গোটেই বিশ্বত ১০০ ৰ ও অধিক জলকীয়া প্ৰজাতি আছে যদিও অসমত প্ৰায় ২০ টা প্ৰজাতিৰ জলকীয়া দেখা পোৱা যায়। জলকীয়া সাধাৰণতে মছলা জাতীয় খাদ্যত ধৰা হয়। অসমৰ ভূত জলকীয়া পৃথিৱীৰ সকলোতকৈ অধিক জ্বলা থকা জলকীয়া।

১. ভূত জলকীয়া
২. ঔ জলকীয়া
৩. ফিৰিঙিনি জলকীয়া
৪. বগা জলকীয়া
৫. কলীয়া জলকীয়া

There are more than 100 chilli species all over the world though about 20 species of chillies are found in Assam. Chillies are usually caught in spices. The ghost of Assam is the most burning chillies in the chilly world.


1. Ghost Chillies

2. O Chilli

3. Feringini Chilli

4. White chillies

5. Black chilli


Post Id: DABP000147