চিন দেশত আৰম্ভ হৈছিল এই ভাইৰাছ বিধ। জন্তুৰ দেহৰ উৎপত্তি হৈছিল এই ভাইৰাছ বিধ আৰু এই ভাইৰাছ বিধ জন্তুৰ পৰা মানুহলৈ বিয়পি পৰে তাৰ পাছত এজন মানুহৰ পৰা আন এজন মানুহলৈ এটিয়া বিয়পি পৰিছে।
ইয়াৰ লক্ষণ সমূহ----
জ্বৰ, কাহ, মোৰৰ বিষ, দিঙি বিষ ইত্যাদি লক্ষণ বোৰে দেখা দিয়ে।
ইংৰাজী ২৪/০১/২০২০