বিষাদ যোগ
90% Common Question
HSLC 2016
* ভট্টদেৱৰ সম্পৃৰ্ণ নামটো কি?
* 'ーএই ছয় দোষত আততায়ী'ーকৌৰৱসকল কি কি ছয় দোষত আততায়ী হৈছিল?
* অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?
HSLC 2017
* কুলক্ষয় দোষ কি?
* ভট্টদেৱৰ গদ্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
* 'আবে পাণ্ডৱসৱৰ যুদ্ধোৎসৱ শুনা' ー কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাকক্ষণত পঞ্চপাণ্ডৱে কি কি শঙ্খ বজাইছিল?
HSLC 2018
* 'বিষাদ যোগ' পাঠটিৰ মূল কি?
* অৰ্জুনৰ ধনুখনৰ নাম কি?
* অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?
*ভট্টদেৱে কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য উপাধি কিয় লাভ কৰে?
HSLC 2019
* ভট্টদেৱৰ গুৰু কোন?
* 'আততায়ী' কাক বোলে?
* "জানা ৰাজা, যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুজি ধনুশৰ এৰি কম্পিত হৈলা, ৰথৰ উপৰত বসিলা।"ーএইদৰে কোনে, কাক কৈছে? অৰ্জুনে কি বাক্য ৰৈ ৰথৰ ওপৰত বহি পৰিল, তোমাৰ কথাৰে লিখা।
HSLC 2020
* ভট্টদেৱৰ সম্পৃৰ্ণ নামটো কি?
* কুৰুক্ষেত্ৰ ৰণৰ আৰম্ভণিতে কৃষ্ণ, অৰ্জুন, ভীম, যুধিষ্ঠিৰ নকুল আৰু সহদেৱে বজোৱা শংখকেইটাৰ নাম লিখা।
* "যুদ্ধত স্বজন বধে কিচো ফলক নেদেখু, বিজয়কো আকাঙ্খা নকৰু, ৰাজ্যক ইছা নাই, সুখক নবাঞ্ছো।" 一 কথাষাৰ কোনে, কাৰ আগত, কেতিয়া কৈছে?
HSLC 2023
* 'বিষাদযোগ' পাঠটি ক'ৰ পৰা তুলি দিয়া হৈছে?
* কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে?
* 'বিষাদ যোগ' পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা।
Important Questions
1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
১। 'বিষাদ যোগ' নামৰ পাঠটিৰ লেখক কোন?
২ । 'বিষাদ যোগ' নামৰ পাঠটি কোনখন পুথিৰ অন্তৰ্গত?
৩। ভট্টদেৱে ৰচনা কৰা এখন গ্ৰন্থৰ নাম লিখা।
৪। 'ভক্তিবিবেক' গ্ৰন্থখন কাৰ ৰচনা?
৫। পাণ্ডৱসকলৰ সৈন্য কিমান আছিল?
৬। অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা বুলিলে কাক বুজায়? |
৭। ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল?
৮। 'ভক্তিসাৰ' কোনে ৰচনা কৰিছিল?
৯। কুৰুক্ষেত্ৰৰ ৰণ কাৰ কাৰ মাজত হৈছিল?
১০। কৌৰৱ বংশৰ সেনাপতি কোন আছিল?
১১। কৌৰৱসকলৰ সেনা কিমান আছিল?
১২। 'বিষাদযোগ' অধ্যায়টো কোনে কাৰ আগত কৈছে?
2 Marks Questions (2 নম্বৰীয়া প্ৰশ্ন)
১। ভট্টদেৱক কোনে কিয় ভাগৱত ভট্টাচার্য্য উপাধি প্রদান কৰিছিল?
২। ভট্টদেৱে ৰচনা কৰা গদ্য ৰচনাসমূহ কি?
৩। ভট্টদেৱে অসমীয়াত ৰচনা কৰা গ্ৰন্থসমূহ কি কি?
৪। মহাৰথী কাক বোলে?
৫। কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।
৬। এক অক্ষৌহিনী মানে কি?
৭। পাণ্ডৱসকলৰ পক্ষে যুদ্ধ কৰা সেনাপ্রধানসকলৰ নাম লিখা।
৮। সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?
৯। "মঞি অস্ত্র নধৰি মৌনে ৰহো।”- কোনে, কিয় এনেদৰে কৈছিল?
১০। কুলক্ষয় দোষ কি?
১১। পাণ্ডৱসকলে কোনে কি বাদ্য বজাইছিল?
১২। যুদ্ধক্ষেত্রত আত্মীয়সকলক দেখি অর্জুনৰ দৈহিক অৱস্থা কেনে হৈছিল?
১৩। চাৰিবৰ্ণ কি?
১৪। চাৰিআশ্রম কি কি?
4 Marks Questions (8 নম্বৰীয়া প্ৰশ্ন)
১। 'বিষাদ যোগ' পাঠটিৰ মূল কথাখিনি চমুকৈ তোমাৰ নিজৰ ভাষাত লিখা।
২। 'বিষাদ যোগ' পাঠটিৰ লেখকৰ কথা সাহিত্যৰ পৰিচয় দিয়া।।
৪। অর্জুনে যুদ্ধক্ষেত্রলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্রীকৃষ্ণক কি কৈছিল তোমাৰ নিজৰ কথাৰে লিখা।
৫। কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা।
৬। "জানা ৰাজা যুদ্ধৰ সন্মুখত অর্জুনে বহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা ........।"– এইদৰে কোনে কাক কৈছে? অর্জুনে কি বাক্য কৈ ৰথৰ। ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা।
৭। 'বিষাদ যোগ' পাঠটিৰ নামৰ তাৎপৰ্য বিচাৰ কৰা।