90% Common Question


HSLC 2015

1. দুই ধৰণৰ স্নায়ু প্ৰবৰ্ধৰ নাম লিখা।

2. উদ্ভিদত কেম ট্রপিজিমৰ এটা উদাহৰণ দিয়া।

3. কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদার্থ হ'ল

(a) অক্সিন

(b) চাইট'কাইনিন

(c) এবচাইচিক এচিড

(d) জিবাৰেলিন

4. তেজত চেনীৰ মাত্রা নিয়ন্ত্রণ কৰি থকাত সহায় কৰা অগ্ন্যাশয়ৰ দ্বাৰা উৎপাদিত হৰম'নবিধ হৈছে -

(a) এড্রিনেলিন

(b) থাইৰক্সিন

(c) ইনচুলিন

(d) টেষ্ট'ষ্টেৰন

5. ছাইনেপছ কি? স্নায়ুপ্রবাহ কেনেকৈ ছাইনেপছৰ মাজেদি পাৰ হয়?

6. নিলাজী বনে কেনেকৈ উদ্দীপনাৰ প্রতি সহাঁৰি জনায়?

HSLC 2016

1. মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী, সেই অংশ হ'ল-

(a) চেৰিবেলাম

(b) মেডুলা

(c) পন্‌চ

(d) চেবিব্রাম

2. হৰম'নৰ পৰিমাণ আৰু নিঃসৃত হোৱাৰ সময় কেনেদৰে নিয়ন্ত্রিত হয়?

3. স্নায়ুকলাই কেনেকৈ পেশীয় চলন নিয়ন্ত্ৰণ কৰে?

4. আমি আহাৰত কিয় আয়ডিন যুক্ত নিমখ ব্যৱহাৰ কৰো?

HSLC 2017

1. যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে-

(a) জিবাৰেলিন

(b) চাইট 'কাইনিন

(c) অক্সিন

(d) এবচাইচি এচিড

2. দুই প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু কি?

3. প্রতীপ ক্রিয়া কি? প্ৰাণীৰ প্ৰতীপ ধনু কিয় সৃষ্টি হৈছে? প্রতীপ ধনুৰ বিভিন্ন উপাদান সমূহৰ নাম লিখা।

4. এড্রিনেলিন হৰম'নৰ কাৰ্য সমূহ লিখা।

HSLC 2018

1. আমাৰ দেহত স্নায়ু প্ৰেৰণা কেনেদৰে প্রবাহিত হয়?

2. অন্তঃস্রাৱী গ্রন্থি কি? এটা অন্তঃস্রাবী আৰু এটা বহিঃস্রাবী গ্ৰন্থিৰ মাজৰ পাৰ্থক্য কি? অন্তস্রাৱী আৰু বহিঃস্রাবী দুয়োটা কাৰ্য সম্পাদন কৰা গ্ৰন্থিটোৰ নাম লিখা।

HSLC 2019

1. মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী, সেই অংশ হ'ল-

(a) চেৰিবেলাম

(b) মেডুলা

(c) পন্‌চ

(d) চেবিব্রাম

2. এক্সন আৰু ডেনড্রাইটৰ মাজৰ দুটা পাৰ্থক্য লিখা।

3. হৰম'ন কি? উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা হৰম'ন বা সঞ্জীৱনী পদাৰ্থৰ এটা উদাহৰণ দিয়া। সংবেদী উদ্ভিদ এজোপাৰ পাতৰ চলন আৰু কাণ্ডই পোহৰৰ দিশত কৰা গতিৰ মাজৰ পাৰ্থক্য আছেনে?

4. জলানুবেগ কি? এটা পৰীক্ষামূলক আৰ্হিৰ সহায়ত জলানুবেগ প্রদর্শিত কৰা।

HSLC 2020

1. তলৰ কোনবিধ ৰোগ থাইৰক্সিন্ হৰম'ন উপযুক্ত পৰিমাণত ক্ষৰিত নোহোৱাৰ বাবে হয়?

(a) বেৰিবেৰি

(b) গৰল ৰোগ

(c) ডায়েবেটিছ

(d) কটীয়ালগা

2. পেশীকোষে কেনেদৰে তাৰ আকৃতি সলনি কৰে?

3. আমাৰ শৰীৰত আয়ডিনৰ গুৰুত্ব কি?

4. মানুহৰ মস্তিষ্কৰ অংশসমূহৰ নাম লিখা। নিয়ন্ত্রিত ক্রিয়াকলাপসমূহ ব্যক্ত কৰা। চেৰিবেলামৰ দ্বাৰা

5. অক্সিন কি? এজোপা গছৰ বৃদ্ধিত ই কেনেদৰে সহায় কৰে?

HSLC 2022

1. উদ্ভিদত থকা বৃদ্ধিৰোধক হৰম'ন হ'ল

(a) অক্সিন

(b) জিবাৰেলিন

(c) চাইট'কাইনিন্

(d) এচাইচিক এচিড

2. ATP কি? ইয়াক কোষৰ বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ শক্তিমুদ্রা হিচাবে জনা যায় কিয়?

3. এটা পৰিষ্কাৰ চিহ্নিত চিত্ৰৰ সহায়ত স্নায়ুকোষ এটাৰ বৰ্ণনা কৰা।

4. প্রতীপ ধনু এটাৰ বৰ্ণনা দিয়া।

5. মস্তিষ্কৰ মুখ্য চিন্তা- ভাৱনাৰ অংশ কোনটো? যি কোনো গোন্ধ কেনেদৰে নিৰ্ণয় কৰিব পৰা যায়?

6.  কিছুমান সংবেদনশীল উদ্ভিদৰ পাতৰ চলনৰ পৰিঘটনাটো আৰু কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজৰ পাৰ্থক্য কি? 

HSLC 2023

1. দুটা স্নায়ুকোষৰ মাজৰ শূন্য ঠাইখিনিক বোলা হয়-

(a) ডেনড্রাইট

(b) এক্সন

(c) ছাইনেছ

(d) স্নায়ুপ্রান্ত

2. তলৰ কোনটো এবিধ উদ্ভিদ হৰম'ন?

