মাঘ বিহুৰ সাত দিন মানৰ আগৰ পৰা পথাৰৰ পৰা কাতি অনা নতুন ধানৰ চাউল ধূই অলপ সময় জুইত শুকান কৈ ভাজি ধেকিত সূন্দী জলপান তৈয়াৰ কৰা হয়।
খোৱাৰ নিয়মৰ বিষয়ে অলপ,
১. বাতি এটাত অলপ জলপান লৈ তাত নিমখ দি উতলা গৰম পানী বাকী দি খাই।
জুতি অনুসৰি  আদা আলু বিলাহী বেঙেনা ধুনীয়া পিতীকা কৰি খাব পাৰি।
২. দৈ লগতো জলপান খাই চেনী বা মিঠৈ মিহলাই ল'ব লাগে।
অসমীয়া সমাজত বিহু কেইদিন ঘৰে ঘৰে আলহী জলপান খাব দিয়া হয় আৰু নিজেও যঠেষ্ট পৰিমাণে খাই



The new rice rice smoke harvested from the field seven days before Magh Bihu is made into a sundi snack fried dry in flames for a while.
A little bit about the rules of eating,
1. Take some snacks on a lamp and add salt to it and add boiling hot water.
Ginger potato tomato brinjal can be eaten with beautiful yellow as per the shoes.
2. Drink breakfast with curd and mix sugar or sweets.
In Assamese society, Bihu is allowed to drink alot of snacks from house to house for a few days and eats a lot of it himself.





Post Id: DABP000188