সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা


১। ৰাষ্ট্ৰ কি ?

সংবিধান

সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক অনুষ্ঠান

এটাও নহয়

উত্তৰ-সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক অনুষ্ঠান

২। সাধাৰণ অৰ্থত সংবিধান কি ?

কিছুমান নিয়মাৱলীৰ সমষ্টি

সংশোধন

এটাও নহয়

উত্তৰ-কিছুমান নিয়মাৱলীৰ সমষ্টি

৩। সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ?

পুনৰাবৰ্তন

নিৰ্ধাৰণ

এটাও নহয়

উত্তৰ-এটাও নহয়

৪। আমাৰ চুবুৰীয়া ৰাজ্য় নেপালত কি প্ৰচলন আছিল ?

ৰাজতন্ত্ৰ

সমাজতন্ত্ৰ

এটাও নহয়

উত্তৰ-ৰাজতন্ত্ৰ

৫। কিমান চনত নেপালত ৰাজতন্ত্ৰৰ অৱসান ঘটাই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰে ?

২০০৬ চনত

২০০৮ চনত

এটাও নহয়

উত্তৰ-২০০৮ চনত

৬। যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাক কি বোলে ?

সংশোধন

সংবিধান

এটাও নহয়

উত্তৰ-এটাও নহয়

৭। আধুনিক যুগৰ প্ৰথম লিখিত সংবিধানখন ক'ত আছে ?

ভাৰতত

আমেৰিকা যুক্তৰাষ্ট্ৰত

এটাও নহয়

উত্তৰ-আমেৰিকা যুক্তৰাষ্ট্ৰত

৮। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন ___________ সংবিধান ।

অনমনীয়

নমনীয়

এটাও নহয়

উত্তৰ-অনমনীয়

৯। ৰাষ্ট্ৰ এখন সুকলমে পৰিচালিত হ'বলৈ কিহৰ প্ৰয়োজন ? 

সংবিধানৰ

বিধান মণ্ডলৰ

এটাও নহয়

উত্তৰ-সংবিধানৰ

১০। সংবিধানে দেশৰ নাগৰিকসকলৰ __________ আৰু ______________ সুৰক্ষিত কৰে ।

অধিকাৰ আৰু ব্য়ক্তিগত স্বাধীনতা

নিৰ্বাচন আৰু নিৰ্দেশনা

এটাও নহয়

উত্তৰ-অধিকাৰ আৰু ব্য়ক্তিগত স্বাধীনতা

১১। ভাৰতৰ সংবিধান নমনীয় নে অনমনীয় ?

নমনীয়

অনমনীয়

নমনীয় আৰু অনমনীয় সংবিধানৰ সংমিশ্ৰণ

উত্তৰ-নমনীয় আৰু অনমনীয় সংবিধানৰ সংমিশ্ৰণ

১২। পৃথিৱীৰ সংবিধানসমূহৰ ভিতৰত কোনখন সংবিধান উল্লেখযোগ্য় নমনীয় সংবিধান ?

আমেৰিকা যুক্তৰাষ্ট্ৰ

ভাৰত

ইংলেণ্ড

উত্তৰ-ইংলেণ্ড

১৩। ১৯৯০ চনৰ সংবিধান মতে ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ অধিকাৰী কোন আছিল ?

প্ৰজাসকল

ৰজা

ৰজাৰ জীয়েক আৰু পুতেক

উত্তৰ-ৰজা

১৪। আমাৰ ভাৰতৰ সংবিধানখন লিখিত নে অলিখিত ?

লিখিত

অলিখিত

এটাও নহয়

উত্তৰ-লিখিত

১৫। ছুইজাৰলেণ্ডৰ সংবিধানখন লিখিত নে অলিখিত ?

লিখিত

অলিখিত

ওপৰৰ দুয়োটা

উত্তৰ-লিখিত

১৬। অনমনীয় সংবিধানৰ বৈশিষ্ট্য় হৈছে--

অনমনীয় সংবিধানত সহজে সংশোধন কৰিব পৰা ব্য়ৱস্থা থাকে

অনমনীয় সংবিধানত কোনো বিষয় লিখিত ৰূপত নাথাকে

অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল

উত্তৰ-অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল

১৭। সংবিধান কেই প্ৰকাৰৰ ?

২ প্ৰকাৰৰ

৩ প্ৰকাৰৰ

৪ প্ৰকাৰৰ

উত্তৰ-৪ প্ৰকাৰৰ

১৮। সংবিধানৰ প্ৰকাৰৰ কেইটা হ'ল ----

কাৰ্যপালিকা, বিধানমণ্ডল, ন্য়ায়পালিকা

লিখিত, অলিখিত, নমনীয়, অনমনীয়

ওপৰৰ এটাও নহয়

উত্তৰ-লিখিত, অলিখিত, নমনীয়, অনমনীয়

১৯। সংবিধানে দেশৰ নাগৰিকসকলৰ অধিকাৰ আৰু ব্য়ক্তিগত স্বাধীনতা কি কৰে ?

সহায় কৰে

ধ্বংস কৰে

সুৰক্ষিত কৰে

 উত্তৰ-সুৰক্ষিত কৰে

২০। ৰাষ্ট্ৰ এখন সুকলমে পৰিচালিত কৰিবৰ বাবে কিহৰ প্ৰয়োজন হয় ?

মন্ত্ৰীৰ

সংবিধানৰ

প্ৰধান মন্ত্ৰীৰ

উত্তৰ- সংবিধানৰ