(a) ইনচুলিন

(b) থাইৰক্সিন

(c) ইষ্ট্র'জেন

(d) চাইট 'কাইনিন

3. খালী ঠাই পূৰণ কৰাঃ

ফিড্বেক পদ্ধতিৰ দ্বাৰা ---------------- ৰ ক্ৰিয়া নিয়ন্ত্রণ হয়।

4. সত্য বা অসত্য নিৰ্ণয় কৰা:

কলিফর্ম নামৰ বেক্টেৰিয়াৰ সমষ্টি বিধ মানুহৰ মগজুত পোৱা যায়।

5. কোনো এজন ব্যক্তিয়ে যদি আয়ডিনৰ অভাৱগ্ৰস্ত খাদ্য গ্ৰহণ কৰে তেতিয়া কি হ'ব পাৰে?

6. স্নায়ুপেশীৰ সংযোজন কি? শৰীৰ এটা অংশৰ পৰা আন অংশলৈ স্নায়ুপ্ৰেৰণা কেনেদৰে প্রবাহিত হয়?

7. স্নায়ুকোষ এটাৰ এখন পৰিষ্কাৰ চিহ্নিত চিত্র আঁকা আৰু তাৰ কাৰ্য ব্যক্ত কৰা।

 Important Questions   1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)

1. (i) স্নায়বিক সমন্বয়-

  (a) স্নায়ুতন্ত্ৰৰ দ্বাৰা সমন্বয়

  (b) হৰম'নৰ দ্বাৰা সমন্বয়

  (c) ভৌতিক সমন্বয়।

(ii) শৰীৰৰ আটাইতকৈ ডাঙৰ কোষ-

  (a) পেশী কোষ

  (b) ৰক্ত কোষ

  (c) স্নায়ুকোষ।

(iii) দুটা স্নায়ুকোষৰ মধ্যবর্তী স্থানক-

  (a) ছাইনে

  (b) এক্সন

  (c) ডেনড্রাইট।

(iv) স্তন্যপায়ী প্রাণীৰ ক্ৰেনিয়েল স্নায়ুৰ সংখ্যা-

  (a) 12 যোৰ

  (b) 24 যোৰ

  (c) 36 ডাল।

(v) স্তন্যপায়ী প্রাণীৰ ৰজ্জু স্নায়ুৰ সংখ্যা-

  (a) 32 যোৰ

  (b) 31 যোৰ

  (c) 21 যোৰ।

(vi) হৰম'ন আৱিষ্কাৰ কৰিছিল-

  (a) উইলিয়াম এম. বেইলিছ আৰু আৰ্নেষ্ট এইচ্ ষ্টাৰলিঙ

  (b) উইলিয়াম বেটচন আৰু পানেট

  (c) ডাৰউইন আৰু হার্ভে।

(vii) হৰম'ন শব্দটো নামকৰণ কৰিছিল-

  (a) ষ্টাৰলিঙ

  (b) হার্ভে

  (c) বেইলিছ।

(viii) এক্সন আৰু ডেনড্রাইট পোৱা যায়-

  (a) পেশী কোষ

  (b) স্নায়ুকোষ

  (c) যকৃত কোষ।

(ix) অন্তঃস্রাৱী গ্রন্থি নহয়-

  (a) এড্রিনেল গ্রন্থি

  (b) থাইৰইড গ্রন্থি

  (c) প্র'ষ্টেট গ্রন্থি।

(viii) এক্সন আৰু ডেনড্রাইট পোৱা যায়-

  (a) পেশী কোষ

  (b) স্নায়ুকোষ

  (c) যকৃত কোষ।

(ix) অন্তঃস্রাৱী গ্রন্থি নহয়-

  (a) এড্রিনেল গ্রন্থি

  (b) থাইৰইড গ্রন্থি

  (c) প্র'ষ্টেট গ্রন্থি।

(x) ডায়েবেটিছ হয়-

  (a) ইনছুলিন কম হ'লে

  (b) থাইৰ'ক্সিন কমিলে

  (c) কেলছিট 'নিন কমিলে।

(xi) নিম্নলিখিত কোনটো তন্ত্রই প্রাণীদেহৰ বিভিন্ন তন্ত্রসমূহৰ মাজত সমন্বয় ৰক্ষা কৰে?

  (a) স্নায়ুতন্ত্র

  (b) ৰক্ত সঞ্চালন তন্ত্র

  (c) শ্বাসতন্ত্র

  (d) প্রজনন তন্ত্র

(xii) হৰম'ন এবিধ—

  (a) ৰাসায়নিক বাহক

  (b) উৎসেচক

  (c) উপজাত দ্রব্য

  (d) নাইট্র'জেন জাতীয় পদার্থ

(xiii) দেহত থকা অন্তঃস্রাৱী গ্রন্থিবোৰে নিম্নলিখিত কোনবিধ ৰাসায়নিক দ্রব্য ক্ষাৰণ কৰে-

  (a) হৰম'ন

  (c) প্লাজমা

  (b) উৎসেচক

  (d) ভিটামিন

(xiv) তলত দিয়া অন্তঃস্ৰাৱী গ্রন্থিবোৰৰ কোনটোৱে শৰীৰত গ্লুক'জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা কাৰ্যত জড়িত?

  (a) পিটুইটাৰী

  (b) থাইৰইড

  (c) অগ্ন্যাশয়

  (d) শুক্রাশয়

(xv) গলগণ্ড ৰোগ কোনবিধ হৰম'নৰ অভাৱত হয়?

  (a) বৃদ্ধি হৰম'ন

  (b) থাইৰইড, উদ্দীপক হৰম'ন

  (c) থাইৰক্সিন

  (d) ইনছুলিন

(xvi) তলত দিয়াবোৰৰ কোনটো মিশ্র গ্রন্থি বোলে?

