মৌ পালন কৰা বিষয়ে সৰুকৈ অলপ
বৰ্তমান সময়ত বজাৰত সহজে পোৱা বিভিন্ন মৌ কোম্পানী বোৰে বিভিন্ন কেমীকেল প্ৰক্ৰিয়া আৰু ৰিফাইন কৰি তাত উৎপাদন বৃদ্ধি কৰিবলৈ বিভিন্ন দ্ৰব্য আৰু যথেষ্ট চেনী যোগ দিয়ে। কিন্তু সকলোতকৈ ডাঙৰ কঠাতো হ'ল মৌ ত প্ৰকৃতিক ভাবে ৰোগ প্ৰতিৰোধৰ যঠেষ্ট ক্ষমতা থাকে কিন্তু চাহিদা বৃদ্ধি কৰা ফলত ইয়াৰ ক্ষমতা যঠেষ্ট কমি যায় আৰু ইয়াৰ মাত্ৰা একে ৰাখিবৰ কাৰণে এন্টিবাইটিক মিহল দিয়ে আৰু ইয়াৰ সদায় নিয়মীয়াকৈ কৰিলে উপকাৰ সলনি অপকাৰ হে কৰে



Little about honey rearing
At present various honey companies which are easily available in the market add different products and a lot of sugar to increase production there by performing various chemical processes and refined. But the biggest place is that honey naturally has a lot of immunity but increasing demand reduces its capacity and mixes antibiotics to keep its dimensions the same and doing it regularly only instead of benefits.

Post Id: DABP000143