Showing posts from August, 2017Show all
তেওঁ পৰীক্ষাত কিয় অকৃতকায হৈছিল? Teon Parikshat Kia Akritka Haishil?
যোবা কালি তুমি কিয়  অফিচলৈ যোৱা নাছিলা? Yoba Kali Tumi Kia Afisal Yova Nasila?
যোৱা কালি তুমি কলৈ গৈছিলা? Yova Kali Tumi Kalai Gaishila?
মই কিতাপবোৰ কৰ পৰা পাম? Moi Kitapbor Kar Para Pam?
আজিকালি তোমাক কিহত নিয়ে? Azically Tomak Kihat Nee?
আপোনাৰ দেউতা দিল্লীৰ পৰা কেতিয়া আহিব? Apona Deuta Dillir Para Ketia Ahib?
দুৱাৰত কোনে টুকুৰিয়াই আছে | Duvarat Kone Tukuria Ase.|
আজিকালি আপুনি প্ৰায়ে তেওঁক লগ নকৰে? || Azically Apuni Praye Teonk Log Nakre? ||
আপুনি তেখেতৰ লগত কথা-বতৰা হয়নে? || Apuni Tekhet Logot Katha-Vatra Hoin? ||
তোমাৰ ঘৰত কোনে বেছি মৰম কৰে? || Tomar Gharat Kone Besi Maram Kare? ||
তেওঁ আজিকালি কিমান দেৰিলৈকে পঢ়ে? || Teon Azically Kiman Derilaike Padhe? ||
তোমাৰ প্ৰিয় নেতা কোন? || Tomar Priya Neta Cone? ||
তোমাক কোনে ইংৰাজী পঢ়ায়? || Tomak Kone Ingraji Padha? ||
তেওঁ সাঁতুৰিব জানেনে? || Teon Santurib Janen? ||
আপুনি তেওঁক জানেনে? || Apuni Teonk Janen? ||
তেওঁ সবালক হলনে? || Teon Sabalakshmi Holon? ||
ঘটনাটোৰ বিষয়ে আপোনাৰ মতামত কি? || Ghatnator Vishay Apona Matamatta Ki? ||
তুমি ৰাতিপুৱা কলৈ ফুৰিব যোৱা? Tumi Ratipuva Kalai Furib Yova?
ৰাতিপুৱা তুমি কেতিয়া উঠা? || Ratipuva Tumi Ketia Utha?
আপোনাৰ প্ৰিয় খাদ্য কি? ||  Apona Priya Khadda Ki? ||
আজিকালি তেওঁ কত থাকে? || Azically Teon Kata Thake? ||
তুমি ঘৰ পোৱাৰ আগতে মায়ে ভাত ৰান্ধিছিল। || Tumi Ghar Power Aagat Maye Bhat Randhishil. ||
তেওঁ যোৱা কালি চিমলালৈ গৈছিল। || Teon Yova Kali Chimlal Gaishil. ||
পুলিচ অহাৰ আগতে চোৰবোৰ পলাইছিল। || Police Ahar Aagat Chorbort Polysil. ||
তেওঁ শোৱাৰ আগতে গাখীৰ খাইছিলনে। || Teon Shower Aagat Gakhir Khaisilon. ||
তুমি ফুৰিবলৈ যোৱাৰ আগতে তোমাৰ কাম শেষ কৰিছিলানে। || Tumi Furibalai Yower Aagat Tomar Kam Shesh Karishilan. ||
সিহঁতে নীতু অহাৰ আগতে কিতাপবোৰ কিনিছিলনে? Sihant Neetu Ahar Aagat Kitapbor Kinisilon?
পুলিচ অহাৰ আগতে চোৰজন পলাইছিল। Police Ahar Aagat Chorjan Polysil.
বুঢ়ীগৰাকী ডাক্তৰ অহাৰ আগতে মৰিছিল। Burigaraki Daktar Ahar Aagat Morysil.
লৰাবোৰে মালী অহাৰ আগতে ফুলবোৰ ছিঙিছিল। Laurabore Mali Ahar Aagat Fulbort Chingisil.
