অসমত ঠাণ্ডা দিনত জুই পুৱা তেনেই স্বাভাৱিক কথা। ঠাণ্ডাত জুই দেখা পালে ওচৰত বহি জুই পোৱাই থাকিলে বৰ মজালাগে। ঘৰৰ সকলো সদস্য যেতিয়া একেলগে বহি জুই পোৱাই থকা যায় বিভিন্ন কথা আলোচনা হয় আৰু একটা বৃদ্ধি হয়। 


Fire is normal in Assam in the morning on a cold day. It's fun to sit nearby and get a fire when you see a fire in the cold. When all the members of the house sit together and get a fire, various things are discussed and there is an increase. 





Post Id: DABP000199