Chapter 14

 প্ৰাণীৰ পৰা পোৱা বস্তু



১) আন প্ৰাণীৰ পৰা মানুহে বহুত খোৱাবস্তু পায়?

 ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শুদ্ধ


২) এৰী আৰু মূগা সূতাক কি বুলি কোৱা হয় ? 

ক) পাত কোপোৰ

খ) ৰেছমী বা ছিল্ক

গ) ইয়াৰ বিতৰত এটাও নহয়

Ans: খ) ৰেছমী বা ছিল্ক


৩) পখিলাবোৰে পলুৰ জন্ম দিয়ে ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শুদ্ধ


৪) পলুবোৰে কি খায় ? 

ক) পাত

খ) ঘাঁহ- বন

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) পাত


৫) মানুহে কিছুমান প্ৰাণী পোহে বা  প্ৰতিপালন কৰে ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শুদ্ধ


৬) কিছুমান প্ৰাণীয়ে সকলো কাম কৰে?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহৰয়

Ans: ক) শুদ্ধ


৭) গাখীৰ আৰু খেতি বাবে কি জন্তু পোহে ?

ক) ছাগলী আৰু ঘোৰাঁ

খ) গৰু

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) গৰু


৮) কি জন্তু আবৰ্জনা খাই পৰিষ্কাৰ কৰে ?

ক) কাউৰী , শগুণ আদি

খ) শালিকা , বগলী আদি

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) কাউৰী , শগুণ আদি


৯) জোতা কি জন্তু পৰা লোৱা হয় ?

ক) গৰু

খ) ছাগলী

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) গৰু

 

১০) মৰুভূমিত মানুহে অহা - যোৱা কৰিবলৈ ঊট ব্যৱহাৰ কে ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

 Ans: ক) শুদ্ধ