পিয়নজন অহাৰ আগতে মই এখন চিঠি লিখিছিলোঁ। Pionogen ahar aagat moi ekhan chithi likhisilon.
তুমি ইয়াৰ আগতে কেতিয়াও এনে ব্যৱহাৰ কৰা নাছিলা। Tumi year aagat ketiao ane byawhar kara nasila.
সূৰ্য অস্ত যোৱাৰ আগতে আমি চহৰত উপস্থিত হৈছিলোঁ। Surya asta yower aagat ami chaharat uposthito hoisilon.
তেওঁ বৰষুণ দিয়াৰ আগতে ঘৰলৈ আহিছিলনে? Teon varasuna diar aagat gharlai ahishilan?
তুমি ৰাতিপুৱাৰ জলপান মোহন অহাৰ আগতে খাইছিলানে। Tumi Ratipuvar Jalpan Mohan Ahar Aagat Khaishilan.
মই মোৰ কাম শেষ কৰিছিলোঁ। Moi More Kam Shesh Karisilo.
মই বহুতদিন তেওঁৰ পৰা কোনো চিঠি পোৱা নাছিলোঁ। Moi Vahutdin Teonr Para Cono Chithi Powa Nasilon.
মই ইতিমধ্যে চাকৰিটোৰ কাৰণে দখাস্ত কৰিছিলোঁ। Moi Itimadhye Chakritor Karan Dakhasta Karisilo.
যোৱা কালি মই কামটো কৰি থকা নাছিলোনে। Yova Kali Moi Kamto Kari Thaka Zasilone.
পুলিচজনে চোৰক অনুসন্ধান কৰি আছিল। Polices Chorak Anusandhan Kari Asil.
আমি এখন চিনেমা চাব লৈ গৈ আছিলোঁ। Ami Ekhan Cinema Chab Lai Gai Asilo.
তাই কাপোৰ ধুই থকা নাছিলনে? Tai Kapoor Dhui Thaka Nasilon?
আমি কাৰো লগত ধেমালি কৰি থকা নাছিলোঁ। Ami Caro Logot Dhemali Kari Thaka Nasilon.
সীতাই কিতাপ কিনি আছিল। Seeta Kitap Kinny Asil.
বাহিৰত শিলাবৃষ্টি হৈ আছিল। Vahirat Shilabrishti Hai Asil.
কুকুৰবোৰে ৰাস্তাত ভুকি আছিল। Kukurbore Rastat Bhuki Asil.
ৰীতাই পুতলাৰ সৈতে খেলি আছিল। Reeta Putlar Saite Kheli Asil.
মোৰ ভাইটিয়ে বাতৰি কাকত পঢ়ি আছিল। more vitee vatri kakat pari asil.
চেঁচা বতাহ বলি থকা নাছিল। chensa vatah bolly thaka nasil.
তেওঁ মোলৈ চাই আছিলনে? teon molai chai asilon?
চৰাইবোৰ উৰি থকা নাছিল। charaibor uri thaka nasil.
আমি চিলা উৰুৱাই আছিলোঁ। ami chila uruva asilo.
তুমি দেউতাৰ লগত কলৈ গৈ আছিলা? tumi deuter logot ka'lai gai asila?
তেওঁ যোৱা কালি বজাৰলৈ গৈ আছিল। teon yova kali vajaral gai asil.
মই তালৈ যোৱা নাছিলোঁ। moi talai yova nasilon.
মই যোৱা কালি ভাত খোৱা নাই। moi yova kali bhat khowa nai.
আপুনি কিতাপ খন পঢ়িলেনে? apuni kitap khan padhilene?
তুমি স্কুললৈ কিয় যোৱা নাই? tumi skulalai kia yova nai?
তোমাৰ বন্ধুৱে যোৱা কালি তোমাক লগ পাইছিলনে? tomar bandhuwe yova kali tomak log pycilon?
তেওঁলোকে সাঁতুৰিছিলনে? teonlok santurisilone?
মই তেওঁক যোৱা কালি মাৰিছিলোঁনে? moi teonk yova kali marisilon?
তেওঁ তোমাৰ বিৰুদ্ধে গোচৰ দিছিলনে? teon tomar viruddh goacher dishilan?
