Poem Mood Image

....ধুনীয়া তুমি....

ধুনীয়া তুমি,,,,,,
পুৱালী কিৰণৰ,,,,,
এখনি তেজাল ছবি
তোমাৰ সৌন্দৰ্য্যয়ে,,,
চিকনাই মোৰ মন পদূলি
তোমাক ভালপাওঁ বাবেই
সিঁচি দিলো, এমুখ হেঁপাহ
বাঢ়ি অহা হেঁপাহেৰে
তোমাৰ কোমলতাক ,,,,,,
সজাওঁ দুহাতে
আলিঙ্গন কৰোঁ
সুবাস সুগন্ধিৰে,,,,,,,,,,
এমুখ মিঠা মিঠা,,
সপোনকে লৈ।

✍️Selina begum
🎉 191k views
সকলো পাঠকক আন্তৰিক ধন্যবাদ