Chapter 3
Class 10 English Lesson 3 The Ball poem - JOHN BERRYMAN
The Ball poem
1.Why does the poet say, “ I would not intrude on him” ? Why doesn’t he offer him money to buy a another ball ?
কবিয়ে কিয় কৈছিল যে তেখেতে ল’ৰাটোৰ মনোজগতত সোমাব বিচাৰি নাছিল ? তেখেতে তাক কিয় আন এটা বল কিনিবলৈ পইচা দিয়া নাছিল ?
Ans : The poet says I would not intrude on him because he doesn’t want to interfere in the natural process of learning . He wants the boy to learn the meaning of loss on his own .
He doesn’t offer him money to buy a another ball because that would be worthless . He wants the boy to learn the lesson of responsibility.
কবিয়ে ল’ৰাটোৰ মনোজগতত সোমাব বিচৰা নাছিল কিয়নো তেখেতে তাৰ প্ৰাকৃতিকভাৱে শিক্ষা লাভ কৰা প্ৰক্ৰিয়াটোত ব্যাঘাত জন্মাব বিচৰা নাছিল । তেখেতে ল'ৰাটোৱে বস্তুৰ অস্থায়ীত্বটো নিজেই অনুভৱ কৰাটো বিছাৰিছিল ।
তেখেতে তাক নতুন বল কিনিবলৈ পইচা দিয়া নাছিল কিয়নো ই অৰ্থহীন । ল’ৰাটোৱে নিজৰ দায়িত্ব বুজি পোৱাটো তেখেতে বিচাৰিছিল ।
2. ………” starting down / All his young days into the harbour Where / His ball went ……” Do you think the boy has had the ball for a long time ? Is it link to the memories of days when he played with it ?
……..” চাই আছিল / তাৰ শৈশৱৰ দিনবোৰ জানটোতে পৰিছিল / তাৰ বলটোৰ সৈতে ….” তুমি কি ভাবা ল’ৰাটোৰ ওচৰত বলটো বহুদিনৰ পৰাই আছিল নে ? বলটোৰ সৈতে ল’ৰাটোৰ শৈশৱৰ কিবা স্মৃতি জড়িত হৈ আছিল নে ?
Ans : Yes , the boy has had the ball for a long time . When it bounced into the water , all his memories of the days of childhood flashed in front of him . This lead to a realization that those moments would not come back just like the ball . He can have a new ball and can create new moments but those that are gone would not return.
হয় , ল’ৰাটোৰ ওচৰত বলটো বহুদিনৰ পৰাই আছিল । যেতিয়া বলটো পানীত পৰিছিলগৈ তাৰ শৈশৱৰ চকুৰ সন্মুখত ভাঁহি উঠিছিল । সি অনুভৱ কৰিছিল যে সেই দিনবোৰ পুনৰ ঘুৰি নাহে বলটো গুচি যোৱাৰ দৰে । সি নতুন বলৰ সৈতে নতুন স্মৃতি বনাব পাৰিব কিন্তু হেৰাই যোৱা পুৰণি স্মৃতিবোৰ কেতিয়াও ঘুৰাই পাব নোৱাৰে।
3. What does “in the world of possession” mean ?
“অধিকাৰৰ পৃথিৱীখন” মানে কি বুজাইছে ?
Ans : “In the world of possession” means that the world is full of materialistic things . The poet suggests that losing the ball , which is very small thing would make the boy understand what it is like to loss something that one possessed.
অধিকাৰৰ পৃথিৱী অৰ্থাৎ পৃথিৱীখন ভৌতিক বস্তুৰে ভৰপূৰ , কবিয়ে কৈছে যে বল হেৰুৱাৰ দৰে এটা সৰু ঘটনাই ল’ৰাটোক বুজাই তুলিব যে নিজৰ বস্তু হেৰুৱাৰ অনুভৱ কেনেকুৱা হব পাৰে।
Type Angamita Dutta
Post Id: DABP000913