Lesson- 4 (I)

   First Flight   


 
Thinking about the text: ( পাঠ টিৰ বিষয়ে ভাবা ) 

1. Why was the young seagull affraid to fly ? Do you think all young birds are affraid to make their first flight or are some birds mare timid than others ? Do you think a human body also finds it challenge to take its first step ? 
    ( সৰু চিগাল চৰাই টোৱে উৰিবলৈ কিয় ভয় কৰিছিল ? তুমি ভাবানে সকলো সৰু চৰাইয়ে  উৰিবলৈ ভয় কৰে নে কিছুমান প্ৰজাতিৰ চৰাই ভয়াতুৰ থাকে ? তুমি কি ভাবা যে কেঁচুৱা লৰা ছোৱালীও নিজৰ প্ৰথম খোজটি দিওঁতে ভয় কৰে নেকি? )

Ans: The young seagull was feared of falling and hurting himself, thus he was affraid to fly . He had lack of confidence on his wings that it would not support him while flying . 
      It is is natural to do something for the first time as it is full of challenge . All birds must be afraid to make their first flight . Similarly a human body is also afraid of taking the first step and find it challenging when he learns to crawl all stand  up without support.

    (সৰু ছিগাল চৰাইটো পৰি দুখ পোৱাৰ বাবে ভয় কৰিছিল , তাৰ নিজৰ পাখি দুখনিৰ ওপৰত বিশ্বাস নাছিল আৰু সি ভাবিছিল যে উৰিবৰ পৰত পাখি দুখনে তাক কোনো সঁহাৰি নিদিব । 
       স্বভাবগতভাবে প্ৰথমবাৰ কিবা এটা কাম কৰিব লওতে সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হয়, গতিকে সকলো চৰায়ে প্ৰথম উৰণৰ সময়ত ভয়ৰ সন্মুখীন হয় , ঠিক সেইদৰে শিশু এটাইও প্ৰথম খোজ বা বাগৰ সলাব ধৰোতে ভয়ৰ সন্মুখীন হয় । )


2. "The sight of the food madden him." what does this suggest? What compelled the young seagull to finally fly ? 

    (" খোৱা বস্তুৰ দৃশ্যবোৰ তাক বাৰুকৈয়ে মোহিত কৰিছিল, " এই কথাষাৰে কি বুজাইছে ? সৰু চিগা ল চৰাইটোক কিহে উৰিবলৈ বাধ্য কৰিছিল ? )

Ans: The young seagull who suffered from Hunger became so happy after seeing the food before his eyes, that his mother carried in her beak . His hunger overpowered his fear Of The great expans of sea beneath the cliff and compelled him to fly . 

    (সৰু ছিগালটোৱে ভোক কষ্টেৰে দিন পাৰ কৰিছিল আৰু মাক কঢ়িয়াই অনা খাদ্য বস্তুবোৰে তাৰ মনত আনন্দ দিছিল , তাৰ ভয়  নাইকিয়া কৰিছিল আৰু তাক উৰিবলৈ বাধ্য কৰাইছিল ।)
 

3. They were beckoning to him, calling shrilly. Why did the seagull's father and mother threaten him and cajole him to fly? 

    ("সিহঁতে তাক ইতিকিং কৰিছিল ভয়াতুৰ বুলি কৈ " ছিগালটোৰ মাক দেউতাকে তাক কিয় ভয় খোৱাইছি ল আৰু উৰিবৰ বাবে ফুচুলাইছিল? )

Ans: seagull's parents had tried everything but he was reluctant to fly due to to fear of falling down. He looked at his brothers and sisters but would not make any efforts. That is why the entire family had left him alone and threatened and cajoled him to come but every effort went in vein .

    (ছিগালৰ মাক দেউতাকে তাক উৰুৱাৰ চেষ্টা কৰি হাৰি গৈছিল কিয়নো সি পৰি যোৱাৰ ভয়ত উৰিব পৰা নাছিল । সি নিজৰ ককায়েক বায়েক হতক দেখিও উৰিবলৈ চেষ্টা কৰা নাছিল । সেইবাবে তাৰ পৰিয়ালে তাক এৰি যোৱাৰ ভয় দেখুৱাইছিল আৰু উৰিবৰ বাবে তোষামোদো কৰিছিল, কিন্তু সকলো প্ৰচেষ্টা বিফল হৈছিল । )

4. Have you ever had a similar experience where your parents encouraged you to do something that you were too scared to try ? Discuss this in pairs or groups . 

