প্ৰাথমিক চিকিৎসা
১। সাধাৰণতে প্ৰাথমিক চিকিৎসা সঁজুলি থকা বাকচটোত বেণ্ডেজ, কপাহ, দুখন কেঁচি, পটাছিয়াম-পাৰ-এনটিচেপটিক মলম ইত্যাদি থাকে।
1) হয়
2) নহয়
3) পাটোত দিয়া নাই
Ans: হয়
২। গাত গৰম পানী পৰিলে কি কৰা উচিত।
1) ঘৰতে থাকিব লাগে
2) বাহিৰত ওলাই ঘূৰিফূৰিব লাগে
3) চিকিৎসাৰ ওচৰলৈ যাব লাগে
Ans: চিকিৎসাৰ ওচৰলৈ যাব লাগে
৩। পোৰা ঠাইত বৰফ অথবা ঠাণ্ডা পানী লাগাই থাকিব লাগে নে নালাগে।
1) লাগে
2) নালাগে
3) একো কৰিব নালাগে
Ans: লাগে
৪। যদি কোনো ব্যক্তিৰ কাপোৰত জুই লাগে তেন্তে তৎক্ষণাৎ মজিয়াত বাগৰি দিব লাগে।
1) নালাগে
2) লাগে
3) একো কৰিব নালাগে
Ans: লাগে
৫। নাকেদি তেজ ওলোৱা ব্যক্তিজনক শৰীৰতকৈ মূৰটো বেছি তললৈ হেলনীয়া কৰি ওপমুৱাকৈ শুৱাই দিব লাগে।
1) লাগে
2) নালাগে
3) একো কৰিব নালাগে
Ans: লাগে
৬। নাকেদি তেজ ওলোৱা ৰোগীৰ মূৰত ঠাণ্ডা পানী ঢালি দিব লাগে।
1) লাগে
2) একো কৰিব নালাগে
3) নালাগে
Ans: লাগে
৭। নাকেদি তেজ ওলোৱা ৰোগীৰ নাকৰ ওপৰত ঠাণ্ডা পতি লগাব লাগে।
1) লাগে
2) নালাগে
3) একো কৰিব নালাগে
Ans: লাগে
৮। নাকেদি তেজ ওলোৱা ৰোগীৰ মূৰৰ তলত কোনো গাৰু আদি দিব নালাগে।
1) লাগে
2) নালাগে
3) একো কৰিব নালাগে
Ans: লাগে
৯। নাকেদি তেজ ওলোৱা ৰোগীৰ নাকত ভিতৰত আঙুলি আদি ভৰাব নালাগে।
1) লাগে
2) নালাগে
3) একো কৰিব নালাগে
Ans: নালাগে
১০। নাকেদি তেজ ওলোৱা ৰোগীয়ে নাকত হেঁচা, খুন্দা মৰা অথবা নাকত জোৰ পৰা কাম কৰিব নালাগে।
1) লালে
2) নালাগে
3) একো কৰিব নালাগে