পাঠ নং ১৪

স্কাউট আৰু গাইড


১) উত্তৰ লিখা ।

ক) দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত কোনখন নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল ?
উত্তৰ - পুঠিমাৰী নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল ।

খ) চৰকাৰী বাহিনীয়ে বানপিড়িত ৰাইজৰ মাজত কি কি বিতৰণ কৰিছিল    ?
উত্তৰ -  চাউল  চিৰা গুৰ বিতৰণ কৰিছিল ।

গ) চৰকাৰী বাহিনীক সহায় কৰা যুৱক - যুৱতী সকল কোন ?
উত্তৰ - স্কাউট আৰু গাইডৰ সদস্য সকল ।

ঘ) যুৱক - যপৱতী সকলে কি পোছাক পিন্ধি বান সাহাৰ্য্যৰ কাম কৰিছিল ?
উত্তৰ - নীলা ৰঙৰ পোছাক পিন্ধি ।

ঙ) দৰ্শনাহঁতৰ দেউতাকে স্কাউট আৰু গাইডৰ বিষয়ে কেনেকৈ জানিলে ?
 উত্তৰ - কাৰণ তেওঁ ষষ্ঠম মান শ্ৰেণীত পঢ়োতে স্কাউট আৰু গাই়ৰ সদস্য আছিল ।


২) পাঠটোৰ কঠিন শব্দবোৰৰ অৰ্থ জানি লোৱা ।
উত্তৰ
থাউনি - পাৱনীত তল নোযোৱাকৈ ভৰিৰে পোৱা তলৰ মাটি ।
নাজল - নাথল - অৱস্থা - আলাই আথানি ।
বিপদসংকুল - বিপদেৰে ভৰা ।
আনুগত্য - বাধ্য হৈ থকা অৱস্থা ।
জনহিকতৰ - জনসাধাৰণৰ বাবে মংগলজনক ।
স্বাবলম্বী - আপোনাক আপোনি প্ৰতিপাল কৰা ।
হস্ত শিল্প - কুটীৰ শিল্প 
হুৱা - দুৱা - বিপদ আদিত কৰা চিঞৰ বাখৰ ।
জনপ্ৰিয় - জনসাধাৰণে ভাল পোৱা ।
উচ্ছৃংখল - নিয়ম নমনা ।
সংকল্প - প্ৰতিজ্ঞা ।



৩) খানী ঠীাই পূৰ কৰা ।
উত্তৰ - স্বাধীনতা আন্দোলনত মহাৰ্মা গান্ধীয়ে অশেষ ত্যাগ স্বীকাৰ কৰিছিল ।
খ) জননী জন্মভূমিৰ প্ৰতি প্ৰতিজন মানুহৰ আনুগত্য থকা উচিত ।
গ) সদায় ভাল সংগৰ লগত বন্ধুত্ব কৰিব লাগে ।
ঘ) পৰোপকাৰ  গুণে মানুহক মহান কৰে ।
ঙ) সাধুতা  স্কাউট আৰু গাইডৰ মূল কথা ।


৪) ১০ টা গুণবাছক বিশেষ্য লিখা ।
উত্তৰ - লক্ষ্য  একতা  সংকল্প  পৰোপকাৰ  ত্যাগ দয়া  আনুগত্য  বন্ধুত্ব ভাল   বেয়া ।


৫) বিপৰীত শব্দ লিখা ।
উত্তৰ
ন্যায় - অন্যায় । 
সতচৰিত্ৰ - চৰিত্ৰহীনা , অসতচৰিত্ৰ ।
সাধু - অসাধু  ।
বিশ্বাস - অবিশ্বাস ।
হিত - অহিত ।


৬) তলৰ চিঠিখন পঢ়া আৰু প্ৰশ্নসমূহৰ উত্তৰ লিখা ।

ক) চিঠিখন মাজনীলৈ কোনে লিখিছে ?
উত্তৰ - দেউতাকে লিখিছে ।

খ) মুনু আৰু মাজনীৰ মাজত কি সম্বন্ধ ?
উত্তৰঃ  বাইক-ভাইক।

গ) চিঠিখন পঢ়ি মুনু ল ' ৰা নে ছোৱানী চিনাক্ত কৰা ?
উত্তৰঃ - মুনু ল'ৰা।

ঘ) চিঠিখনত কোনটো বিষয়ে সদায় অনুশীলন কৰা কথা কৈছে ?
উত্তৰ-গণিতৰ বিষয়ে।

ঙ) বানান লিখোতে কিহৰ সহায় ল'ব লাগে?
উত্তৰ-অভিধানৰ সহায় ল'ব লাগে।




-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------


Post Id: DABP000707