  (a) পিটুইটাৰী

  (b) থাইৰইড

  (c) অগ্ন্যাশয়

  (d) এড্রিনেল

(xvii) চাইনেপছত, ৰাসায়নিক বার্তা বা প্ৰেৰণা পৰিবাহিত হয়

  (a) এটা স্নায়ুকোষ বা নিউৰণৰ এক্সন প্ৰান্তৰ পৰা অন্য এটা স্নায়ুকোষৰ ডেনড্রাইট প্রান্তলৈ।

  (b) একে নিউৰণৰ এক্সনৰ পৰা কোষ দেহলৈ।

  (c) একে নিউৰণৰ কোষদেহৰ পৰা কোষ এক্সনলৈ।

  (d) এটা নিৰণৰ ডেনড্রাইট প্ৰান্তৰ পৰা অন্য এটা নিউৰণৰ এক্সন প্ৰান্তলৈ।

(xviii) প্রতীপ ধনু (Reflex arc) ৰ বাবে তলৰ কোনটো শুদ্ধ ক্রম-

  (a) সংবেদী অংগ → পেশী → সংবেদী 

স্নায়ু → চালক স্নায়ু → স্নায়ুৰজ্জু।

  (b) সংবেদী অংগ → চালক স্নায়ু → স্নায়ু 

ৰজ্জু → সংবেদী স্নায়ু → পেশী।

  (c) সংবেদী অংগ → স্নায়ুৰজ্জু → সংবেদী '

স্নায়ু → চালক স্নায়ু → পেশী।

  (d) সংবেদী অংগ → সংবেদী স্নায়ু → 

স্নায়ু ৰজ্জু → চালক স্নায়ু → পেশী।

(xix) শৰীৰৰ অৱস্থান আৰু ভাৰসাম্যতা নিয়ন্ত্রিত হয়--

  (a) চেৰিব্ৰাম

  (b) পানছ

  (c) মেডুলা

  (d) চেৰিবেলামৰ দ্বাৰা

(xx) স্নায়ু ৰজুৰ উৎপত্তি হয় -------- ৰ -------- পৰা

  (a) চেৰিব্ৰাম

  (b) পনছ

  (c) মেডুলা

  (d) চেৰিবেলামৰ দ্বাৰা

(xxi) ইনছুলিনৰ বাবে তলৰ কোনটো অশুদ্ধ --

  (a) অগ্ন্যাশয়ৰ পৰা ক্ষৰণ হয়।

  (b) শৰীৰৰ বৃদ্ধি আৰু বিকাশ নিয়ন্ত্ৰণ কৰে। 

  (c) তেজত গ্লুক'জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে।

  (d) কম পৰিমাণৰ ইনছুলিনৰ ক্ষৰণৰ বাবে ডায়বেটিছ ৰোগ হয়।

(xxii) শৰীৰৰ অনৈচ্ছিক কার্যসমূহ --------- ৰ দ্বাৰা নিয়ন্ত্রিত হয়।

  (a) অগ্রমস্তিষ্কৰ মেডুলাই

  (b) পশ্চাৎ মস্তিষ্কৰ মেডুলা

  (c) মধ্য মস্তিষ্কৰ মেডুলা

  (d) স্নায়ু ৰজুৰ মেডুলা

(xxiii) তলৰ কোনটো অনৈচ্ছিক কার্য নহয় --

  (a) বমি হোৱা

  (b) হৃদপিণ্ডন 

  (c) লালটি ক্ষৰণ

  (d) চবোৱা।

(xxiv) দুটা স্নায়ুকোষৰ মাজৰ সংযোগ স্থানক— বোলে।

  (a) কোষ জংচন

  (c) স্নায়ু সন্ধি

  (b) নিউৰ'মাছকুলাৰ জংচন

  (d) চাইনেপছ।

(XXV) তলৰ কোনটো হৰম'নৰ সংশ্লেষণৰ বাবে আয়'ডিনৰ আৱশ্যক হয়—

  (a) ইনছুলিন

  (c) এডিনেলিন

  (b) অক্সিন

  (d) হাইৰ'ক্সিন

( xxvi) তলৰ কোনটো হৰম'নৰ ক্ষৰণৰ বাবে ঋতুমতি অৱস্থাৰ পিছত শৰীৰত আৰু এক বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যায়-

  (a) শুক্রাশয়ৰ পৰা এষ্ট্ৰ'জেন আৰু ডিম্বাশয়ৰ পৰা টেষ্ট'ষ্টেৰণ

  (b) অধিবৃক্কীয় গ্ৰন্থিৰ পৰা এষ্ট্ৰ'জেন আৰু ডিম্বাশয়ৰ পৰা টেষ্ট'ষ্টেৰণ

  (c) শুক্রাশয়ৰ পৰা ডেষ্ট' ষ্টেৰণ আৰু পিটুইটাৰী গ্ৰন্থিৰ পৰা এষ্ট্ৰ'জেন।

  (d) থাইৰইড গ্রন্থিৰ পৰা টেষ্ট'ষ্টেৰণ আৰু পিটুইটাৰ গ্ৰন্থিৰ পৰা ইষ্ট্ৰ'জেন।

(xxvii) এজন ব্যক্তিক চিকিৎসকে ইনচুলিন বেজী ল'বলৈ ক'লে, ইয়াৰ কাৰণ হ'ল-

  (a) তেজত শৰ্কৰাৰ পৰিমাণ বেছি হোৱা বাবে।

  (b) ৰক্তচাপ কমাৰ বাবে।

  (c) হৃস্পগুন সন্মৰ গতিত হোৱা বাবে।

  (d) গলগত ৰোগত আক্ৰান্ত হোৱাৰ বাবে।

(xxviii) তলৰ পৰা অশুদ্ধ যোৰাটো লিখা--

  (a) অধিবৃক্কীয় মেডুলা ___ এড্রিনেলিন

  (b) ডিম্বাশয় ইষ্ট্র'জেন

  (c) অগ্ন্যাসয় ____ কেলচিট'নিন

  (d) থাইৰয়ড গ্রন্থি ____ থাইৰ'ক্সিন

(xxix) তলৰ কোনটো গ্রন্থিয়ে প্ৰ'জেষ্টেৰন ক্ষৰণ কৰে--

  (a) অগ্ন্যাশয়

  (b) থাইৰ'ক্সিন

  (c) ৰেক্টেল গ্রন্থি

  (d) গ'নাড'ট্র'ফিন।

(xxx) সাক্ষাতকাৰৰ সময়ত, ___ হৰম'নৰ ক্ষৰণৰ বাবে হৃদস্পগুনৰ হাৰ বৃদ্ধি পায় __

  (a) ৰেনিন

  (b) এড্রিনেলিন

  (c) ৰেক্টেল গ্রন্থি

  (d) গ'নাড'ট্র'ফিন।

(xxxi) পুৰুষত, টেষ্ট'ষ্টেৰণ- কোষৰ দ্বাৰা ক্ষৰিত হয়-

  (a) ছার্ট'লি কোষ

  (b) লিডিগ কোষ

  (c) অক্সিনটিক কোষ

  (d) শুক্রজনি নলীকা

(xxxii) উদ্ভিদৰ কোষ বিভাজন প্রক্রিয়াত কোন বিধ হৰম'নে সহায় কৰে

  (a) জিবাৰেলিন

  (b) ছাইট'লিন

  (c) ছাইট'কাইনিন

(xxxii) কোনবিধ সঞ্জীৱনী পদার্থ প্রাকৃতিকভাৱে পোৱা নাযায়

  (a) অক্সিন

  (b) 2.4.D

  (c) জিবাৰেলিন

  (d) ইথিলিন

(xxxiv) কোনবিধ সঞ্জীৱনী পদার্থই কোষৰ বৃদ্ধি আৰু কোষ বিভাজনত বাধা দিয়ে

  (a) এবছিছিক এচিদ

  (b) ছাইট'কাইনিন

  (c) অক্সিন

  (d) কেলাইন

(xxxv) কোনবিধ সঞ্জীৱনী পদাৰ্থ উদ্ভিদ দেহৰ শিপাত সংশ্লেষণ হৈ পিছত বিভিন্ন অংগলৈ পৰিবাহিত হয়

  (a) ছাইট'কাইনিন

  (b) জিবাৰেলিন

  (c) অক্সিন
 
  (d) এবছিছিক এচিদ

(xxxvi) ৰক্ষী কোষ সাধাৰণতে-

  (a) বৃক্ক আকৃতিৰ

  (b) আয়তাকাৰ

  (c) নাচপতি আকৃতিৰ

  (d) অধবৃত্তাকাৰ

(xxxvii) সালোক সংশ্লেষণৰ কোনটো প্রক্রিয়াত অক্সিজেন গেছৰ উৎপন্ন হয়-

  (a) আলোক বিক্রিয়া

  (b) ক্রেবছ চক্র

  (c) কেলভিন চক্র

  (d) অন্ধকাৰ বিক্রিয়া

(xxxviii) যদি সেউজীয়া উদ্ভিদক অন্ধকাৰত ৰখা হয় তেনেহ'লে কি ঘটিব?

  (a) সালোক সংশ্লেষণ চলি থাকিব

  (b) সালোক সংশ্লেষণ বন্ধ হ'ব।

  (c) সালোক সংশ্লেষণ বাঢ়িব

  (d) সালোক সংশ্লেষণ হ্রাস পাব।

(xxxix) তলত উল্লেখ কৰা কোনবিধ পদাৰ্থৰ বাবে উদ্ভিদৰ। পৈনত পাত আৰু ফল উদ্ভিদৰ পৰা সৰি পৰে-

  (a) চাইট'কাইনিন

  (c) জিববাৰেলিন

  (b) অক্সিন

  (d) একচিছিক এছিড

(xl) সূৰ্যৰ পোহৰৰ দিশ অনুযায়ী সুৰুযমুখী ফুলৰ চলন ঘটে; য'ত-

  (a) জলাবেগিক চলন

  (b) ভূ-কেন্দ্রাবেগিক

  (c) আলোকানুৱৰ্তিতা

  (d) কিম'ট্র'পিজম।

(xli) ডিম্বকৰ ফালে পৰাগনলী অগ্ৰসৰ হোৱাৰ কাৰণ হ'ল-

  (a) কিম ট্র' পিজম

  (b) ভূকেন্দ্রাবেগিক

  (c) আলোকানুৱৰ্তিতা 

  (d) জলাবেগিক চলন।

(xlii) পোহৰৰ দিশত ঘটা উদ্ভিদৰ কাণ্ডৰ চলনক বোলে।

  (a) ভূকেন্দ্রাবেগিক

  (b) জলাবেগিক চলন

  (c) কিম ট্র' পিজম

  (d) আলোকানুৱৰ্তিতা

(xliii) তলৰ কোনটো উদ্ভিদৰ বৃদ্ধিৰ সৈতে জড়িত নহয়-

  (a) এৱচিছিক এছিড

  (b) জিব্বাৰেলিন

  (c) অক্সিন

  (d) চাইট'কাইনিন

(xliv) পোহৰৰ বিপৰীতে হোৱা উদ্ভিদৰ শিপাৰ চলনক বোলে।

  (a) অভিগ জলাবেগিক চলন

  (b) অভিগ পোহাবেগিক চলন

  (c) প্রতীপ জলাবেগিক চলন

  (d) প্রতীপ পোহৰাবেগিক চলন

(xlv) তলৰ কোনটো উদ্ভিদ হৰম'নে উদ্ভিদৰ শীৰ্ষ প্ৰভাৱিতাত প্রভাৱ পেলায়--

  (a) এবচিছিক এছিড

  (b) অক্সিন

  (c) ইথালিন

  (d) জিব্বাৰেলিন।

(xlvi) উদ্ভিদত এবচিছিক এছিডৰ কৰ্য হ'ল-

  (a) কোষ বিভাজনৰ বৃদ্ধি ঘটোৱা

  (b) কোষৰ দৈর্ঘ্য বৃদ্ধি কৰা

  (c) বৃদ্ধিত বাধা প্রদান কৰে

  (d) উদ্ভিদৰ কাণ্ডৰ দৈর্ঘ্য বৃদ্ধি কৰে।

2. খালী ঠাই পূৰণ কৰা-

(i) পৰিবৰ্তিত পৰিবেশৰ বিষয়ে জানিবলৈ বা উত্তেজনা অনুভৱ কৰা সংবেদী কোষক _____ কোষ বোলে।

(ii) স্নায়ুতন্ত্ৰই _____ ৰ সহযোগিতাত বিভিন্ন বিপাক কার্য নিয়ন্ত্ৰণ কৰে।

(iii) প্রতিটো স্নায়ুকোষৰ দীঘল প্ৰবৰ্ধক _____ বোলে।

(iv) স্নায়ুৰজ্জুৰ গহ্বৰত ____ ৰস থাকে।

(v) _____ স্নায়ুই গ্রাহক অংগৰ পৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ সংবেদন প্ৰেৰণ কৰে।

(vi) _____ স্নায়ুই গ্রাহক অংগৰ পৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা গ্ৰাহক অংগলৈ বাৰ্তা কঢ়িয়াব পাৰে।

(vii) চালক স্নায়ুই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা বাৰ্তা _____ লৈ কঢ়িয়াব পাৰে।

(viii) স্বয়ংক্রিয় স্নায়ুতন্ত্রই _____ পেশীৰ কাৰ্য নিয়ন্ত্ৰণ কৰে।

(ix) _____ তন্ত্রই বিভিন্ন অংগ-প্রত্যংগ আৰু সিহঁতৰ কাৰ্যৰ মাজত সমন্বয় ৰক্ষা কৰে।

(x) হৰম'নে _____ হিচাপে কাৰ্য কৰে।

(xi) _____ গ্রন্থি শৰীৰৰ আটাইতকৈ সৰু গ্রন্থি।

(xii) শৰীৰত _____ ৰ পৰিমাণ কমি গ'লে সৰল গলগণ্ড ৰোগ হ'ব পাৰে।

(xiii) ______ হৰম'নক সংকটকালীন হৰম'ন বোলে।

(xiv) ______ হ'ল স্নায়ুতন্ত্ৰৰ সূক্ষ্মতম কাৰ্যকাৰী আৰু গঠনাত্মক একক।

(xv) এক্সন আৰু ডেনড্রাইট সংযোগী পথক _______ বোলে।

(xvi) কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা কাৰক অংগলৈ স্নায়ুপ্ৰেৰণা পৰিবহণ কৰা স্নায়ুকোষক _____ স্নায়ুকোষ বোলে।

(xvii) স্তন্যপায়ী প্রাণীত ______ যোৰ কৰোটি স্নায়ু আৰু _____ যোৰ ৰন্ধু স্নায়ু থাকে।

(xviii) মস্তিষ্কৰ পৰা ওলোৱা স্নায়ুক ______ স্নায়ু বোলা হয়।

(xix) পোন প্রথমে আৱিষ্কাৰ হোৱা উদ্ভিদ হ'ৰমনটো হ'ল _____।

(xx) ______ হৰম'নৈ পাৰ্শ্বমুকুলৰ বৃদ্ধিত বাধা দিয়ে। 

(xx) ______  বাওনা উদ্ভিদ ওখ কৰে।

(xxii) _____ হৰম'নে কোষৰ বিভাজন ঘটায়।

(xxii) উদ্ভিদ দেহত সংশ্লেষিত হোৱা সঞ্জীবনী পদার্থ বা হ'বমোন সমূহক  উদ্ভিদৰ ______বুলি ক'ব পাৰি। 

(xxiv) _____ উদ্ভিদৰ অগ্র আধিপত্য বা শীর্ষ প্রভাৱিতাক নিয়ন্ত্রণ কৰে।

(xxv) ছাইট'কাইনিনে উদ্ভিদৰ _____ ভূমিকা পালন কৰে। প্রক্রিয়াত গুৰুত্বপূর্ণ

(xxvi) অতি উদ্বায়ী তথা গেছীয় সঞ্জীবনী পদার্থ বিধ হ'ল _______

(xxvii) উদ্ভিদৰ পাত, ফুল, ফল সৰাত ______ সঞ্জীবনী পদার্থ বিধে সহায় কৰে। 

(xxviii) ৰাসায়নিকভাৱে অক্সিন হ'ল ______

3. আমাৰ শৰীৰত থকা বিভিন্ন তন্ত্রসমূহৰ মাজত সমন্বয় ৰক্ষা কৰা আৰু নিয়ন্ত্ৰণ কৰা তন্ত্ৰ দুটাৰ নাম লিখা।

4. স্নায়ু প্ৰেৰণা কাক বোলে?

5. স্নায়ু কোষ বা নিউৰণ কাক বোলে?

6. স্নায়ু আবেগ কাক বোলে?

7. ছাইনে কি?

৪. দুবিধ ৰাসায়নিক স্নায়ু প্ৰেৰকৰ নাম লিখা।

9. কেন্দ্রীয় স্নায়ুতন্ত্র কি কি অংশৰে গঠিত?

10. প্রান্তীয় স্নায়ুতন্ত্র কি কি অংশৰে গঠিত?

11. স্বয়ংক্রিয় স্নায়ুতন্ত্র কি কি অংগৰ লগত জড়িত থাকে?

12. প্রতীপ চাপ বুলিলে কি বুজা?

13. স্নায়ুৰজ্জু প্রতীপ কাক বোলে?

14. আর্জিত প্রতীপ ক্রিয়া কাক বোলে?

15. হৰম'ন কাক বোলে?

16. পিটুইটাৰী গ্রন্থিয়ে ক্ষৰণ কৰা দুবিধ হৰম'নৰ নাম লিখা।।

17. থাইৰইড গ্রন্থিয়ে ক্ষৰণ কৰা দুবিধ হৰম'নৰ নাম লিখা।

18. অধিবৃক্কীয় গ্রন্থিয়ে ক্ষৰণ কৰা দুবিধ হৰম'নৰ নাম লিখা।

19. পুৰুষ আৰু স্ত্ৰীৰ জনন গ্ৰন্থিৰ নাম লিখা।

20. হৰম'ন শব্দটো কোনে প্ৰথমতে ব্যৱহাৰ কৰিছিল?

21. ডায়েবেটিছ ৰোগ কোনবিধ হৰম'নৰ অভাৱত হয়?

22. মানুহৰ স্নায়ুতন্ত্ৰৰ প্ৰধান ভাগকেইটাৰ নাম লিখা।

23. স্বয়ংক্রিয় স্নায়ুতন্ত্ৰৰ ভাগ দুটাৰ নাম লিখা।

24. স্নায়ুবিক সমন্বয় বুলিলে কি বুজা?

25. তলত দিয়া সমূহৰ উত্তৰ লিখা (প্ৰত্যেকৰে বাবে । নম্বৰ)

  (a) ছোৱালী ঋতুমতি হোৱাৰ সময়ত শৰীৰত ঘটা পৰিৱৰ্তনৰ সৈতে জড়িত হৰম'নৰ নাম কি?

  (b) কি হৰম'নৰ কম ক্ষৰণৰ বাবে কামনত্ব (Dwarfism) হয়?

  (c) কি হৰম'নৰ অভাৱত তেজত গ্লুক'জৰ বা শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পায়?

  (d) কি হৰম'নৰ ক্ষৰণৰ বাবে আয় 'ডিনৰ আৱশ্যক হয়?

  (e) মস্কিষ্কৰ সৈতে জড়িত অন্তঃস্রারী গ্ৰন্থিৰ নাম কি?

  (f) কোনটো গ্রন্থিয়ে পাচক উৎসেচক আৰু হৰম'ন দুয়োবিধ ক্ষৰণ কৰে?

  (g) কোনটো অন্তঃস্রাবী গ্রন্থি পুৰুষত পোৱা যায় কিন্তু স্ত্ৰীৰ শৰীৰত পোৱা নাযায়।

  (h) স্বয়ংক্রিয় স্নায়ুতন্ত্ৰৰ বিভাগ দুটাৰ নাম লিখা।

26. ইনছুলিনৰ অভাৱত হোৱা ৰোগৰ নাম লিখা।

27. কোনটো হৰম'নক 'জন্ম হৰম'ন বা 'দুগ্ধ ক্ষৰণ' হৰম'ন বোলে নাম লিখা।

28. ফাইট' হৰম'ন কি? উদাহৰণ দিয়া।

29. EEGৰ সম্পূৰ্ণ নাম কি?

30. পুৰুষ আৰু স্ত্ৰীৰ যৌন হৰম'নৰ নাম লিখা।

31. কোনটো হৰম'নে পানা আৰু ইলেকট্ৰ'লাইটৰ সমতা বজাই ৰখাত সহায় কৰে?

32. নিউৰন কি?

33. চেৰিৱেল অর্ধগোলকৰ কোনটো পিণ্ডই কথা কোৱা কার্য নিয়ন্ত্ৰণ কৰে?

34. 'হৰম'ন' শব্দটো প্রথমে কোনে প্ৰৱৰ্তন কৰিছিল?

35. মানুহৰ তেজত গ্লুক'জৰ পৰিমাণ কম কৰি ৰাখিব পৰা হৰম'নৰ নাম কি?

36. আমাৰ শৰীৰত থাইৰ'ক্সিন হৰম'নৰ কাম কি?

37. উদ্ভিদ হৰম'ন বুলিলে কি বুজা?

38. উদ্ভিদৰ সংশ্লেষিত বৃদ্ধি নিয়ন্ত্রণ কি?

39. IAA আৰু IBA ৰ সম্পূৰ্ণ নাম লিখা?

40. শীর্ষ প্রভাৱিতা কি?

41. অপতৃণ নাশ কৰিবলৈ ব্যৱহাৰ কৰা দুবিধ সংশ্লেষিত অক্সিনৰ নাম লিখা।

42. দুবিধ প্রাকৃতিক ছাইট 'কাইনিনৰ নাম লিখা।

43. এবিধ সংশ্লেষিত ছাইট'কাইনিনৰ নাম লিখা।

44. বীজহীন ফল কেনেদৰে উৎপন্ন কৰিব পাৰি?

45. এবছিছিক এছিদৰ কাম কি?

46. উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া হৰম'ন এবিধৰ নাম লিখা।

48. উদ্ভিদৰ সঞ্জীৱনী পদার্থবা হৰম'ন বিলাক উদ্ভিদ দেহত বিশেষকৈ কোন ঠাইত আৰু কি কলাৰ কোষত সংশ্লেষিত বা সৃষ্টি হয়?

49. কোনবিধ সঞ্জীৱনী পদার্থই উদ্ভিদৰ ফুল ফুলাৰ বাবে উদ্দীপনা যোগায়?

50. বীজহীন ফল উৎপন্ন কৰিবলৈ কোনবিধ 'হৰমন' ব্যৱহাৰ কৰা হয়?

51. অনিষেক ফলন কি?

52. দীপ্তিকাল প্রতিক্রিয়া কাক বোলে?

53. চিচম'নাষ্টিক চলন ঘটা এবিধ উদ্ভিদৰ নাম লিখা।

54. কোনটো হৰম'নে ফল পকা কাৰ্যৰ লগত জড়িত?

55. উদ্ভিদৰ কোন অংশই অভিগ পোহৰাবেগি হয়? 

56. উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰা উদ্ভিদ হৰমন বিধৰ নাম লিখা।

57. এটা পাত্ৰত বৃদ্ধি হোৱা উদ্ভিদ এডাল অনুভূমিক অৱস্থাত । ৰাখিলে উদ্ভিদৰ কোনটো অংশইー (ⅰ) অভি পোহৰাবেগি হ'ব আৰু 
(ii) প্রতীপ পোহৰাবেগি হ'ব?

58. আলোকানুৱৰ্তিতা কি?

2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)

1. নিউৰণৰ কেইটা অংশ থাকে? স্নায়ু প্ৰবৰ্ধ কেইপ্ৰকাৰৰ, কি কি?

