Lesson 2 
পাঠ-২

 🐜The Ant and the Grasshopper🐜 

পৰুৱা আৰু ফৰিং



Let's read this story of two friends- the ant and the grasshopper:

দুই বন্ধু এই কাহিনীটো পঢ়ো আহা- পৰুৱা আৰু ফৰিং:


    Hop, the grasshopper, and Annie, the ant, are friends. Hop loves to hop around from grass to grass. He spends all his time summer singing and dancing. 

হপ হ'ল ফৰিং আৰু অ্যানি হ'ল পৰুৱা, সিঁহত বন্ধু আছিল। হপে ঘাঁহত জঁপিয়াই জঁপিয়াই ঘূৰি ফুৰি ভাল পায়। সি গ্রীষ্মকালত গীত গাই আৰু নৃত্য কৰি সময় পাৰ কৰে।

Sa.....Re.....Ga....Ma....!
La.....La...…La.....!!
What a nice weather!
La....La..... La...
সা…. ৰে….. গা….. মা….!
লা… লা…. লা….!!
ইমান ভাল বতৰ!
লা… লা… লা…

    But Annie loves to work hard all the time. She spends all her time in summer working and working.
কিন্তু অ্যানি গোতেই সময় কঠিন কাম কৰিয়ে ভাল পাই। তাই গ্রীষ্মকালত কাম কৰি সময় পাৰ কৰে।
    It is winter now. One morning Hop gets up late. He is looking for Annie.
এতিয়া শীতকাল পৰিল। এদিন ৰাতিপুৱা, হ’প দেৰিকে শুই উঠিল। সি অ্যানিক বিচাৰিল।

Hop sees Annie. She is busy in the store-house.
হ’পে অ্যানিক দেখিলে, তাই গুদামত ব্যস্ত আছিল।

Hello! Good morning, Annie.
হ্যালো! সুপ্রভাত, অ্যানি

Good morning, Hop.
What's the matter?
সুপ্রভাত, হ’প.
কি কথা আছে?


I'm very hungry.
Will you please
give me some food?
মোৰ খুব ভোক লাগিছে।
অনুগ্রহ কৰি অলপ খাদ্য দিয়াচোন।

I have a good store of 
food. Didn't you store 
some food for winter?
মোৰ তাত ভালেমান খাদ্য জমা আছে। 
তুমি খাদ্য জমা কৰা নাই, শীতকালৰ বাৱে?

No, I didn't. I spent 
my days singing 
and dancing.
নাই, মই জমা কৰা নাই। 
মই দিনবোৰ গান গাই আৰু নাচি সময় 
পাৰ কৰি দিও।

Very bad, Hop. Should think about
Our future. We should save some food for 
Winter. Anyway, I'll give you some food
This time. But only this time.
খুব বেয়া, হ’প। তুমি আমাৰ ভৱিষ্যৎৰ 
বাৱে চিন্তা কৰিব লাগে।আমি অলপ
 খাদ্য শীতকালৰ বাৱে জমা কৰিব লাগে।

Thank you very Much,
Annie, I've learnt a lesson.
From now on I'll work hard.
I'll also save food like you.
ধন্যবাদ, অ্যানি, মই শিক্ষা পালো।
আজিৰ পৰা মই কষ্ট কৰি তুমাৰ 
নিচিনাকে খাদ্য জমা কৰিম।


ACTIVITIES ক্ৰিয়াকলাপ

1. Read and write: পঢ়া আৰু লিখা:

    Annie wants to write a letter to

    এনিয়ে এখন চিঠি লিখিব বিচাৰে

    Hop. Let's help Annie to complete the letter: 

    আহা অ্যানিক চিঠিখন সৰ্ম্পূণ কৰাত সহায় কৰো:

Fill in the missing words in the letter:

চিঠি খনত থকা খালী ঠাইবোৰ পূর্ণ কৰা:

My dear Hop,
Hope you are fine. What are you doing these Days? Are you working hard? Or are you spending all your time, singing and dancing? Do you remember what I said? I advised you to store food for the winter. Now I am very busy with my work. Soon it will be the winter season. I will meet you soon.
Lots of love,
Annie
মৰমৰ হ’প,
আশা কৰো, তুমি ভালে আছা। তুমি এই দিনবোৰত কি কৰি আছা? কাম কৰি আছানে? নাইবা গান গাই আৰু নাচি সময় পাৰ কৰি আছা? মনত আছেনে মই কি ব্যক্ত কৰিছিলো তুমাক? মই তোমাক উপদৃষ্ট দিছিলো যে শীতকালৰ বাৱে খাদ্য জমা কৰিবলৈ। এতিয়া মই কামত বহুত ব্যস্ত আছো। শীতকাল আহি আছে। মই সোনকালে তোমাক লগ কৰি আছো।
অ্যানি


2. The bees store honey in a honeycomb. Ants store food for winter. Here some places where we keep money. Read them aloud:
মৌ-মাখিয়ে মৌ মৌচাকত জমা কৰে।পৰুৱাই খাদ্য শীতকালৰ বাৱে জমা কৰে।ইয়াত কিছুমান ঠাই আছে য’ত আমি ধন জমা কৰো। সেইবোৰ ডাঙৰকৈ পঢ়া:

 
3. Let’s read
পঢ়ো আহা:
This is how Annie’s letter goes to Hop. Follow the arrow marks and read.
আমি ইয়াত দেখিব পাম যে কেনেকৈ অ্যানিৰ চিঠিখন গ’ল হ’পৰলৈ। ধনু কাড় ডালৰ সহায়লৈ পঢ়ি যোৱা।

Annie puts the letter in an envelope. She seals it and pastes a postal stamp on it. She also writes the address on it.
অ্যানি চিথিখন এখন লেফাফাত সোমালে। তাৰপিছত তাই আঠা লগাই ডাক ষ্টাম্প এটা লগাই দিলে। তাই তাত ঠিকনা লিখিলে।

Annie drops the letter in a post box.
অ্যানি চিঠিখন ডাক বাকচত সোমালে।

A postman collects the letter from the post box. He takes it to the post office.
ডাকোৱালে চিঠিখন ডাক বাকচৰ পৰা গ্রহন কৰে। তেঁও চিঠিখন ডাকঘৰত লৈ যায়।

The post office sends the letter to Hop’s place.
ডাকঘৰৰ পৰা চিঠিখন হ’পৰ ঠাইলৈ পঠিয়াই দিয়ে।

A postman delivers the letter to Hop.
ডকোৱালে চিঠিখন হ’পক দিয়ে গৈ।

4. Here is a song that you can play a game with. Your teacher will show you how to play it. Sing and enjoy the game. 
ইয়াত এটা গান দিয়া আছে যিটোক লৈ খেল খেলিবো পৰা। তোমাৰ শিক্ষকে দেখাব কেনেকৈ খেলিবো লাগে। গীত গাই আনন্দ উপভোগ কৰা।

I wrote a letter to my mother,
On the way I dropped it,
A postman came and picked it up
And put it in his pocket.
মই চিঠি লেখিলো মা’ৰ লৈ,
বাটত থৈ আহিলো,
ডকোৱাল আহিলে আৰু লৈ গ’ল
আৰু জেপত ৰাখিলে।


5. Anjan is a good boy. He likes to do all his work on time.
Read what Anjan does during the day:
অঞ্জন এটা ভাল লৰা। সি কামবোৰ সময়ত কৰি ভাল পায়।
পঢ়া অঞ্জনে দিনটো কি কৰে:


Now, write what Anjan does every day.
এতিয়া লিখা অনজানে সদায় কি কৰে।
At 6 a.m I, wake up . ৬ টাত মই, সাৰ পাও।
At 7 a.m. I, eat breakfast. ৭ টাত মই ,ৰাতিপুৱা আহাৰ কৰো।
At 4 p.m. I, play with my friends. ৪ টাত মই, বন্ধু লগত খেলিব যাও।
At 9 p.m. I, go to bed. ৯ টাত মই, শুৱ যাও।

Sit in pairs and ask your partner what he/she does every day. You and your partner can use these words to begin each sentence:

First I, ………………………………………..
Next I,………………………………………..
Then I,……………………………………….
After that I,…………………………………….