মোহনে তোমাক গালি পাৰিছিলনে? mohan tomak gulley parisilon?
গীতাই ফুল ছিঙিছিলনে? geeta full chingisillon?
সিহঁতে কাপোৰ ধোৱা নাছিল। sihant kapoor dhowa nasil.
যোৱা কালি তুমি ফুৰিবলৈ গৈছিলানে? yova kali tumi furibalai gaishilan?
তেওঁ মিছা কোৱা নাছিল। teon missa kowa nasil.
তুমি খেল খেলিছিলা। tumi khel khelisila.
ছোৱালীবোৰে গীত গাইছিল। chowalibore geet gaisil.
মই চিঠি লিখিছিলোঁ। moi chithi likhisilon.
শিক্ষকে দুষ্ট লৰাবোৰক শাস্তি দিছিল। shikshake dusht laraborak shasti disil.
মই তেওঁক তিনি বছৰৰ পৰা চিনি পাওঁ। moi teonk tini basr para chini paon.
মই এতিয়াও তাজমহল দেখা নাই‌। Moi Etiao Tajmahal Dekha Nai.
তুমি তোমাৰ অফিচৰ কাম কৰিলানে? Tumi Tomar Officher Kam Karilan?
তুমি তোমাৰ স্কুলৰ কাম কৰিলানে? Tumi Tomar Schooler Kam Karilan?
তেওঁ মোক প্ৰতাৰণা কৰিলে। Teon Moksha Pratarana Karil.
খেলুৱৈসকলে তেও‍্ঁলোকৰ কাম শেষ কৰিলে। Kheluvaiskal Teonlocker Kam Shesh Karil.
তেওঁ দুবছৰৰ আগৰ পৰা সেই স্কুলখনত পঢ়িছিলনে? Teon Dubsar Agar Para Sei Sculkhon Padhishilane?
তেওঁ তেওঁৰ পাঠ ৰাতিপুৱা পৰা পুনৰ অধ্যয়ন কৰা নাছিল। Teon Teonr Path Ratipuva Para Punar Adhyayan Kara Nasil.
মই চাৰি বছৰৰ পৰা এই দোকান চলাই আছোঁ। Moi Chari Basr Para Ae Dokan Chalai Ason.
তেওঁ তিনি বজাৰ পৰা মোৰ কাৰণে অপেক্ষা কৰি আছেনে? Teon Tini vajar para more karan apeksha kari asen?
তেওঁ দুই ঘন্টা ধৰি লিখি আছে। Teon Dui Ghanta Dhari Likhi Ase.
মালীজন আহাৰ আগতে লৰাবোৰে ফুল ছিঙিলে। Malijan Ahar Aagat Laurabore Full Chingil.
পিয়নজন অহাৰ আগতেই মই এখন চিঠি লিখিলোঁ। pionogen ahar agat moi ekhan chithi likhilon.
সূৰ্য অস্ত যোৱাৰ আগতেই আমি চহৰ পালোঁগৈ। surya asta yower agat ami chahar palongai.
তুমি আগতে কেতিয়াও এনে বেয়া ব্যৱহাৰ কৰা নাছিলা। tumi aagat ketiao ane bea byawhar kara nasila.
তেওঁ বৰষুণ দিয়াৰ আগতেই ঘৰলৈ আহিছেনে? teon varasuna diar agat gharlai ahishen?
মই মোৰ কাম শেষ কৰিলোঁ। moi more kam shesh corrillo.
তুমি খেল খেলা | tumi khel khela
ছোৱালীবোৰে গান গাইছে। chowalibore gunn gaise.
মই কিতাপ পঢ়িছোঁ। moi kitap padhison.
কুকুৰে ভুকে। kukur bhuke.
তুমি দৈনিক খোজ কাঢ়া। tumi dainik khoj karha.
অলকাই মেছেজ লিখিছে। alka messes likhis.
অলকাই চিঠি লিখিছে। Alka chithi likhis.
মই বজাৰলৈ যাওঁ। moi vajaral yaon.
