কানাইৰ চাতুৰী
90% Common Question
HSLC 2011
* কপিল মুনিৰ মাতৃৰ নাম কি?
* কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?
* তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।一 কোনে, কাক এনেদৰে কৈছিল, বুজাই লিখা।
* "মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম।"一বুজাই লিখা।
HSLC 2012
* কৃষ্ণই ক'লৈ গুচি যাব বুলি মাক যশোদাক কৈছে?
*"দুৰ্যশ কলংক দুখ সুমৰন্তে,"
一'সুমৰন্তে' শব্দৰ অৰ্থ লিখা।
* কৃষ্ণই বামন ৰূপ লৈ বলিক কিদৰে ছলনা কৰিছিল?
* শ্ৰীধৰ কন্দলিৰ চমু পৰিচয় দিয়া।
HSLC 2013
* কপিল মুনিৰ মাতৃৰ নাম কি?
* কি ৰূপ ধাৰণ কৰি কৃষ্ণই দেৱতাসকলক অমৃত খুৱাইছিল?
* তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।一 কোনে, কাক এনেদৰে কৈছিল, বুজাই লিখা।
* "কাঠ-বাঁজী বুলি জগতে হাসয়
দেখিলে সুমৰে হৰি"一কাঠ-বাঁজী বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে?
HSLC 2014
* অৰ্থ লিখাঃ一 বিগুটিয়া, তাসম্বাক।
* তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।一 কোনে, কাক এনেদৰে কৈছিল, বুজাই লিখা।
* কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ সহায়ত চমুকৈ বুজাই লিখা।
HSLC 2015
* অৰ্থ লিখাঃ一 চৌপৰ, ৰজনী।
*"কাঠ বাঁজী বুলি জগতে হাসয়
দেখিলে সুমৰি হৰি।
মই আসি তোৰ ঘৰে পুত্ৰ ভৈলো
সিটো দুখ দূৰ কৰি।।"一কবিতাফাকিৰ তাৎপৰ্য বিচাৰ কৰা।
*"মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম।"一কোন মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল 一 খৰচি মাৰি লিখা।
HSLC 2016
* কপিল মুনিৰ মাতৃৰ নাম কি?
* কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?
* "আন কাল যদি দোষ দেখা মোৰ
পাৰিবাহা মোক গালি।"一কোনে, কাক উদ্দেশ্য কৰি এইদৰে কৈছে বুজাই লিখা।
* মাকৰ কি গুনৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা।
HSLC 2017
* কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?
* কি ৰূপ ধাৰণ কৰি কৃষ্ণই দেৱতাসকলক অমৃত খুৱাইছিল?
* দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?
* 'গাততে পোততে পেটাৰি বান্ধন্তে
ধনত লাগিব জুই'一 ইয়াত কোনে, কিয় ধনত জুই লাগিব বুলি কৈছে?
HSLC 2018
* কপিল মুনিৰ মাতৃৰ নাম কি?
* কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ সহায়ত চমুকৈ বুজাই লিখা।
* 'কথাক কহন্তে ক্ৰন্দন আসয়
যত অপমান পাওঁ।'一ইয়াত কোনে, কি অপমান পোৱাৰ কথা কোৱা হৈছে?
HSLC 2019
* "ব্ৰহ্মা আদি কৰি যত চৰাচৰ
মোক সেৱা কৰি যাই।"一 ইয়াত ব্ৰহ্মা আদি চৰাচৰে কাক সেৱা কৰে?
*"মোহোৰ মুখত লাজ লাগে বৰ
তোহোৰ গুণ কহন্তে।"一কাৰ গুণৰ কথা কোৱা হৈছে? এই গুণবোৰ ক'বলৈ বক্তাৰ কিয় লাজ লাগে, বৰ্ণনা কৰা।
* 'কানাইৰ চাতুৰী' কবিতাটোৰ মূলভাৱ লিখা।
HSLC 2020
* শব্দৰ আধুনিক ৰূপ লিখাঃ一 তাসম্বাক।
* ছয়ৰতি সোনাৰ বংশী গড়ায় নেদ
ৰাজ পটেশ্বৰী হুই।一ইয়াত 'ৰাজপটেশ্বৰী' বুলি কাক কৈছে?
