Chapter 16 

প্ৰদূষণ আৰু ভয়াবহতা



১। পৃথিৱীখনৰ বাযু, পানী আৰু মাটি নিজা নিজা কি আছে ?

(ক) চৰিএ আছে

(খ) গুণ আছে

(গ) কাম আছে

উত্তৰঃ (খ) গুণ আছে



২। বিশুদ্ধ বতাহ আৰু পানী কোনে কি নাই ?

(ক) গুণ নাই

(খ) কোনো বৰণ বা গোন্ধ নাই

(গ) কাম নাই

উত্তৰঃ (খ) কোনো বৰণ বা গোন্ধ নাই



৩। কাৰখানা পৰা আহা কিহে বায়ু আৰু পানী প্ৰদুষণ কৰে ?

(ক) বিষাক্ত ধোৱা আৰু বিষাক্ত তৰল পদাৰ্থ

(খ) বিষাক্ত তৰল পদাৰ্থ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বিষাক্ত ধোৱা আৰু বিষাক্ত তৰল পদাৰ্থ



৪। প্ৰাকৃতিক সম্পদ কোন বিলাক ?

(ক) বায়ু, পানী আৰু মাটি

(খ) প্লাষ্টিক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বায়ু, পানী আৰু মাটি



৫। কি কি বিশুদ্ধৰ বস্তুৰ বৰণ আৰু গোন্ধ নাই?

(ক) বিশুদ্ধ বতাহ আৰু পানী বৰণ আৰু গোন্ধ নাই

(খ) কল-কাৰাখানা গোন্ধ

(গ) গাড়ী-মটৰৰ ধোঁৱাৰ গোন্ধ

উত্তৰঃ (ক) বিশুদ্ধ বতাহ আৰু পানী বৰণ আৰু গোন্ধ নাই



৬। আমি কি প্ৰদূষণমুক্ত কৰিব নালাগে?

(ক) গাড়ী-মটৰৰ ধোঁৱাৰ গোন্ধ

(খ) বিশুদ্ধ বতাহ আৰু পানী বৰণ আৰু গোন্ধ নাই

(গ) বায়ু, পানী আৰু মাটি

উত্তৰঃ (গ) বায়ু, পানী আৰু মাটি



৭। কিহৰ কাৰণে মানুহৰ বেমাৰ আজাৰ হয়?

(ক) প্ৰদূষণৰ

(খ) প্লাষ্টিক, ৰবৰ

(গ) বিশুদ্ধ বতাহ

উত্তৰঃ (ক) প্ৰদূষণৰ



৮। কিহৰ দ্বাৰা মাটিৰ গাঁথনিত বাধা আহিছে?

(ক) প্ৰদূষণৰ

(খ) প্লাষ্টিক, ৰবৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) প্লাষ্টিক, ৰবৰ



৯।  কিহে বায়ু আৰু পানীৰ প্ৰকৃত গুণ নষ্ট কৰে?

(ক) উদ্যোগৰ পৰা অহা বিষাক্ত ধোঁৱা আৰু বিষাক্ত তৰল পৰ্দাথ

(খ) নলা-নদৰ্মা পৰা অহা লেতেৰা জাৱৰ-জোথৰ আৰু

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) উদ্যোগৰ পৰা অহা বিষাক্ত ধোঁৱা আৰু বিষাক্ত তৰল পৰ্দাথ



১০। কিহৰ দ্বাৰা বায়ু, পানী আৰু মাটিৰ নিজা গুণবোৰ নষ্ট হ'ব ধৰিছে?

(ক) জীৱ-জন্তুৰ দ্বাৰা

(খ) মানুহৰ দ্বাৰা

(গ) জাৱৰ-জোথৰ পৰা

উত্তৰঃ (খ) মানুহৰ দ্বাৰা



 Type: Pompi Hazarika