    (তোমাৰ জীৱনত এনেকুৱা অভিজ্ঞতা আছে নে যত তোমাৰ অভিভাৱকে তুমি ভয় কৰি থকা কামটো কৰিবলৈ উৎখাহ যোগাইছে ? নিজৰ দলৰ সৈতে আলোচনা কৰা । )

Ans: Yes I had a similar experience while learning to ride a bicycle in class 3 . At the very first step of learning , I fell down from the cycle every time and it creates a fear of cycling and later it became difficult to overcome it. No amount of provoking and cajoling could let me try it again, but my father encouraged me to overcome the fear and helped me  as he Was a a damant on my learning cycling . He took me on a mound near village and made  me sit and asked me to put my hands on the handle and feet on the paddle . If speed down and I I enjoyed it without fear which developed my confidence. Thus I overcame my fear of cycling and started riding a cycle after a few practice .

    (তৃতীয় শ্ৰেণীত পঢ়ি থকাৰ সময় তো মোৰ একে ধৰণৰ অভিজ্ঞতাই হৈছিল , প্ৰথম চাইকেল শিকা আৰম্ভ কৰোঁতে মই চাইকেল ৰ পৰা প্ৰতিবাৰে পৰি গৈছিলো এই কথাটোৱে মোৰ মনত ভয় ৰ সৃষ্টি কৰিছিল আৰু পাছলৈ এই ভয় ৰ ওপৰত জয় কৰাটো অসম্ভৱ হৈ পৰিছিল । ঘৰৰ সকলোৱে চাইকেল চলাবলৈ যি সাহস দিছিল , সেইবোৰে একো কাম দিয়া নাছিল । তথাপিও মোৰ দেউতা আকো গোজ আছিল যে মোক চাইকেল চলাবলৈ শিকাবৈ । তেওঁ মোক গাঁৱৰ লৈ গৈছিল আৰু চাইকেল চলাব শিকাইছিল । লাহে লাহে মই চাইকেল চলাই ভাল পোৱা হলো আৰু এইদৰে মোৰ ভয়টো নাইকীয়া হৈছিল ।)


5. In the case of a bird flying seems a natural act, and a foregone conclusion that it should succeed. In the example you have given in answer to the the previous question, was your success guaranteed or was it important for you to try, regardless of a possibility of failure ?

    (ছিগালৰ ক্ষেত্ৰত তাৰ ভয় নাইকিয়া হোৱাটো প্ৰাকৃতিক আছিল । আৰু তুমি আগবঢ়োৱা উদাহৰণৰ ভিত্তিত তোমাৰ জয় নিশ্চিত আছিল নে ? )

Ans: we face some problems in the initial stage while learning new skill. Due to the fear of failure we hesitate to perform a task or to do something new. In case of the seagul his parents cajoled him to fly. In the example I have given in the answer of previous question I was cajoled by my father to learn cycling. So at that stage, I want to learn cycling as it was very important for me to overcome my fear. Yes my success was guaranteed because if someone is determined to do something then success is assured. Moreover as said, practice makes a man perfect. 

    (আমি সকলোৱে প্ৰাথমিক পৰ্যায়ত কিবা এটা নতুন কাম শিকিব লওতে  সমস্যাৰ সন্মুখীন হও। কেতিয়াবা হাৰি যোৱাৰ ভয়ত নতুন কাম কৰিবলৈ ভয় কৰো। ছিগালটোৰ ক্ষেত্ৰত তাৰ অভিভাৱকে সি উৰিবৰ বাবে তাক তোষামোদ কৰিছিল । মোৰ ক্ষেত্ৰতো একেই হৈছিল যেতিয়া মই চাইকেল চলাব শিকিছিলো দেউতাই সাহস দিছিল। হয় মোৰ জয় নিশ্চিত আছিল কিয়নো মই দৃঢ়প্ৰতিজ্ঞ আছিল চাইকেল শিকিবলৈ । মানুহ যেতিয়া সফলতাৰ বাবে প্ৰতিজ্ঞা বদ্ধ হয় তেতিয়া কোনো বস্তু প্ৰতিবন্ধকতা হব নোৱাৰে ।)




Angamita Dutta
(M.A in English)


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------