* মাকৰ কি কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ ভাষাৰে লিখা।
HSLC 2022
* কপিল মুনিৰ মাতৃৰ নাম কি?
* দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?
* তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।一 কোনে, কাক এনেদৰে কৈছিল, বুজাই লিখা।
* কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ সহায়ত চমুকৈ বুজাই লিখা।
* "আন কাল যদি দোষ দেখা মোৰ
পাৰিবাহা মোক গালি।"一কোনে, কাক উদ্দেশ্য কৰি এইদৰে কৈছে বুজাই লিখা।
HSLC 2023
* 'কানাইৰ চাতুৰী' নামৰ কবিতাটো কবিৰ কোনখন পুথিৰ অন্তৰ্গত?
* ব্ৰহ্মাণ্ডৰ সুখে থাকিলো যশোদা
কৃষ্ণৰ বদন চাই।一যশোদাই কেনে সুখ লাভ কৰিছিল বৰ্ণনা কৰা।
Important Questions
1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
১। শ্রীধৰ কন্দলি কোন যুগৰ কবি?
২। 'ঘূনুচা কীর্তন' কোনে ৰচনা কৰিছিল?
8। দেৱহুতি কোন?
৫। সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক কোন?
৬। কাঠবাজী বুলি কাক কোৱা হৈছিল?
৭। কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?
৮। কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?
৯। অনন্ত শয্যাত বিষ্ণুৱে কি ৰূপত আছিল?
১০। যশোদাই কানাইক কি বুলি উপহাস কৰিছিল?
১১। কপিল মুনিৰ পিতৃ কোন আছিল?
১২। কৃষ্ণই যশোদাৰ ঘৰত কিহৰ বংশী বজাইছিল?
১৩। 'ৰাজ পটেশ্বৰী' বুলি কবিতাটোত কাক বুজাইছে?
১৪। কৃষ্ণৰ মোমায়েক কোন?
১৫। অর্থ লিখা:
খেড়ি, ৰজনী, সত্বৰে, শুতিয়া, ডাক, কিসৰ, হাৰলি,।
ৰোষ, ডৰত, তাসম্বাক, বিগুটিয়া, চৌপৰ, টনা, সেৱালি, পাশ, বাপি।
B. 2 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
১। কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গৈ মাতৃ যশোদাই কৃষ্ণক কি কটু কথা শুনাইছিল চমুকৈ লিখা।
২। যশোদাৰ কথাত বালক কৃষ্ণই কিদৰে অভিমান প্রকাশ কৰিছিল বৰ্ণনা কৰা।
৩। কৃষ্ণই কিয় দধি চোৰৰ অপযশ পাইছিল?
৪। কৃষ্ণৰ ওঁঠ ফাটি কিয় তেজ ওলাইছিল?
৫। কৃষ্ণই কিয় গোকুলৰ পৰা মথুৰালৈ যোৱাৰ সিদ্ধান্ত লৈছিল?
৬। চমুটোকা লিখাঃ
শ্রীধৰ কন্দলি, ঘুনুচা কীর্তন, বামন, দেৱহুতি, কপিল, দৈৱকী।
C. বচনাধর্মী প্রশ্নাৱলী মূল্যাংক: ৪/৫
১। পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ ভাষাৰে লিখা।
২। পাঠটিত উল্লেখ কৰা মতে কৃষ্ণই কেতিয়া কি ৰূপ ধাৰণ কৰি কি কি কার্য সাধিছিল চমুকৈ দাঙি ধৰা।
৩। পাঠটোত উল্লেখ কৰা মতে কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন। কৰিছিল বিৱৰি লিখা।
৪। পাঠটিত কৃষ্ণৰ মানৱী লীলা কিদৰে প্ৰকাশ পাইছে, আলোচনা কৰা।