পাঠ ৮
ত্ৰিকোণমিতিৰ পৰিচয়
Introduction to Trigonometry
Exercise 8.2
1. তলত দিয়া বিলাকৰ মান উলিওৱা 一
2. শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু তোমাৰ বাছনিৰ যথাৰ্থতা উল্লেখ কৰা।
3. (i) যদি tan (A + B) = √3 আৰু tan (A - B) = 1/√3; 0° < A + B ≤ 90°; A > B, তেন্তে A আৰু B উলিওৱা।
(ii) যদি sin (x + y) = 1, cos (x - y) = √3/2 আৰু x > y, 0° ≤ x + y ≤ 90° তেন্তে x আৰু y নিৰ্ণয় কৰা।
4. তলত দিয়াবিলাক সত্য নে অসত্য কোৱা। তোমাৰ উত্তৰৰ যুক্তি দাঙি ধৰা।
(i) sin (A + B) = sin A + sin B.
উত্তৰঃ অসত্য। কাৰণ, sin (A + B) = sin A cos B + sin B cos A
(ii) sin θ ৰ মান বাঢ়ি যায় যদি θ ৰ মান বাঢ়ে।
উত্তৰঃ সত্য।
(iii) cos θ ৰ মান বাঢ়ি যায় যদি θ ৰ মান বাঢ়ে।
উত্তৰঃ অসত্য।
(iv) θ ৰ সকলো মানৰ বাবে sin θ = cos θ
উত্তৰঃ অসত্য।
(v) A = 0° ৰ বাবে cot A সংজ্ঞাবদ্ধ নহয়।
উত্তৰঃ সত্য।
Post Id: DABP001084
6 Comments