তুমি আৰু তেওঁলোক বাহিৰলৈ ফুৰিবলৈ নোযোৱানে? tumi aru teonlok vahiral furibalai noyovan?
সীতাই কিতাপ কিনি আছে।
ৰীতাই পুতলাৰ সৈতে খেলি আছে।
মোৰ ভাইটিয়ে বাতৰি কাকত পঢ়ি আছে।
ঠাণ্ডা বতাহ বলি থকা নাই।
তেওঁ মোক বিছাৰি আছে নেকি
চৰাইবোৰ উৰি থকা নাই।
আমি চিলা উৰুৱাইছোঁ।
তুমি দেউতাৰৰ লগত কলৈ গৈ আছা?
তেওঁ আজি বজাৰলৈ গৈছে।
তেওঁ এজনী ছোৱালীৰ প্ৰেমত পৰিছে।
তেওঁ মোৰ কথাত কাণ দিয়া নাই।
তেওঁ এজন দোকানী।
আপোনাৰ ব্যৱসায় কি?
সময় অমূল্য সম্পদ
আইনৰ চকুত সকলো সমান।
যাত্ৰাৰ সময়ত পকেট মৰাৰ পৰা সাৱধান থাকিব।
ৰেলগাড়ীৰে যাত্ৰা কৰাটো কম খৰচী।
চলন্ত গাড়ীত নুঠিবা।
গাড়ী ইয়াত দুই মিনিট সময় ৰয়।
এই গাড়ীখন গুৱাহাটীলৈ যাব
মই মৰিগাঁওলৈ গৈ আছোঁ
আপুনি ক'লৈ যাব?
তেওঁ কিতাপৰ পোক
কটা-কটিকৈ নিলিখিবা
পঢ়িব পৰাকৈ পৰিস্কাৰকৈ লিখিবা
বিষ্ণু ৰাভাৰ    কোন চনৰ  কোন তাৰিখে কিমান  তাৰিখে  মৃত্যু
হৈছিল??
ভাৰতৰ বৃহত্তম নদী বান্ধটোৰ নাম কি?
মাটিকালি হিচাবে ভাৰত বিশ্বৰ কোন স্থানত?
ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাস্তাটোৰ নাম কি?
সকলোতকৈ ডাঙৰ প্ৰাচীৰ কি?
পৃথিৱীৰ সবপ্ৰথমে কিতাপ ছপোৱা ব্যক্তিজনৰ নাম কি?
ভাৰতৰ সকলোতকৈ পবিত্ৰ নদী কোনখন? bharatar sakalotkai pabitra nadi konkhan?
সকলোতকৈ অধিক জনসংখ্যা থকা দেশ খনৰ নাম কি?
সকলোতকৈ পুষ্টিকৰ ফলটোৰ নাম কি?
সকলোতকৈ ডাঙৰ ফুল কি?
কোনটো চৰাই মাত সকলোতকৈ মধুৰ হয়?
কোনটো ভেকুলীয়ে টোৰটৰাই থাকে?
এটা ঘঁৰিয়ালৰ মুখত কেইটা দাঁত থাকে?
সকলোতকৈ তীব্ৰ গতিত যাব পৰা চৰাই কোনটো
কি চৰাইয়ে নিজে বাঁহ নাসাজে?
সকলোতকৈ অধিক গাখীৰ দিব পৰা ছাগলী জনীৰ নাম কি
কোনটো প্ৰাণীৰ তিনিটা চকু থাকে?
কি মাখিৰ খাদ্য মানুহে খায়?
বিশ্বৰ সকলোতকৈ সক্ৰিয় জ্বালামুখী কোনটো?
পৃথিৱীৰ সকলোতকৈ কম শব্দৰ ভাষা কোনটো?
কি দেশত ৰাষ্ট্ৰপতি দুজন?
বিশ্বৰ সকলোতকৈ ডাঙৰ টিভি টাৱাৰ কোনটো?
মহাভাৰতৰ পুৰণা নাম কি?
ভূপাল দুঘটনাত কি গেছ ওলাইছিল?
ইংৰাজ সকলে ভাৰতৰ প্ৰথম ফেক্টৰী কত স্থাপন কৰিছিল?