অসমৰ মানুহৰ ঘৰে ঘৰে পোৱা যাই ইয়াৰ জনপ্ৰিয়তা গোটেই পৃথিৱীতে আছে আৰু এই বিধ ফুল বিভিন্ন জলবায়ুত হোৱা দেখা যায়। কিন্তু অসমৰ হোৱা গোলাপ ফুলৰ প্ৰজাতি কাইটিয় আৰু গ্লোম হয় আৰু ইয়াৰ ফুলৰ পাহিবোৰ সহজে সৰী যায়। ৰঙা, বগা, গোলপীয় আৰু হালধীয়া ও দেখা পোৱা যায়।



It is popular all over the world and these flowers are seen to be grown in different climates. But the rose flower species of Assam is catia and globand its flower petals are easily serred. Red, white, chubby and yellow are also seen.


Post Id: DABP000130