কাঠফুলা এবিধ খাদ্য, ইয়াৰ চাহিদা যঠেষ্ট বেছি। ভাৰতৰ লগতে বিভিন্ন দেশত ইয়াৰ উৎপাদন দেখা পোৱা যায়।
কাঠফুলা খেতি কৰি যঠেষ্ট লাভবান হব পৰা ‌যাই। কাঠফুলা ঠাণ্ডা ঠাইত হোৱা উদ্ভিদ। কাঠফুলা উৎপাদন কৰা কোঠাতো বতাহ চলাচল কৰিব পৰাকৈ খিৰিকী বেছিকৈ থকাটো ভাল আৰু কোঠালীটো এন্ধাৰ কৰি ৰাখিব লাগে। ঘৰটোৰ ওচৰত হাবি জংঘল থাকিব নালাগে।
কোঠাতোৰ মজিয়া আৰু বেৰ বোৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু মজিয়া খন মাটি হ'লে চূন দি মচিব লাগে।
শুকান খেৰ সৰু সৰু কৈ কাতি গৰম পানীত সিজাই পানী খিনি পেলাই দি ঠাণ্ডা হোৱা পাছত বীজবোৰ তৰপ তৰপ কৈ চতিয়আই পলিঠিনটোত ভৰাই ঠাণ্ডা এন্ধাৰ ঠাইত কৈইদিন মান থৈই দিব লাগে আৰু পাছত ৰচি বান্ধি কোঠাতোত ওলোমাই ৰাখিব লাগে।


Mushrooms are a food, much more in demand. Its production is seen in India as well as in various countries.

We can benefit from growing mushrooms. Mushrooms are plants in cold places. It is better to have more windows and keep the room dark so that the air can move even in the mushroom producing room. There should not be a hubby jungle near the house.

The floor and walls of the room should be kept clean and the floor should be lime and wiped when it is ground.

After the dry straw is cut into small pieces and boiled in hot water and cooled down, the seeds should be filled with a layer of satiai polythene and placed in a cold dark place for a few days and then cooked and hung in the room.



Post Id: DABP000142