অসমত ভেদাই লতা পাত পাচিন কালৰ পৰা খাই অহা দেখা যায় যদিও ইয়াৰ ফুল বোৰ খাদ্য হিচাপে গহন কৰে ফুল বোৰৰ পৰা ও পিঠা আৰু আঞ্জা খাৱ পাৰি। দেখাত বহুত ধুনীয়া আৰু সৰু সৰু হয়। শীতকালী অহা আগে আগে অক্টোবৰ মাহত এই ফুলবোৰ ফুলে । সৰু গছবোৰত এই ফুল সাধাৰণতে নুফুলে লতীবোৰ যেতিয়া ডাঙৰ গছত বগায়  আৰু ৩ বা ৪ বছৰ পুৰণি হয় তেতিয়া এই ফুল ফুলা দেখা যায়। পেটৰ কাৰণে যঠেষ্ট উপকাৰী।





 In Assam, the creeper leaves can be seen eaten since the past but its flowers are burnt as food and bread and curry can be eaten from the flowers. Looks very beautiful and small. These flowers bloom in October before winter arrives. In small trees these flowers usually appear to swell when the leaves sit on a large tree and are 3 or 4 years old. There is a lot of benefit to the stomach.




Post Id: DABP000145