ভাৰতীয় সংবিধান
১। ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল ?
১৯০৫ চনত ২৬ জানুৱাৰী তাৰিখে
১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে
এটাও নহয়
উত্তৰ-১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে
২। কিমান চনত মহাত্মা গান্ধীয়ে দেশখনৰ বাবে ভাৰতীয়সকলে নিজে ৰচনা কৰা এখন সংবিধানৰ দাবী কৰিছিল ?
১৯২২ চনত
১৯১২ চনত
এটাও নহয়
উত্তৰ-১৯২২ চনত
৩। কিমান চনৰ আইন মতে ভাৰতত সদস্য় নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয় ?
১৯১৯ চনৰ
১৯৩৫ চনৰ
এটাও নহয়
উত্তৰ-এটাও নহয়
৪। ১৯৪৭ চনৰ ২৯ আগষ্টত কাক সভাপতিৰূপে লৈ ৬ জন সদস্য়ৰ দ্বাৰা এখন খুচুৰা কমিটি প্ৰস্তুত কৰা হৈছিল ?
ড° ৰাজেন্দ্ৰ প্ৰসাদক
ড° ভীমৰাও আম্বেদকাৰক
এটাও নহয়
উত্তৰ-ড° ভীমৰাও আম্বেদকাৰক
৫। জাতীয় সংহতিত অৰিহণা যোগাবলৈ ____________ এক উল্লেখযোগ্য় আদৰ্শ হিচাপে গ্ৰহণ কৰা হৈছে ।
ভ্ৰাতৃত্ববোধক
ধৰ্ম নিৰপেক্ষক
এটাও নহয়
উত্তৰ-ভ্ৰাতৃত্ববোধক
৬। কিমান চনত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰৱৰ্তন কৰা কিছুমান নীতিৰ বিৰুদ্ধে একাংশ ভাৰতীয় জনগণে বিদ্ৰোহ কৰিছিল ?
১৮৫৮ চনত
১৮৫৭ চনত
এটাও নহয়
উত্তৰ-১৮৫৭ চনত
৭। ১৯০৯ চনত ভাৰত চৰকাৰ আইন গৃহীত কৰা হৈছিল যদিও ভাৰতীয়সকল তাত সন্তুষ্ট হোৱা নাছিল । এই আইনখনক কি বুলিও জনা যায় ?
মলে মিণ্টো সংস্কাৰ আইন
ভাৰত পৰিষদ আইন
এটাও নহয়
উত্তৰ-মলে মিণ্টো সংস্কাৰ আইন
৮। ১৯৪৬ চনত কোন ভাৰতলৈ আহে আৰু ভাৰতৰ বাবে এক সুকীয়া সংবিধান ৰচনা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায় ?
ড° ভীমৰাও আম্বেদকাৰ
ড° ৰাজেন্দ্ৰ প্ৰসাদ
এটাও নহয়
উত্তৰ-এটাও নহয়
৯। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন ?
ড° ভীমৰাও আম্বেদকাৰ
ড° ৰাজেন্দ্ৰ প্ৰসাদ
এটাও নহয়
উত্তৰ-ড° ৰাজেন্দ্ৰ প্ৰসাদ
১০। সংবিধানৰ প্ৰস্তাৱনাটিক কি বুলিও ক'ব পাৰি ?
সংবিধানৰ দাপোন
সমতা
এটাও নহয়
উত্তৰ-সংবিধানৰ দাপোন
১১। চিপাহী বিদ্ৰোহৰ অন্তত ভাৰতৰ শাসনভাৰ কাৰ হাতলৈ যায় ?
ইংৰাজৰ হাতলৈ
বৃটিছৰ হাতলৈ
ফৰাচী হাতলৈ
উত্তৰ-বৃটিছৰ হাতলৈ
১২। সংবিধানক ইংৰাজীত কি বুলি কয় ?
Constitution
Govenment
Private
উত্তৰ-Constitution
১৩। কিমান চনত বৃটিছ চৰকাৰে 'ভাৰত পৰিষদ আইন' গ্ৰহণ কৰ ?
১৮৬১ চনত
১৮৯২ চনত
১৯০৯ চনত
উত্তৰ-১৮৬১ চনত
১৪। ভাৰতীয় সংবিধান প্ৰস্তুত কৰাৰ সময়ত বৃটিছ সংবিধানৰ পৰা কি ধাৰণা গ্ৰহণ কৰা হৈছে ?
ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি
মৌলিক অধিকাৰ
সংসদীয় গণতন্ত্ৰ
উত্তৰ-সংসদীয় গণতন্ত্ৰ
১৫। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল ?
ভীমৰাও আম্বেদকাৰ
জৱাহৰলাল নেহৰু
ৰাজেন্দ্ৰ প্ৰসাদ
উত্তৰ-জৱাহৰলাল নেহৰু
১৬। কিমান চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এখন সংবিধান সভা গঠনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে ?
১৯২৮ চনত
১৯২৭ চনত
১৯৩৪ চনত
উত্তৰ-১৯৩৪ চনত
১৭। ড॰ ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম কি ?
ড॰ ৰাজেন্দ্ৰ প্ৰসাদ
বাবাচাহেব ভীমৰাও আম্বেদকাৰ
জৱাহৰলাল নেহৰু
উত্তৰ-বাবাচাহেব ভীমৰাও আম্বেদকাৰ
১৮। দ্ধিতীয় মহাযুদ্ধ কিমান চনত হয় ?
১৯৩৯ চনত
১৯৪৫ চনত
১০৪০ চনত
উত্তৰ-১৯৩৯ চনত
১৯। ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ উৎস হৈছে------
সাৰ্বভৌম
সমতাৰ
জনসাধাৰণ
উত্তৰ-জনসাধাৰণ
২০। পঞ্চমত ভাৰতক কি হিচাপে গ্ৰহণ কৰা হয় ?
ধৰ্ম নিৰপেক্ষ
গণৰাজ্য়
গণতান্ত্ৰিক
0 Comments