সাগৰ-মহাসাগৰ


১। ভূ-পৃষ্ঠৰ প্ৰায় কিমান শতাংশ ঠাই জলভাগে আগুৰি আছে ?

৮০ শতাংশ

৭১ শতাংশ

এটাও নহয়

উত্তৰ-৭১ শতাংশ

২। সাগৰ-মহাসাগৰৰ পানী কেনেধৰণৰ ?

লুণীয়া

নিৰ্মল

এটাও নহয়

উত্তৰ-লুণীয়া

৩। পৃথিৱীৰ উপৰিভাগৰ বিস্তৃৰ্ণ জলভাগক কেইটা ভাগত ভগোৱা আছে ?

সাতটা ভাগত

পাঁচটা ভাগত

এটাও নহয়

উত্তৰ-পাঁচটা ভাগত

৪। আমাৰ দেশ ভাৰতৰ সীমা চুই থকা সাগৰখনৰ নাম কি ?

বংগোপসাগৰ

প্ৰশান্ত মহাসাগৰ

এটাও নহয়

উত্তৰ-বংগোপসাগৰ

৫। উৎপত্তিৰে পৰা এতিয়ালৈকে পৃথিৱীয়ে কিমান বছৰ অতিক্ৰম কৰিছে ?

প্ৰায় ৪৪৫ বিলিয়ন বছৰ

প্ৰায় ৪৫৪ বিলিয়ন বছৰ

এটাও নহয়

উত্তৰ-প্ৰায় ৪৫৪ বিলিয়ন বছৰ

৬। কিমান চনৰ কিমান তাৰিখে চুনামীয়ে পূব উপকূল অঞ্চলত মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল ?

২০০৪ চনৰ ২৬ ডিচেম্বৰ তাৰিখে

২০০১ চনৰ ২৬ ডিচেম্বৰ তাৰিখে

এটাও নহয়

উত্তৰ-২০০৪ চনৰ ২৬ ডিচেম্বৰ তাৰিখে

৭। চুনামী এটা কি শব্দ ?

ভাৰতীয় শব্দ

জাপানী শব্দ

এটাও নহয়

উত্তৰ-জাপানী শব্দ

৮। সাধাৰণতে চুনামীৰ উচ্চতা কিমান মিটাৰ মান হোৱা দেখা যায় ?

৭০ মিটাৰ

১৫ মিটাৰ

এটাও নহয়

উত্তৰ-১৫ মিটাৰ

৯। সূৰ্য চন্দ্ৰতকৈ কিমান ডাঙৰ ?

২৯ গুন ডাঙৰ

২৭ মিলিয়ন গুন ডাঙৰ

এটাও নহয়

উত্তৰ-২৭ মিলিয়ন গুন ডাঙৰ

১০। আমাৰ দেশৰ কোন অঞ্চলৰপৰা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ আহৰণ কৰা হৈছে ?

মুম্বাই আৰু উৰিষ্য়া

ডিগবৈ আৰু উৰিষ্য়া

এটাও নহয়

উত্তৰ-মুম্বাই আৰু উৰিষ্য়া

১১। নীলা গ্ৰহ বুলি কাক কোৱা হয় ?

মংগল গ্ৰহক

পৃথিৱী গ্ৰহক

শনি গ্ৰহক

উত্তৰ-পৃথিৱী গ্ৰহক

১২। দক্ষিণ মহাসাগৰখন কিমান ডিগ্ৰী দ্ৰাঘিমাংশত অৱস্থিত ?

২৩ ডিগ্ৰী

৭০ ডিগ্ৰী

৬০ ডিগ্ৰী

উত্তৰ-৬০ ডিগ্ৰী

১৩। তিনিওফালে স্থলভাগে আগুৰি থকা সাগৰ-মহাসাগৰৰ একোটা অংশক কি বুলি কোৱা হয় ?

মহাসাগৰ

উপসাগৰ

সাগৰ

উত্তৰ-উপসাগৰ

১৪। বংগোপসাগৰ খন এখন কি ?

সাগৰ

মহাসাগৰ

উপসাগৰ

উত্তৰ-উপসাগৰ

১৫। চুনামী শব্দৰ অৰ্থ কি ?

পোতাশ্ৰয়ৰ ঢৌ

সাগৰৰ ঢৌ

ভূমিকম্প

উত্তৰ-পোতাশ্ৰয়ৰ ঢৌ

১৬। চুনামীৰ গতিবেগ ঘণ্টাত কিমান হয় ?

৫০০ কিল'মিটাৰ

৬০০ কিল'মিটাৰ

৭০০ কিল'মিটাৰ

উত্তৰ-৭০০ কিল'মিটাৰ

১৭। দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা-নমা কৰাটো কি বুলি কয় ?

সাগৰীয় সোঁত

জোৱাৰ-ভাটা

ঢৌ বোলে

উত্তৰ-জোৱাৰ-ভাটা

১৮। সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয়---

মেৰু অঞ্চলত

নিৰক্ষীয় অঞ্চলত

এটাও নহয়

উত্তৰ-মেৰু অঞ্চলত

১৯। সাঁতুৰিব পৰা সাগৰীয় প্ৰাণী হ'ল ---

নেকটন

বেনথ'জ

প্লেংকটন শ্ৰেণীৰ

উত্তৰ-নেকটন

২০। সাগৰীয় উদ্ভিদ আৰু প্ৰাণীবোৰক কেই ভাগত ভাগ কৰিব পাৰি ?

দুই ভাগত

তিনি ভাগত

চাৰি ভাগত

উত্তৰ-তিনি ভাগত