শীতকালী অসমত ৰাতিপুৱা যঠেষ্ট কুঁৱলী পৰে। ৰাতিপুৱা খোজ কাঢ়িলে দিনটোৰ কাৰণে মন আৰু শৰীৰ সুস্থ হয়। দূবৰি বনত পৰি থকা নিয়ৰ বোৰত খালি ভৰিৰে খোজ কাঢ়িলে চকুৰ কাৰণে যঠেষ্ট উপকাৰী।


Winter is very foggy in Assam in the morning. Walking in the morning heals the mind and body for the day. Walking barefoot in the nearareas lying in the open forest is very beneficial for the eyes.



Post Id: DABP000190