অসমৰ প্ৰান্তে প্ৰান্তে হোৱা কুকুৰা যুঁজ অসমৰ এক জনপ্ৰিয় খেল । মৰিগাঁও জিলাৰ বিভিন্ন ঠাইত এই খেল অনুষ্ঠিত কৰা দেখা যায় বিশেষ কৈ মাঘ বিহুৰ সময়ত এই খেল সামোহিক ভাবে অনুষ্ঠিত হয়, আজি কালি এই খেল দৈনিক অনুষ্ঠিত কৰা এখন খেল মৰিগাঁও জিলাৰ ভূৰবন্ধা নামৰ ঠাইত প্ৰতি মঙ্গল বাৰে এখন বজাৰ বহে আৰু বিভিন্ন কুকুৰা মালিকে নিজৰ কুকুৰা জনি যুঁজ বলৈ লৈ বজাৰলৈ লৈ আহে। কুকুৰা ভৰিত বিন্ধা যুক্ত কাইট লগাই দিয়ে যাতে আক্ৰমণ কৰিলে বিপৰীত কুকুৰা জনি আঘাত হয় ।











Post Id: DABP000239