ভাৰতীয় সংবিধান

 


১। ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল ?

১৯০৫ চনত ২৬ জানুৱাৰী তাৰিখে

১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে

এটাও নহয়

উত্তৰ-১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে

২। কিমান চনত মহাত্মা গান্ধীয়ে দেশখনৰ বাবে ভাৰতীয়সকলে নিজে ৰচনা কৰা এখন সংবিধানৰ দাবী কৰিছিল ?

১৯২২ চনত

১৯১২ চনত

এটাও নহয়

উত্তৰ-১৯২২ চনত

৩। কিমান চনৰ আইন মতে ভাৰতত সদস্য় নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয় ?

১৯১৯ চনৰ

১৯৩৫ চনৰ

এটাও নহয়

উত্তৰ-এটাও নহয়

৪। ১৯৪৭ চনৰ ২৯ আগষ্টত কাক সভাপতিৰূপে লৈ ৬ জন সদস্য়ৰ দ্বাৰা এখন খুচুৰা কমিটি প্ৰস্তুত কৰা হৈছিল ?

ড° ৰাজেন্দ্ৰ প্ৰসাদক

ড° ভীমৰাও আম্বেদকাৰক

এটাও নহয়

উত্তৰ-ড° ভীমৰাও আম্বেদকাৰক

৫। জাতীয় সংহতিত অৰিহণা যোগাবলৈ ____________ এক উল্লেখযোগ্য় আদৰ্শ হিচাপে গ্ৰহণ কৰা হৈছে ।

ভ্ৰাতৃত্ববোধক

ধৰ্ম নিৰপেক্ষক

এটাও নহয়

উত্তৰ-ভ্ৰাতৃত্ববোধক

৬। কিমান চনত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰৱৰ্তন কৰা কিছুমান নীতিৰ বিৰুদ্ধে একাংশ ভাৰতীয় জনগণে বিদ্ৰোহ কৰিছিল ?

১৮৫৮ চনত

১৮৫৭ চনত

এটাও নহয়

উত্তৰ-১৮৫৭ চনত

৭। ১৯০৯ চনত ভাৰত চৰকাৰ আইন গৃহীত কৰা হৈছিল যদিও ভাৰতীয়সকল তাত সন্তুষ্ট হোৱা নাছিল । এই আইনখনক কি বুলিও জনা যায় ?

মলে মিণ্টো সংস্কাৰ আইন

ভাৰত পৰিষদ আইন

এটাও নহয়

উত্তৰ-মলে মিণ্টো সংস্কাৰ আইন

৮। ১৯৪৬ চনত কোন ভাৰতলৈ আহে আৰু ভাৰতৰ বাবে এক সুকীয়া সংবিধান ৰচনা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায় ?

ড° ভীমৰাও আম্বেদকাৰ

ড° ৰাজেন্দ্ৰ প্ৰসাদ

এটাও নহয়

উত্তৰ-এটাও নহয়

৯। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন ?

ড° ভীমৰাও আম্বেদকাৰ

ড° ৰাজেন্দ্ৰ প্ৰসাদ

এটাও নহয়

উত্তৰ-ড° ৰাজেন্দ্ৰ প্ৰসাদ

১০। সংবিধানৰ প্ৰস্তাৱনাটিক কি বুলিও ক'ব পাৰি ? 

সংবিধানৰ দাপোন

সমতা

এটাও নহয়

উত্তৰ-সংবিধানৰ দাপোন

১১। চিপাহী বিদ্ৰোহৰ অন্তত ভাৰতৰ শাসনভাৰ কাৰ হাতলৈ যায় ?

ইংৰাজৰ হাতলৈ

বৃটিছৰ হাতলৈ

ফৰাচী হাতলৈ

উত্তৰ-বৃটিছৰ হাতলৈ

১২। সংবিধানক ইংৰাজীত কি বুলি কয় ?

Constitution

Govenment

Private

উত্তৰ-Constitution

১৩। কিমান চনত বৃটিছ চৰকাৰে 'ভাৰত পৰিষদ আইন' গ্ৰহণ কৰ ?

১৮৬১ চনত

১৮৯২ চনত

১৯০৯ চনত

উত্তৰ-১৮৬১ চনত

১৪। ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ সময়ত বৃটিছ সংবিধানৰ পৰা কি ধাৰণা গ্ৰহণ কৰা হৈছে ?

ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি

মৌলিক অধিকাৰ

সংসদীয় গণতন্ত্ৰ

উত্তৰ-সংসদীয় গণতন্ত্ৰ

১৫। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল ?

ভীমৰাও আম্বেদকাৰ

জৱাহৰলাল নেহৰু

ৰাজেন্দ্ৰ প্ৰসাদ

উত্তৰ-জৱাহৰলাল নেহৰু

১৬। কিমান চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এখন সংবিধান সভা গঠনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে ?

১৯২৮ চনত

১৯২৭ চনত

১৯৩৪ চনত

উত্তৰ-১৯৩৪ চনত

১৭। ড॰ ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম কি ?

ড॰ ৰাজেন্দ্ৰ প্ৰসাদ

বাবাচাহেব ভীমৰাও আম্বেদকাৰ

জৱাহৰলাল নেহৰু

উত্তৰ-বাবাচাহেব ভীমৰাও আম্বেদকাৰ

১৮। দ্ধিতীয় মহাযুদ্ধ কিমান চনত হয় ?

 ১৯৩৯ চনত

১৯৪৫ চনত

১০৪০ চনত

উত্তৰ-১৯৩৯ চনত

১৯। ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ উৎস হৈছে------

সাৰ্বভৌম

সমতাৰ

জনসাধাৰণ

উত্তৰ-জনসাধাৰণ

২০। পঞ্চমত ভাৰতক কি হিচাপে গ্ৰহণ কৰা হয় ?

ধৰ্ম নিৰপেক্ষ

গণৰাজ্য়

গণতান্ত্ৰিক

উত্তৰ-গণতান্ত্ৰিক