সাগৰ-মহাসাগৰ
১। ভূ-পৃষ্ঠৰ প্ৰায় কিমান শতাংশ ঠাই জলভাগে আগুৰি আছে ?
৮০ শতাংশ
৭১ শতাংশ
এটাও নহয়
উত্তৰ-৭১ শতাংশ
২। সাগৰ-মহাসাগৰৰ পানী কেনেধৰণৰ ?
লুণীয়া
নিৰ্মল
এটাও নহয়
উত্তৰ-লুণীয়া
৩। পৃথিৱীৰ উপৰিভাগৰ বিস্তৃৰ্ণ জলভাগক কেইটা ভাগত ভগোৱা আছে ?
সাতটা ভাগত
পাঁচটা ভাগত
এটাও নহয়
উত্তৰ-পাঁচটা ভাগত
৪। আমাৰ দেশ ভাৰতৰ সীমা চুই থকা সাগৰখনৰ নাম কি ?
বংগোপসাগৰ
প্ৰশান্ত মহাসাগৰ
এটাও নহয়
উত্তৰ-বংগোপসাগৰ
৫। উৎপত্তিৰে পৰা এতিয়ালৈকে পৃথিৱীয়ে কিমান বছৰ অতিক্ৰম কৰিছে ?
প্ৰায় ৪৪৫ বিলিয়ন বছৰ
প্ৰায় ৪৫৪ বিলিয়ন বছৰ
এটাও নহয়
উত্তৰ-প্ৰায় ৪৫৪ বিলিয়ন বছৰ
৬। কিমান চনৰ কিমান তাৰিখে চুনামীয়ে পূব উপকূল অঞ্চলত মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল ?
২০০৪ চনৰ ২৬ ডিচেম্বৰ তাৰিখে
২০০১ চনৰ ২৬ ডিচেম্বৰ তাৰিখে
এটাও নহয়
উত্তৰ-২০০৪ চনৰ ২৬ ডিচেম্বৰ তাৰিখে
৭। চুনামী এটা কি শব্দ ?
ভাৰতীয় শব্দ
জাপানী শব্দ
এটাও নহয়
উত্তৰ-জাপানী শব্দ
৮। সাধাৰণতে চুনামীৰ উচ্চতা কিমান মিটাৰ মান হোৱা দেখা যায় ?
৭০ মিটাৰ
১৫ মিটাৰ
এটাও নহয়
উত্তৰ-১৫ মিটাৰ
৯। সূৰ্য চন্দ্ৰতকৈ কিমান ডাঙৰ ?
২৯ গুন ডাঙৰ
২৭ মিলিয়ন গুন ডাঙৰ
এটাও নহয়
উত্তৰ-২৭ মিলিয়ন গুন ডাঙৰ
১০। আমাৰ দেশৰ কোন অঞ্চলৰপৰা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ আহৰণ কৰা হৈছে ?
মুম্বাই আৰু উৰিষ্য়া
ডিগবৈ আৰু উৰিষ্য়া
এটাও নহয়
উত্তৰ-মুম্বাই আৰু উৰিষ্য়া
১১। নীলা গ্ৰহ বুলি কাক কোৱা হয় ?
মংগল গ্ৰহক
পৃথিৱী গ্ৰহক
শনি গ্ৰহক
উত্তৰ-পৃথিৱী গ্ৰহক
১২। দক্ষিণ মহাসাগৰখন কিমান ডিগ্ৰী দ্ৰাঘিমাংশত অৱস্থিত ?
২৩ ডিগ্ৰী
৭০ ডিগ্ৰী
৬০ ডিগ্ৰী
উত্তৰ-৬০ ডিগ্ৰী
১৩। তিনিওফালে স্থলভাগে আগুৰি থকা সাগৰ-মহাসাগৰৰ একোটা অংশক কি বুলি কোৱা হয় ?
মহাসাগৰ
উপসাগৰ
সাগৰ
উত্তৰ-উপসাগৰ
১৪। বংগোপসাগৰ খন এখন কি ?
সাগৰ
মহাসাগৰ
উপসাগৰ
উত্তৰ-উপসাগৰ
১৫। চুনামী শব্দৰ অৰ্থ কি ?
পোতাশ্ৰয়ৰ ঢৌ
সাগৰৰ ঢৌ
ভূমিকম্প
উত্তৰ-পোতাশ্ৰয়ৰ ঢৌ
১৬। চুনামীৰ গতিবেগ ঘণ্টাত কিমান হয় ?
৫০০ কিল'মিটাৰ
৬০০ কিল'মিটাৰ
৭০০ কিল'মিটাৰ
উত্তৰ-৭০০ কিল'মিটাৰ
১৭। দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা-নমা কৰাটো কি বুলি কয় ?
সাগৰীয় সোঁত
জোৱাৰ-ভাটা
ঢৌ বোলে
উত্তৰ-জোৱাৰ-ভাটা
১৮। সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয়---
মেৰু অঞ্চলত
নিৰক্ষীয় অঞ্চলত
এটাও নহয়
উত্তৰ-মেৰু অঞ্চলত
১৯। সাঁতুৰিব পৰা সাগৰীয় প্ৰাণী হ'ল ---
নেকটন
বেনথ'জ
প্লেংকটন শ্ৰেণীৰ
উত্তৰ-নেকটন
২০। সাগৰীয় উদ্ভিদ আৰু প্ৰাণীবোৰক কেই ভাগত ভাগ কৰিব পাৰি ?
দুই ভাগত
তিনি ভাগত
চাৰি ভাগত
উত্তৰ-তিনি ভাগত
0 Comments