সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
১। ৰাষ্ট্ৰ কি ?
সংবিধান
সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক অনুষ্ঠান
এটাও নহয়
উত্তৰ-সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক অনুষ্ঠান
২। সাধাৰণ অৰ্থত সংবিধান কি ?
কিছুমান নিয়মাৱলীৰ সমষ্টি
সংশোধন
এটাও নহয়
উত্তৰ-কিছুমান নিয়মাৱলীৰ সমষ্টি
৩। সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ?
পুনৰাবৰ্তন
নিৰ্ধাৰণ
এটাও নহয়
উত্তৰ-এটাও নহয়
৪। আমাৰ চুবুৰীয়া ৰাজ্য় নেপালত কি প্ৰচলন আছিল ?
ৰাজতন্ত্ৰ
সমাজতন্ত্ৰ
এটাও নহয়
উত্তৰ-ৰাজতন্ত্ৰ
৫। কিমান চনত নেপালত ৰাজতন্ত্ৰৰ অৱসান ঘটাই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰে ?
২০০৬ চনত
২০০৮ চনত
এটাও নহয়
উত্তৰ-২০০৮ চনত
৬। যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাক কি বোলে ?
সংশোধন
সংবিধান
এটাও নহয়
উত্তৰ-এটাও নহয়
৭। আধুনিক যুগৰ প্ৰথম লিখিত সংবিধানখন ক'ত আছে ?
ভাৰতত
আমেৰিকা যুক্তৰাষ্ট্ৰত
এটাও নহয়
উত্তৰ-আমেৰিকা যুক্তৰাষ্ট্ৰত
৮। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন ___________ সংবিধান ।
অনমনীয়
নমনীয়
এটাও নহয়
উত্তৰ-অনমনীয়
৯। ৰাষ্ট্ৰ এখন সুকলমে পৰিচালিত হ'বলৈ কিহৰ প্ৰয়োজন ?
সংবিধানৰ
বিধান মণ্ডলৰ
এটাও নহয়
উত্তৰ-সংবিধানৰ
১০। সংবিধানে দেশৰ নাগৰিকসকলৰ __________ আৰু ______________ সুৰক্ষিত কৰে ।
অধিকাৰ আৰু ব্য়ক্তিগত স্বাধীনতা
নিৰ্বাচন আৰু নিৰ্দেশনা
এটাও নহয়
উত্তৰ-অধিকাৰ আৰু ব্য়ক্তিগত স্বাধীনতা
১১। ভাৰতৰ সংবিধান নমনীয় নে অনমনীয় ?
নমনীয়
অনমনীয়
নমনীয় আৰু অনমনীয় সংবিধানৰ সংমিশ্ৰণ
উত্তৰ-নমনীয় আৰু অনমনীয় সংবিধানৰ সংমিশ্ৰণ
১২। পৃথিৱীৰ সংবিধানসমূহৰ ভিতৰত কোনখন সংবিধান উল্লেখযোগ্য় নমনীয় সংবিধান ?
আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাৰত
ইংলেণ্ড
উত্তৰ-ইংলেণ্ড
১৩। ১৯৯০ চনৰ সংবিধান মতে ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ অধিকাৰী কোন আছিল ?
প্ৰজাসকল
ৰজা
ৰজাৰ জীয়েক আৰু পুতেক
উত্তৰ-ৰজা
১৪। আমাৰ ভাৰতৰ সংবিধানখন লিখিত নে অলিখিত ?
লিখিত
অলিখিত
এটাও নহয়
উত্তৰ-লিখিত
১৫। ছুইজাৰলেণ্ডৰ সংবিধানখন লিখিত নে অলিখিত ?
লিখিত
অলিখিত
ওপৰৰ দুয়োটা
উত্তৰ-লিখিত
১৬। অনমনীয় সংবিধানৰ বৈশিষ্ট্য় হৈছে--
অনমনীয় সংবিধানত সহজে সংশোধন কৰিব পৰা ব্য়ৱস্থা থাকে
অনমনীয় সংবিধানত কোনো বিষয় লিখিত ৰূপত নাথাকে
অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল
উত্তৰ-অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল
১৭। সংবিধান কেই প্ৰকাৰৰ ?
২ প্ৰকাৰৰ
৩ প্ৰকাৰৰ
৪ প্ৰকাৰৰ
উত্তৰ-৪ প্ৰকাৰৰ
১৮। সংবিধানৰ প্ৰকাৰৰ কেইটা হ'ল ----
কাৰ্যপালিকা, বিধানমণ্ডল, ন্য়ায়পালিকা
লিখিত, অলিখিত, নমনীয়, অনমনীয়
ওপৰৰ এটাও নহয়
উত্তৰ-লিখিত, অলিখিত, নমনীয়, অনমনীয়
১৯। সংবিধানে দেশৰ নাগৰিকসকলৰ অধিকাৰ আৰু ব্য়ক্তিগত স্বাধীনতা কি কৰে ?
সহায় কৰে
ধ্বংস কৰে
সুৰক্ষিত কৰে
উত্তৰ-সুৰক্ষিত কৰে
২০। ৰাষ্ট্ৰ এখন সুকলমে পৰিচালিত কৰিবৰ বাবে কিহৰ প্ৰয়োজন হয় ?
মন্ত্ৰীৰ
সংবিধানৰ
প্ৰধান মন্ত্ৰীৰ
উত্তৰ- সংবিধানৰ
0 Comments