প্ৰাথমিক চিকিৎসা 


১। সাধাৰণতে প্ৰাথমিক চিকিৎসা সঁজুলি থকা বাকচটোত বেণ্ডেজ, কপাহ, দুখন কেঁচি, পটাছিয়াম-পাৰ-এনটিচেপটিক মলম ইত্যাদি থাকে।

1) হয়

2) নহয়

3) পাটোত দিয়া নাই

Ans: হয়


২। গাত গৰম পানী পৰিলে কি কৰা উচিত।

1) ঘৰতে থাকিব লাগে

2) বাহিৰত ওলাই ঘূৰিফূৰিব লাগে

3) চিকিৎসাৰ ওচৰলৈ যাব লাগে

Ans: চিকিৎসাৰ ওচৰলৈ যাব লাগে


৩। পোৰা ঠাইত বৰফ অথবা ঠাণ্ডা পানী লাগাই থাকিব লাগে নে নালাগে।

1) লাগে

2) নালাগে

3) একো কৰিব নালাগে

Ans: লাগে


৪। যদি কোনো ব্যক্তিৰ কাপোৰত জুই লাগে তেন্তে তৎক্ষণাৎ মজিয়াত বাগৰি দিব লাগে।

1) নালাগে

2) লাগে

3) একো কৰিব নালাগে

Ans: লাগে


৫। নাকেদি তেজ ওলোৱা ব্যক্তিজনক শৰীৰতকৈ মূৰটো বেছি তললৈ হেলনীয়া কৰি ওপমুৱাকৈ শুৱাই দিব লাগে।

1) লাগে

2) নালাগে

3) একো কৰিব নালাগে

Ans: লাগে


৬। নাকেদি তেজ ওলোৱা ৰোগীৰ মূৰত ঠাণ্ডা পানী ঢালি দিব লাগে।

1) লাগে

2) একো কৰিব নালাগে

3) নালাগে

Ans: লাগে


৭। নাকেদি তেজ ওলোৱা ৰোগীৰ নাকৰ ওপৰত ঠাণ্ডা পতি লগাব লাগে।

1) লাগে

2) নালাগে

3) একো কৰিব নালাগে

Ans: লাগে


৮। নাকেদি তেজ ওলোৱা ৰোগীৰ মূৰৰ তলত কোনো গাৰু আদি দিব নালাগে।

1) লাগে

2) নালাগে

3) একো কৰিব নালাগে

Ans: লাগে


৯। নাকেদি তেজ ওলোৱা ৰোগীৰ নাকত ভিতৰত আঙুলি আদি ভৰাব নালাগে।

1) লাগে

2) নালাগে

3) একো কৰিব নালাগে

Ans: নালাগে


১০। নাকেদি তেজ ওলোৱা ৰোগীয়ে নাকত হেঁচা, খুন্দা মৰা অথবা নাকত জোৰ পৰা কাম কৰিব নালাগে।

1) লালে

2) নালাগে

3) একো কৰিব নালাগে

Ans: নালাগে

Type Susmita Kakati