90% Common Question
HSLC 2016
১। ইৰাণৰ ৰাজধানীৰ নাম কি?
২। ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ চমু বিৱৰণ দিয়া।
৩। শ্বিৰীণ ইবাডিৰ এটি চমু পৰিচয় দিয়া।
HSLC 2017
১। 'তটৰেখা' কি?
২। 'পাৰস্যৰ এটা কথাই মোক সদাই আকৰ্ষণ কৰিছিল।' লেখকক কি এটা কথাই আকৰ্ষণ কৰিছিল?
৩। বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে?
HSLC 2018
১। পোনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক কোন আছিল?
২। জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।
৩। বেহেষ্ট-ই-জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে। লিখা।
HSLC 2019
১। ইৰাণৰ শাসক নাদিৰ শ্বাহৰ ৰাজত্বই ভাৰতবৰ্ষত কি বিভীষিকাৰ সৃষ্টি কৰিছিল?
২। তেলৰ বাবে চলোৱা খনন কাৰ্যত 'মাডলগিং' আহিলাসমূহৰ ভূমিকা কি?
HSLC 2020
১। ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্রতিষ্ঠাতা কোন?
৯। টেহৰাণৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা।
HSLC 2023
১। ইৰাণীসকলে নৱবৰ্ষক কি বোলে?
২। বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া।
Important Questions
1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
১। লেখকসকলে তেওঁলোকৰ ৰিগটোৰ পৰা আহি ক'ত অৱতৰণ কৰে?
২। লেখকে উল্লেখ কৰামতে তেওঁলোকৰ ৰিগটো ক'ত অৱস্থিত?
৩। বুশ্বেৰ কি?
৪। বুশ্বেৰৰ তাপমাত্রা কিমান ডিগ্রী ছেন্টিগ্রেড আছিল বুলি লিখকে কৈছে?
৫। মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি?
৬। মেহদি আৰু ঘাছেম কোন?
৭। ভেংকি ক'ত থাকে?
৮। মেহদি আৰু ঘাছেম ক'ত থাকে?
৯। বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল?
১০। লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?
১১। লিখকে বুশ্বেৰৰ পৰা টেহৰাণলৈ যাওঁতে কোনে দোভাষীৰ কাম কৰিছিল?
১২। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল কেন্দ্ৰ কি?
১৩। ভেংকিয়ে কি কৰে?
১৪। অবুজাৰ কোন?
১৫। 'আগা' শব্দৰ অৰ্থ কি?
১৬। ইৰাণী সকলৰ জনপ্রিয় খাদ্য কি?
১৭। বুশ্বেৰৰ কি ফল বিখ্যাত?
১৮। ভাৰতৰ পৰা যোৱা ইৰাণত জনপ্রিয় মলমটো কি?
১৯। ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে?
২০। ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?
২১। ইৰাণৰ দোকানৰ ছাইনবোর্ডবোৰ কি ভাষাত লিখা?
২২। কাৰ শাসনকালত জোৰষ্ট্ৰিয়ান ধৰ্মই ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰে?
২৩। কোন কোম্পানীৰ বিমানৰ ছিট লিখকসকলৰ বাবে | সংৰক্ষিত?
২৪। ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতুহল বৃদ্ধি কৰিছিল? |
২৫। ইৰাণত হোৱা ভূমিকম্পৰ বাবে দায়ী কি?
২৬। লেখকে ইৰাণৰ পৰা ক'লৈ আহিছে?
২৭। ইৰাণৰ কন্ট্রিমেনেজাৰ জনৰ নাম কি?
২৮। টেহৰাণক কাৰ লগত তুলনা কৰা হয়?
২৯। টেহৰাণত বিমান বন্দৰ কেইটা?
৩০। লেখকে থকা টেহৰাণৰ হোটেলখনৰ নাম কি?
৩১। ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰত অৱস্থিত?
৩২। ইৰাণ আৰু ইৰাকৰ মাজৰ যুদ্ধ কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিল?
৩৩। ইৰাণৰ সৈতে কোন কোন দেশৰ ব্যৱসায়িক সম্পর্ক আছে?
৩৪। ইলেক্ট্রনিক সামগ্ৰীৰ বজাৰ কোন দুটা কোম্পানীয়ে দখল কৰিছে?
২। ইৰাণৰ কেইখন মান ঠাইৰ নাম লিখা।
৩। স্লামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় ক'ত ক'ত আছে।
৪। তেলৰ বাবে চলোৱা খনন কার্যত 'মাডলগিং' আহিলাসমূহৰ ভূমিকা কি?
৫। ইৰাণী সকলে বছৰৰ শেষ বুধবাৰটোত কি কৰে?
৭। বিশ্বযুদ্ধই ইৰাণীসকলৰ ওপৰত কেনে প্রভাব পেলাইছিল লিখা।
৮। মিবৰীন ইৰাডি কোন? তেওঁৰ সংগ্ৰামৰ বিৰুদ্ধে পাঠ্যপুথিৰ। সহায়ত লিখা।
১০। ইৰাণী মহিলাৰ সাজ-পাৰ সম্পৰ্কত লিখা।
২। ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।
৩। 'পাৰস্যত এভুমুকি' পাঠটোৰ মূল কথাখিনি তোমাৰ নিজৰ ভাষাৰে চমুকৈ লিখা।
২। তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখাঃ খেলে মামনুন, মিৰচি ছালাম।
৩। তলত দিয়া শব্দকেইটাৰ প্ৰতীকী অর্থ কি?
চবজে, ছামানু, ছিব, জেনেজেভ, ছিৰ, ছমাক ছেৰকেহ।
৪। তলত দিয়া শব্দকেইটাত 'ষ' আৰু 'ণ' কিয় প্রয়োেগ হৈছে লিখা:
সম্ভাষণ, অন্বেষণ, গৱেষণা, অৱতৰণ।
৫। তলৰ শব্দকেইটাত কি প্রত্যয় প্রয়োগ হৈছে লিখা: