90% Common Question
HSLC 2017
1. অর্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ দুটা পাৰ্থক্য লিখা।
2. নিটি আয়োগ কেতিয়া গঠন কৰা হয়। নিটি আয়োগৰ অধ্যক্ষ কোন?
3. ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কেনে প্ৰভাৱ পেলাইছে চমুকৈ লিখা।
4. অসম দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা প্রধান লক্ষ্য উল্লেখ কৰা।
HSLC 2018
1. নিটি (NITI) আয়োগৰ সদস্যসকল কোন কোন?
2. অর্থনৈতিক পৰিকল্পনা কি? ভাৰতৰ 'প্রথম পঞ্চবার্ষিক পৰিকল্পনা'ৰ সময়ছোৱা উল্লেখ কৰা।
3. ভাৰতবৰ্ষৰ পৰিকল্পনাৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (আৰম্ভণিৰ পৰা ১৯৯০-৯১লৈ) আৰু দ্বিতীয়ছোৱাৰ (১৯৯১-৯২ৰ পৰা বৰ্তমানলৈকে) মাজত মূল পার্থক্য উল্লেখ কৰা।
4. মানৱ উন্নয়নৰ সূচক তিনিটাৰ বিষয়ে চমুকৈ আলোচনা কৰা।
5. মানৱ উন্নয়নৰ ওপৰত এটা টোকা লিখা।
HSLC 2019
1. অর্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ দুটা পাৰ্থক্য লিখা।
2. ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কেনে প্ৰভাৱ পেলাইছে চমুকৈ লিখা।
HSLC 2020
1. কোন সংস্থাই পৃথিৱীৰ মানৱ উন্নয়ন প্রতিবেদন প্রকাশ কৰে? মানৱ উন্নয়ন সূচকাংক গণনাত কোনবোৰ সূচক ব্যৱহাৰ কৰা হয়?
2. নিটি আয়োগ কি? ই কেতিয়া গঠিত হৈছিল? ইয়াৰ অধ্যক্ষ কোন?
HSLC 2022
1. অৰ্থনৈতিক পৰিকল্পনা কাক বোলে? ইয়াৰ দুটা প্রধান প্রয়োজনীয়তা উল্লেখ কৰা।
2. গণতান্ত্ৰিক পৰিকল্পনাৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা।
HSLC 2023
1. ভাৰতবৰ্ষত এটা বিত্তীয় বর্ষই সামৰি লোৱা কালছোৱা হ'ল:
(a) ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ
(b) ১ ফেব্ৰুৱাৰীৰপৰা ৩১ জানুৱাৰীলৈ
(c) ১ মাৰ্চৰপৰা ২৮/২৯ ফেব্ৰুৱাৰীলৈ
(d) ১ এপ্রিলৰপৰা ৩১ মার্চলৈ
2. তলৰ বিকল্পবোৰৰ পৰা পঞ্চবার্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতীয় অর্থনীতিৰ প্ৰধান লক্ষ্য-সমূহ চিনাক্ত কৰা।
(a) আর্থ-সামাজিক আৰু আঞ্চলিক বৈষম্য দূৰ কৰা
(b) আত্ম নিৰ্ভৰশীলতা অর্জন
(c) অর্থনৈতিক উন্নয়নৰ হাৰ খৰতকীয়া কৰা
(d) দৰিদ্ৰতা নির্মূল কৰা
3. ভাৰতবৰ্ষত প্ৰথম পঞ্চবার্ষিক পৰিকল্পনাৰ সূচনা হৈছিল- চনত।
(১৯৪৮/১৯৪৯/১৯৫০/১৯৫১)
4. যি প্রক্রিয়াত অর্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত কৰা হয়, সেইপ্রক্রিয়াক— বোলে।
(বাণিজ্যিকীৰণ / গোলকীকৰণ / বিত্তীয় অন্তভূক্তিকৰণ / উদাৰীকৰণ)
Important Questions 1 Marks Questions (১ নম্বৰীয়া প্ৰশ্ন)
1. এটা বিত্তীয় বছৰত দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ সা-সামগ্ৰীৰ মুদ্রাগত মূল্যই হ'ল-
(a) জনমূৰি আয়
(b) জাতীয় আয়
(c) অর্থনৈতিক আয়
(d) বিত্তীয় আয়
2. মানৱ উন্নয়ন প্রতিবেদনখন প্রথমে প্রকাশ হৈছিল-
(a) 1951-চনত
(b) 1990 চনত
(c) 1961 চনত
(d) 1999 চনত
3. 2010 চনৰ মানৱ উন্নয়ন প্রতিবেদন খনত কেইটা নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছে?
(a) দুটা
(b) চাৰিটা
(c) তিনিটা
(d) পাঁচটা
4. প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ছোৱা হ'ল-
(a) 1 এপ্রিল 1951 – 31 মার্চ 1956
(b) 1 এপ্রিল 1947 – 31 মার্চ 1952
(c) 1 এপ্রিল 1961 – 31 মার্চ 1966
(d) ওপৰৰ এটাও নহয়
5. NITI আয়োগ গঠন কৰা হয়-
6. দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিল কৰণ হ'ল-
(a) গোলকীকৰণ
(b) ব্যক্তিগতকৰণ
(c) উদাৰীকৰণ
(d) অর্থনৈতিকৰণ
7. অসমত বর্তমান চলি থকা পৰিকল্পনাখন হৈছে
(a) দ্বাদশ
(b) একাদশ
(c) দশম
(d) নৱম
8. কিমান চনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (United Nations Development Programme বা UNDP) ৰ অন্তৰ্গত প্ৰথমখন মানৱ উন্নয়ন প্রতিবেদন প্রকাশ কৰা হয়।
(a) 1980 চনত
(b) 1985 চনত
(c) 1990 চনত
(d) 1995 চনত
9. 1950-51 চনৰপৰা 1990-91 চনৰ সময়ছোৱাত ভাৰতীয় অর্থনীতিৰ উন্নয়নৰ গুৰিবঠা ধৰিছিল
(a) ৰাজহুৱা খণ্ডই
(b) ব্যক্তিগত খণ্ডই
(c) সেরা খণ্ডই
(d) কৃষি খণ্ডই
10. খালী ঠাই পূৰণ কৰাঃ-
(i) অর্থনৈতিক বিকাশ--------- উন্নয়ন আৰু মানৱ---------- এই ধাৰণাকেইটাৰ অৰ্থ একেটাই নহয়।
(ii) অর্থনৈতিক বিকাশ হ'ল দেশ এখনৰ-----------আৰু---------- বৃদ্ধি।
(iii) এটা বিত্তীয় বছৰত দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ সা সামগ্ৰীৰ--------মূল্যই হ'ল-------
(iv) জাতীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে------------ পোৱা যায়।
(v) -----------দেশ সমূহত জনমূৰি আয়------------ দেশসমূহতকৈ কম।'
(vi) ------------উন্নয়নে জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, জীৱন- ধাৰণৰ মানদণ্ড; অর্থ সামাজিক ৰাজনৈতিক পৰিবেশ আদিৰ উন্নয়ন বুজায়।
(vii) ------------চনত প্রথমখন মানৱ উন্নয়ন প্রতিবেদন প্রকাশ হয়।
(viii) -----------চনত কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা আয়োগৰ ঠাইত ----------- আয়োগ গঠন কৰিছে।
(ix) NITI আয়োগৰ অধ্যক্ষ হ'ল------------
(x) যি পৰিকল্পনাৰ যুগুত কৰণৰ বিভিন্ন পৰ্য্যায়ত ৰাইজৰ অংশগ্রহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনাই হ'ল-------------।
(xi) গণতান্ত্রিক পৰিকল্পনা ক্ষমতাৰ -------------সৈতে জড়িত।
(xii) যি আর্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাবস্থান হয়, সেই আর্থিক ব্যৱস্থাই হ'ল-------------- ব্যৱস্থা।
(xiii) ভাৰতীয় পৰিকল্পনাৰ প্ৰথমছোৱাত ৰাজহুৱা খণ্ডৰ তুলনাত------------- খণ্ডৰ গুৰুত্ব কম আছিল।
(xiv) ব্যক্তিগতকৰণ আৰু গোলকীকৰণ গুৰুত্ব পোৱাৰ বাবে------------ খণ্ডৰ গুৰুত্ব হ্রাস পায়।
(xv) দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ'ল -------------
(xvi) ব্যৱসায়িক বেংক, বিনিয়োগ বেংক; অংশপত্ৰৰ বজাৰ আৰু বৈদেশিক বিনিময়যোগ্য মুদ্রাৰ বজাৰৰ সমষ্টিয়েই হ'ল----------------খণ্ড।
(xvii) চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্রতিষ্ঠানসমূহ বেচৰকাৰী খণ্ড লৈ মুকলি কৰি দিয়া নীতিয়েই হ'ল-----------------
(xviii) দেশখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অর্থনীতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰাটোৱেই হ'ল----------------
(xix) গোলাকীকৰণৰ ফলত দেশসমূহৰ মাজত থকা দূৰত্ব হ্রাস হয় আৰু এক-----------বিশ্বৰ দিশে বাষ্ট্র সমূহ ধারমান হয়।
(xx) প্রতি পাচঁ বছৰৰ মূৰে মূৰে যুগুত কৰা বাবে আমাৰ দেশৰ পৰিকল্পনা হ'ল------------- পৰিকল্পনা।
(xxi) যি আর্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থান হয়, সেই আর্থিক ব্যৱস্থা হ'ল-------------আর্থিক ব্যৱস্থা ।
(xxii) শেহতীয়া অর্থনৈতিক সমীক্ষা অনুসৰি 2013-14 চনত ভাৰতবৰ্ষৰ বাৰ্ষিক উন্নয়নৰ হাৰ আছিল ------------ শতাংশ।
(xii) ব্যৱসায়িক বেংক, বিনিয়োগ বেংক, অংশপত্ৰৰ বজাৰ আৰু বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ বজাৰৰ সমষ্টিয়েই হ'ল----------------
(xxiv) ব্যৱসায়িক বেংক, বিনিয়োগ বেংক, অংশপত্ৰৰ বজাৰ আৰু বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ বজাৰৰ সমষ্টিয়েই হ'ল----------------।
(XXV) ------------- নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ ৯টা। উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়াৰ লগে লগেই ব্যক্তিগতকৰণ নীতি প্ৰৱৰ্তন কৰা হ'ল।
(xxvi) চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্রতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হ'ল----------------
(xxvii) --------------- ক উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি বুলিও ক'ব পাৰি।
(xxviii) ভাৰতীয় পৰিকল্পনাৰ প্ৰথমছোৱা সময়ত ------------- গুৰুত্ব কম আছিল।
(xxix) ------------- দশকৰ মাজভাগত ভাৰতবৰ্ষত সেউজ বিপ্লৱ (Green Revolution) ৰ সূচনা কৰা হয়।
11. জাতীয় আয় কি?
12. জনমুৰি আয় কি?
13. মানৱ উন্নয়নে কি বুজায়?
14. মানৱ উন্নয়ন প্রতিবেদনখন প্রথমে কেতিয়া প্রকাশ হয়?
15. মানৱ উন্নয়নৰ এটা সুচক উল্লেখ কৰা।
16. 2010 চনৰ মানৱ উন্নয়নৰ নতুন ধাৰণাৰ এটা উল্লেখ কৰা। 9. অর্থনৈতিক পৰিকল্পনা কি?
17. পঞ্চবার্ষিক পৰিকল্পনাৰ এটা লক্ষ্য লিখা।
18. প্রথম পঞ্চবার্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল?
19. অর্থনৈতিক বিকাশ কি?
20. NITI আয়োগ কি?
21. NITI সম্পূৰ্ণ ৰূপটো লিখা।
22. NITI আয়োগৰ অধ্যক্ষ কোন?
23. গণতান্ত্রিক পৰিকল্পনা কি?
24. ভাৰতীয় প্রশাসন ব্যৱস্থাৰ স্তৰ কেইটা?
25. ভাৰতবৰ্ষৰ অৰ্থনীতি কেনেকুৱা?
26. সেউজ বিপ্লৱ কি?
27. অর্থনৈতিক সংস্কাৰে অনা এটা কুফল লিখা।
28. উদাৰীকৰণ কি?
29. ব্যক্তিগতকৰণ কি?
30. গোলাকীকৰণ বা বিশ্বায়ন কি?
31. অসমৰ দ্বাদশ পৰিকল্পনাৰ লক্ষ্য এটা লিখা।
32. মিশ্র অর্থনীতি কি?
33. ভাৰতৰ একাদশ পৰিকল্পনা কোন চনত আৰম্ভ হৈছে?
34. কোন চনত ভাৰতে অৰ্থনৈতিক উদাৰীকৰণ নীতি গ্ৰহণ কৰে?
35. অর্থনৈতিক বিকাশ, অর্থনৈতিক উন্নয়ন আৰু মানৱ উন্নয়ন এই ধাৰণা কেইটাৰ অৰ্থ একেনে?
2/3 Marks Questions (২/৩ নম্বৰীয়া প্ৰশ্ন)
1. অর্থনৈতিক বিকাশ বা প্ৰসাৰতা আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত পার্থক্য লিখা।
2. মানৰ উন্নয়নৰ তিনিটা সুচক উল্লেখ কৰা।
3. মানৱ উন্নয়নৰ নতুন ধাৰণাকেইটা উল্লেখ কৰা।
4. অর্থনৈতিক পৰিকল্পনা কাক বোলে?
5. পঞ্চবার্ষিক পৰিকল্পনা বুলিলে কি বুজা?'
6. পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা লক্ষ্য উল্লেখ কৰা।
7. গণতান্ত্রিক পৰিকল্পনা বুলিলে কি বুজা?'
8. ভাৰতবৰ্ষৰ অৰ্থ ব্যৱস্থা কেনেধৰণৰ? মিশ্র অর্থনীতি কাক বোলে?
9. উদাৰীকৰণ কাক বোলে?
10. ব্যক্তিগতকৰণ কাক বোলে?
11. গোলাকীকৰণ কাক বোলে?
12. অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা লক্ষ্য উল্লেখ কৰা।
13. অর্থনৈতিক বিকাশ আৰু মানৱ উন্নয়নৰ মাজত পার্থক্য কি?
14. অর্থনৈতিক সংস্কাৰৰ তিনিটা কুফল লিখা।
15. অৰ্থনৈতিক সংস্কাৰৰ এটা সুফল উল্লেখ কৰা।
16. ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাৰ মূল লক্ষ্যসমূহ কি কি?
17. NITI আয়োগৰ গঠন সম্পর্কে লিখা।
18. ভাৰতীয় প্রশাসন ব্যৱস্থাত কি কি স্তৰ আছে?
19. ভাৰতীয় পৰিকল্পনাৰ প্ৰথমছোৱা সময়ত ভাৰতীয় অর্থনীতিৰ মূল লক্ষ্যসমূহ কি আছিল?
20. নির্বিনিয়োজন নীতি'কি? নির্বিনিয়োজন নীতি কেতিয়া কাৰ্যকৰী হয়?
21. 2010 চনৰ ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন প্রতিবেদনখনত মানৱ উন্নয়নৰ কি কি নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছে?
22. 2010 চনৰ ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন প্রতিবেদনখনত মানর উন্নয়নৰ সন্নিৱিষ্ট কৰা ধাৰণাকেইটাই কি কি বিষয় প্রতিফলিত কৰিছে?
23. জনমূৰি আয়ৰ ভিত্তিত বিশ্বৰ দেশসমূহক কেনেদৰে ভাগ কৰা হৈছে?
24. ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী প্রতিবেদনত মানৱ উন্নয়নৰ কি কি তিনিটা সূচক উল্লেখ কৰা হৈছে?
4/5 Marks Questions (৪/৫ নম্বৰীয়া প্ৰশ্ন)
1. ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (1951-1991) আৰু দ্বিতীয়ছোৱা (1991ৰ পৰা বৰ্তমানলৈ) ৰ মাজত থকা এটা মূল পার্থক্য ব্যাখ্যা কৰা।
2. ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা।
3. অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা।
4. অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা।
5. অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ ছটা প্রধান লক্ষ্য উল্লেখ কৰা।
6. অৰ্থনৈতিক সংস্কাৰে আনিব পৰা সমস্যা সমূহ লিখা।
7. চমুটোকা লিখাঃ-
(i) অর্থনৈতিক বিকাশ
(ii) অর্থনৈতিক উন্নয়ন
(iii) মানৱ উন্নয়ন
(iv) অর্থনৈতিক পৰিকল্পনা
(v) গণতান্ত্রিক পৰিকল্পনা
(vi) উদাৰীকৰণ
(vii) ব্যক্তিগতকৰণ
(viii) বিশ্বায়ন
(ix) NITI আয়োগ