কাটা খুটুৰা অসমৰ  মাটিত হোৱা এবিধ বনৰীয়া শাক। অসমৰ মানুহে এই শাক বিধৰ খেতি নকৰে। উখ ১ মিটাৰ পৰ্য্যন্ত হব পাৰে আৰু গা গছত বহুত কাইট থাকে।

Kata Khutura is a wild leafy leafy vegetable on the soil of Assam. The people of Assam do not cultivate this vegetable. Height can be up to 1 metre and there are many kites in the tree.


Post Id: DABP000141