2. স্নায়ুকোষবোৰক কেইটা ভাগত ভগাব পাৰি? কি কি লিখা।

3. বিভিন্ন স্নায়ুকোষবোৰৰ কাৰ্য উল্লেখ কৰা।

4. স্নায়ুতন্ত্র কাক বোলে? স্নায়ুতন্ত্রক কেইভাগত ভগাব পাৰি, কি কি?

5. মায়েলিন আৱৰণ থকা নথকাৰ ওপৰত ভিত্তি কৰি স্নায়ুতন্ত কেইভাগত ভগাব পাৰি, কি কি?

6. স্নায়ুৰ ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি স্নায়ুকোষ বোৰক কেইটা ভাগত ভগাব পাৰি? যিকোনো দুটাৰ ক্ৰিয়াৰ বিষয়ে লিখা।

7. স্বয়ংক্রিয় স্নায়ুতন্ত্র কেইভাগত ভগাব পাৰি, কি কি?

8. ছিপেথেটিক আৰু পেৰছিপেথেটিক স্নায়ুতন্ত্ৰৰ কাৰ্য লিখা।

9. প্রতীপ ক্রিয়া কাক বোলে? উদাহৰণ দিয়া।

10. অগ্ন্যাশয় গ্রন্থিক কিয় অন্তঃস্রাবী গ্রন্থি আৰু বহিঃস্রাৱী গ্রন্থি বোলে?

11. প্রতীপ ক্ৰিয়াৰ দ্বাৰা কেনেদৰে স্নায়ু প্ৰেৰণাৰ প্ৰবাহ হয়?

12. মানুহৰ শৰীৰত পোৱা চাৰিটা অন্তঃস্রাৱী গ্ৰন্থিৰ নাম লিখা।

13. মানুহৰ শৰীৰৰ কেলছিয়াম আৰু ফছফৰাছৰ বিপাক কি হৰম'নে নিয়ন্ত্ৰণ কৰে আৰু কোনটো অন্তঃস্রাবী গ্ৰন্থিৰ পৰা এই হৰম'ন ক্ষৰণ হয়?

14. অগ্ন্যাশয়ৰ দুবিধ হৰম'নৰ নাম লিখা।

15. এটা স্নায়ুকোষৰ চিত্ৰ আঁকি চিহ্নিত কৰা।

16. পার্থক্য লিখাঃ

  (a) অন্তঃস্রাৱী গ্রন্থি আৰু বহিঃস্ৰাৱী গ্রন্থি।

  (b) মধুমেহ ৰোগ আৰু গলগণ্ড ৰোগ।

  (c) ৰাসায়নিক সমন্বয় আৰু স্নায়বিক সমন্বয়।

  (d) ছিপেথেটিক আৰু পেৰাছিম্পেথেটিক স্নায়ুতন্ত্র।

17. জনন গ্রন্থিক কিয় অন্তঃস্রাৱী গ্রন্থি বোলে?

18. প্রতীপ ক্রিয়া নাথাকিলে আমাৰ শৰীৰত কি ধৰণৰ বিসংগতিয়ে দেখা দিব চমুকৈ লিখা।

19. এটা স্নায়ুকোষৰ প্ৰধান অংশকেইটাৰ নাম লিখা।

20. এক্সন আৰু ডেনড্রাইটৰ কাৰ্যপ্রণালী বৰ্ণনা কৰা।

21. থাইৰইড গ্রন্থিয়ে ক্ষৰণ কৰা হৰম'নৰ নাম আৰু ইয়াৰ কাৰ্য। কি লিখা।

22. ইনছুলিন হৰম'নৰ কাৰ্য আৰু ইয়াৰ অভাৱত সৃষ্টি হোৱা ৰোগটোৰ নাম লিখা।

23. হৰম'নক কিয় ৰাসায়নিক বাহক বোলা হয়?

24. আমাৰ খাদ্যত যদি কম পৰিমাণৰ আয় 'ডিন থাকে, তেনেহ'লে কি ঘটিব পাৰে?

25. কোনটো অন্তঃস্রাবী গ্রন্থিত লেঙ্গাৰ হেলৰ দীপপুঞ্জ পোৱা যায়?

26. উপযুক্ত উদাহৰণসহ প্রতীপ ক্রিয়া কাক বোলে লিখা।

27. ডিম্বাশয়ৰ পৰা ক্ষৰণ হোৱা হৰম'নৰ নাম লিখি কাৰ্য উল্লেখ কৰা।

28. স্নায়ুতন্ত্ৰ আৰু হৰম'ন তন্ত্রই একেলগে মানুহৰ শৰীৰৰ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰে। উক্তিটোৰ নায্যতা প্রতিপাদন কৰা।

29. (a) নিউৰণৰ কোনটো অংশই স্নায়ু প্ৰেৰণা গ্ৰহণ কৰে?

  (b) দুটা ওচৰা-ওচৰি নিউৰণৰ মাজৰ সংযোগী স্থানক কি বোলে?

  (c) দুটা ওচৰা-ওচৰি নিউৰণৰ মাজৰ সংযোগী স্থানৰ মাজেৰে স্নায়ু প্ৰেৰণা প্রবাহিত হোৱাত সহায় কৰা ৰাসায়নিক পদার্থ বিধৰ নাম লিখা।

30. মানুহৰ পুৰুষ আৰু স্ত্ৰীৰ জনন গ্রন্থিক কি বুলি কোৱা হয়? সিহঁতৰ কাৰ্য উল্লেখ কৰা।

31. শীর্ষ প্রভাৱিতা কাক বোলে? এই কার্য নিয়ন্ত্ৰণ কৰা হৰম'নৰ নাম লিখা।

32. তলত উল্লেখ কৰা অংশসমূহ দেখুৱাই মানুহৰ মস্তিষ্কৰ এক চিহ্নিত চিত্র আঁকা।

  (a) চেৰিব্ৰাম

  (c) মেডুলা অবলংগেটা

  (b) মেনিব্রজচ্

  (d) চেৰিবেলাম

33. এটা নিউৰণৰ এক্সন প্ৰান্তৰ পৰা স্নায়ু প্ৰেৰণা চাইনেপছৰ মাজেদি গৈ অন্য নিউৰণৰ ডেনড্রাইট মূৰ বা প্ৰান্তলৈ প্ৰভাৱিত হয়। কিয় লিখা।

34. তলত দিয়া হৰম'ন সমূহ, ক'ৰপৰা ক্ষৰিত হয়-

  (a) গ্লুকাগন

  (c) টেষ্ট'ষ্টেৰণ

  (b) প্ৰ'জেষ্টেৰণ

  (d) বিলাক্সিন।

35. প্রতীপ ক্ৰিয়াৰ প্ৰয়োজনীয়তা লিখা। ইয়াৰ এটা উদাহৰণ দিয়া।

36. মানুহৰ শৰীৰত কিমান যোৰ কৰোটি স্নায়ু আৰু কিমান যোৰ ৰজ্জু স্নায়ু পোৱা যায়?

