১। ইষ্ট ইণ্ডিয়া ক'ম্পেনি কি উদ্দেশ্য ভাৰতবৰ্ষলৈ আহিছিল ?

a) খেতি-বাতি

b) বেহা-বেপাৰৰ

c) হাজিৰা

Ans: বেহা-বেপাৰৰ


২। কিমান চনত ইষ্ট ইণ্ডিয়া কম্পেনি ভাৰতৰলৈ আহিছিল ?

a) ১৭০০ খ্ৰি.ত

b) ১৬০০ খ্ৰি.ত

c) ১৮০০ খ্ৰি.ত

Ans: ১৬০০ খ্ৰি.ত


৩।  তলৰ ক'ত প্ৰথম বিধৱা বিবাহ সম্পন্ন হৈছিল ?

a) অন্ধপ্ৰদেশ

b) কলিকতাত

c) অসম

Ans: কলিকতাত


৪। কিমান খ্ৰি.ৰ পৰা বিদ্ৰোহে ভাৰতত জাতীয়তাবাদৰ সূচনা কৰে ?

a) ১৮৫৬ খ্ৰি.ৰ

b) ১৮৪৫ খ্ৰি.ৰ

c) ১৮৫৭ খ্ৰি.ৰ

Ans: ১৮৫৭ খ্ৰি.ৰ


৫। তলৰ কোনজন লোকৰ ১৮৩১ চনত মৃত্যু হয় ?

a) ৰাজা ৰামমোহন ৰয়

b) হেনৰি লুই ভিভিয়ান

c) নানাচাহেব

Ans: হেনৰি লুই ভিভিয়ান


৬। ১৮৫৭ খ্ৰি.ৰ বিদ্ৰোহৰ আনএটা কাৰণ কি ?

a) সৈনিক সকলৰ মাজত সন্তুষ্টি

b) সৈনিক সকলৰ মাজত অসন্তুষ্টি

c) সৈনিক সকলৰ মাজত আনন্দ

Ans: সৈনিক সকলৰ মাজত অসন্তুষ্টি


৭। ইংৰাজসকল ভাৰতবৰ্ষত বসতি স্থাপন কৰিবলৈ  

a) আহিছিল

b) নাই

c) ওপৰৰ গোটেই কেইটা

Ans: নাই


৮। ইংৰাজসকলৰ মূল লক্ষ্য কি আছিল ?

a) সাম্ৰাজ্যবাদ

b) জাতীয়তা বাদ

c) মোগল বাদ

Ans: সাম্ৰাজ্যবাদ


৯। ভাৰতীয় চিপাহীৰ বাবে ইংৰাজে কি নীতি গ্ৰহণ কৰে ?

a) জাতীয়তা বাদ

b) বৈষম্যমূলক

c) সাম্ৰাজ্যবাদ

Ans: বৈষম্যমূলক


১০। এনফিল্ড ৰাইফল ব্যৱহাৰ কৰাৰ সময়ত গুলীটো কিহেৰে কামুৰিব লাগিছিল ?

a) দাঁতেৰে

b) নাকেৰে

c) হাতেৰে

Ans: দাঁতেৰে


১১। চিপাহী বিদ্ৰোহৰ প্ৰথম চহীদ কোন আছিল ?

a) ৰাণী লক্ষ্মীবাই

b) নানাচাহেব

c) মঙ্গল পাণ্ডে

Ans: মঙ্গল পাণ্ডে


১২। বাহদুৰ ছাহক যাবৎজীৱন কাৰদণ্ড দি কোনটো কাৰাগাৰত ৰাখিছিল ?

a) জুই কাৰাগাৰত

b) ৰেঙ্গুনৰ কাৰাগাৰত

c) ওপৰৰ এটাও নহয়

Ans: ৰেঙ্গুনৰ কাৰাগাৰত 


১৩। ইংৰাজ কৰ্মচাৰী জনক গুলীয়াবলৈ মঙ্গল পাণ্ডে কোনে সহায় কৰিছিল ?

a) ঈশ্বৰী পাণ্ডে

b) দীলিপ পাণ্ডে

c) গৌতম পাণ্ডে

Ans: ঈশ্বৰী পাণ্ডে


১৪। বাহাদুৰ ছাহক ক'ত মৃত্যু হৈছিল ?

a) কাৰাগাৰত

b) কাৰাগাৰৰ বাহিৰত

c) ওপৰৰ এটাও নহয়

Ans: কাৰাগাৰত 


১৫। তলৰ কোনজনে বিদ্ৰোহৰ নেতৃত্ব দিয়া নাছিল ?

a) মঙ্গল পাণ্ডে

b) নানাচাহেব

c) তাঁতীয় টোপী

Ans: মঙ্গল পাণ্ডে