৰ

এটাও নহয়

উত্তৰ-বুগ্দুঙৰ

৫। বুগ্দুঙে মাকক ঔষধ খোওৱাৰ পাছতো মাকে কিয় পেটৰ বিষ ভাল পোৱা নাছিল ?

কাৰণ ঔষধকেইটাৰ ম্য়াদ উকলি গৈছিল

কাৰণ ঔষধকেইটা গাৱৰ ফাৰ্মাচীৰপৰা আনিছিল

এটাও নহয়

উত্তৰ-কাৰণ ঔষধকেইটাৰ ম্য়াদ উকলি গৈছিল

৬। কোনে নিজে ক্ৰয় কৰা দামতকৈ অধিক দামত বস্তু বিক্ৰী কৰি লাভ অৰ্জন কৰে ?

ক্ৰেতাই

উপভোক্তাই

এটাও নহয়

উত্তৰ-এটাও নহয়

৭। MRP মানে কি ?

উচ্চতম খুচুৰা মূল্য় বা সৰ্বোচ্চ খুচুৰা মূল্য়

দৰদাম

এটাও নহয়

উত্তৰ-উচ্চতম খুচুৰা মূল্য় বা সৰ্বোচ্চ খুচুৰা মূল্য়

৮। গ্ৰাহক সুৰক্ষা আইন কিমান চনত প্ৰৱৰ্তিত হয় ?

১৯৮৬ চনত

২০২২ চনত

এটাও নহয়

উত্তৰ-এটাও নহয়

৯। নিষ্ঠা কোন শ্ৰেণীৰ ছাত্ৰী ?

অষ্টম শ্ৰেণীৰ

সপ্তম শ্ৰেণীৰ

এটাও নহয়

উত্তৰ-অষ্টম শ্ৰেণীৰ

১০। ব্য়ক্তিগত লাভৰ আশাত বিক্ৰেতাই গাহকক কি কৰে ?

ঠগোৱাৰ অনেক সুৰুঙা উলিয়াই লয়

কম দামত কিনি বেছি দামত গ্ৰাহকক বিক্ৰী কৰে

এটাও নহয়

উত্তৰ-ঠগোৱাৰ অনেক সুৰুঙা উলিয়াই লয়

১১। এজন দুৰ্ঘোৰ নিচাসক্ত উপভোক্তা সমাজৰ বাবে হিতকাৰী হ'ব পাৰে নে ?

পাৰে

নোৱাৰে

এটাও নহয়

উত্তৰ-নোৱাৰে

১২।  বুগ্দুঙৰ দেউতাক ৰাতিপুৱাই ক'লৈ গৈছিল ?

তেজপুৰ

গুৱাহাটী

মণিপুৰ

উত্তৰ-গুৱাহাটী

১৩। ম্য়াদ উকলি যোৱা ঔষধ বিক্ৰী কৰি ফাৰ্মাচিষ্টজনে বুগ্দুঙহঁতক কি কৰিলে ?

প্ৰতাৰণা কৰিলে

সহায় কৰিলে

অৱস্থা বেয়া কৰিলে

উত্তৰ-প্ৰতাৰণা কৰিলে

১৪। এগমাৰ্ক কি বস্তুত লগোৱা থাকে ?

প্ৰেছাৰ কুকাৰ

খোৱা তেল

ফল-মূল

উত্তৰ-খোৱা তেল

১৫। হলমাৰ্ক ক'ত লগোৱা থাকে ?

ৰ'ড

সোণ

জেলী

উত্তৰ-সোণ

১৬। ষ্টিলৰ বাচনত কি লগোৱা থাকে ?

আই এছ আই

হলমাৰ্ক

এফ পি অ

উত্তৰ-'আই এছ আই

১৭। গ্ৰাহক সুৰক্ষা পৰিষদক ইংৰাজীত কি বোলে ?

Central Consumer Protection Authority

Consumer Disputes Redressal Commission

Consumer Protection Council

উত্তৰ-Consumer Protection Council

১৮। নিষ্ঠা ক'ত পঢ়ে ?

মহাবিদ্য়াসয়ত

বোৰ্ডিং স্কুলত

বিশ্ববিদ্য়ালয়ত

উত্তৰ-বোৰ্ডিং স্কুলত

১৯। নিষ্ঠাই ঘৰত কি পাহৰি আহিছিল ?

মডেলটো

কাপোৰ

মোবাইলটো

উত্তৰ-মডেলটো

২০। কেইখন ৰাষ্ট্ৰই গ্ৰাহক সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছে ?

৫০ খন

১০০ খন

৬০ খন

উত্তৰ-১০০ খন


DABP007426