37. স্নায়ুকোষৰ এক পৰিষ্কাৰ চিহ্নিত চিত্র আঁকা।

38. কৃষিত উদ্ভিদ হৰম'নৰ ভূমিকা সম্পৰ্কে কি জানা লিখা।

39. উদ্ভিদত পোৱা পাঁচ শ্ৰেণীৰ হৰম'নৰ নাম লিখা।

40. উদ্ভিদত পোৱা এবিধ প্রাকৃতিক আৰু তিনিবিধ সংশ্লেষিত অক্সিনৰ নাম লিখা।

41. অক্সিন হৰম'নৰ চাৰিটা কাৰ্য লিখা।

42. চাৰিবিধ জিবাৰেলিন হৰম'নৰ নাম লিখা।

43. জিবাৰেলিন হৰম'নৰ চাৰিটা কাৰ্য উল্লেখ কৰা।

44. পার্থক্য লিখা- অক্সিন আৰু জিবাৰেলিন।

45. ছাইট 'কাইনিনৰ চাৰিটা কাৰ্য উল্লেখ কৰা।

46. উদ্ভিদ দেহত এবছিছিক এছিডৰ কাৰ্যসমূহৰ বিষয়ে লিখা।

47. চিচম'নেষ্টিক চলন কি? এনেকুৱা চলন প্ৰদৰ্শন কৰা এবিধ উদ্ভিদৰ নাম লিখা।

48. উদ্ভিদৰ ব্যাপ্তি চলনসমূহ কি কি? নিলাজীবনৰ পাত স্পর্শ কৰিলে কি ঘটিব ব্যাখ্যা কৰা আৰু কিয় এনে ঘটে?

49. উদ্ভিদৰ দিক নির্ণীত চলন আৰু ব্যপ্তি চলনৰ মাজৰ পাৰ্থক্য লিখা। প্রত্যেকৰে একোটা উদাহৰণ দিয়া।

50. আলোকানুবর্তিতা বুলিলে কি বুজা? আলোকানুবর্তিতা দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰা।

51. উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত ভাজ লয়, এই ক্ষেত্রত অক্সিনে কেনেদৰে সহায় কৰে।

4 Marks Questions (৪ নম্বৰীয়া প্ৰশ্ন)

1. মেৰুদণ্ডী প্ৰাণীৰ দেহৰ বিভিন্ন অংগ-প্রত্যংগ আৰু ইহঁতৰ কাৰ্যৰ মাজত কেনেদৰে ৰাসায়নিক সমন্বয় সাধন হয়, চমুকৈ লিখা।

2. স্নায়ুকোষ কাক বোলে? স্নায়ুকোষৰ গঠন আৰু কাৰ্য লিখা।

3. স্নায়ুতন্ত্ৰৰ গঠন আৰু কাৰ্য চমুকৈ আলোচনা কৰা।

4. স্তন্যপায়ী প্রাণীৰ অন্তঃস্ৰাৱী গ্রন্থিসমূহৰ নাম আৰু এই গ্রন্থিবোৰে নিঃসৰণ কৰা হৰম'নৰ এখন তালিকা প্রস্তুত কৰা।.

5. স্তন্যপায়ী প্রাণীৰ অস্রৱী গ্রন্থিসমূহৰ নাম আৰু এই গ্রন্থিবোৰে নিঃসৰণ কৰা হৰম'নৰ এখন তালিকা প্রস্তুত কৰা।

6. মানুহৰ স্নায়ুতন্ত্ৰৰ প্ৰধান ভাগকেইটা কি? প্ৰাণীৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ বিষয়ে কি জানা লিখা।

7. স্বয়ংক্রিয় স্নায়ুতন্ত্র বুলিলে কি বুজা? এই এই প্ৰাণীৰ আভ্যন্তৰীণ অংগসমূহৰ কাৰ্য কি দৰে নিয়ন্ত্ৰণ কৰে উদাহৰণেৰে সৈতে বর্ণনা কৰা।

8. পিটুইটাৰী গ্রন্থিয়ে নিঃসৰণ কৰা দুবিধ হৰম'নৰ নাম আৰু কাৰ্য বৰ্ণনা কৰা।

9. উদ্ভিদ দেহৰ সঞ্জীৱনী পদার্থ বুলিলে কি বুজা? উদ্ভিদ দেহত প্রাকৃতিক ভাৱে সংশ্লেষিত হোৱা সঞ্জীৱনী পদার্থ বা হৰম'নসমূহৰ বিষয়ে আলোচনা কৰা।

10. (a) (i) আলোকানুবর্তিতা কি?

  (ii) ভূকেন্দ্রাবেগিক চলন কাক বোলে? উপযুক্ত চিত্ৰৰ সহায়ত পোহৰ আৰু মাধ্যাকর্ষণে কেনেদৰে উদ্ভিদৰ অংশৰ দিশৰ পৰিৱৰ্তন ঘটায় তাকে দেখুৱাবলৈ এটা পৰীক্ষা দেখুওৱা।

(b) তলত দিয়া উদ্ভিদ হৰম'নৰ কাৰ্য উল্লেখ কৰা-

  (i) অক্সিন

  (ii) এবচিছিক এছিড।