      (Activity based question) ক্রিয়াকলাপ প্রশ্ন


6. Read the announcements on the school noticeboard:

বিদ্যালয়ৰ সূচনা ফলকত থকা ঘোষণা কেইটা পঢ়া:

Answer: The students of Class III and Class IV will visit a flood relief camp next Sunday. Please bring old clothes and old books. Contact the class captain for bus timing.

শ্রেণী তিনি আৰু চাৰি ছাত্র-ছাত্রী সকল অহা দেওবাৰে বানৰ সাহায্য পৰিদর্শন কৰিব যাব। অনুগ্রহ কৰি সকলোৱে পুৰণি পোচাক বা কিতাপ লৈ আনিবা। বাছৰ   সময় জানিবলৈ শ্রেণী অধিনায়কক যোগাযোগ কৰিব।

B. Come One Come All!
Here’s an announcement for you. Our school is starting ‘Sanchayika’ – a small savings scheme. Don’t miss this golden opportunity. Save your pocket money. It will grow tomorrow.
অহা এটা অহা সকলো!
ইয়াত এটা ঘোষণা আছে। আমাৰ বিদ্যালয় আৰম্ভ কৰিছে সৰু ছেভিংছ আঁচনি নাম 'সানছায়িকা'। এই সুযোগ নেহেৰাৱ। জমা কৰক জেপ খৰচ। কালিলৈ সেইখিনি বাঢ়ি যাব।

Now, answer the following in one word:
এটিয়া, এটা শব্দত উত্তৰ দিয়া:

i) Day of visit to the relief camp Sunday. পৰিদর্শন কৰা সাহায্য শিবিৰ দিনটো দেওবাৰ।

ii) The name of the small savings scheme Sanchayika. সৰু ছেভিংছ আঁচনিটোৰ নাম সানছায়িকা।


7. Listen to your teacher's instructions and draw: 
শিক্ষকে দিয়া পদ্ধতিবোৰ শুনা আৰু চিত্র বনোৱা:

First open your notebook and find a blank page.
পথমে টোকাবহীখন খোলা আৰু উকা পাত এখন বিচাৰি উলিয়া।
Then take your pencil. 
তাৰ পাছত পেন্সিল লোৱা।
Now draw a house on the blank page. 
এতিয়া ঘৰ এটা অংকন কৰা।
Then draw a tree to the left of the house.
 তাৰ পাছত গছ এডাল ঘৰটোৰ বাঁওফালে অংকন কৰা।
After that draw a bucket to the right of the house. 
তাৰ পাছত বাল্টি এটা ঘৰটোৰ সোঁফালে অংকন কৰা।
Also draw a bird on the roof of the house.
আৰু এটা চৰাই ঘৰৰ চালত অংকন কৰা।
Finally, colour the picture. 
অৱশেষত, চিত্রটো ৰং কৰা।


8. Read the words on the block. Some of them are in full forms, others in contracted forms. Circle the words in contracted forms:
ব্লকত থকা শব্দবোৰ পঢ়া। কিছুমান সম্পূর্ণ ৰূপত দিয়া আছে আৰু অন্যবোৰ চুটি ধৰণত দিয়া আছে। চুটি ধৰণত থকা শব্দবোৰ চক্র কৰি দিয়া:


Now, write the contracted forms of the underlined words:
এতিয়া শব্দ তলত আঁচ থকা চুটি ধৰণ লিখা:
i) Today I am going to the market.
আজি মই বজাৰলৈ গৈছিলো। 
ii) I will buy a cricket bat. 
মই ব্যাট এখন কিনিম।
iii) I cannot play with my old bat because it is broken.
মই মোৰ পুৰণি ব্যাটখনৰ লগত নেখেলো যিহেতু সেইখন ভগা।
iv) My sister does not like to play cricket. 
মোৰ ভগ্নী ক্রিকেট খেলি বেয়া পাই।
v) So she will not come with me.
সেই কাৰণে তাই মোৰ লগত নাহে।

Answer
i) Today I’m going to the market. আজি মই বজাৰলৈ গৈছিলো। 
ii) I’ll buy a cricket bat. মই ব্যাট এখন কিনিম।
iii) I can’t play with my old bat because it is broken. মই মোৰ পুৰণি ব্যাটখনৰ লগত নেখেলো যিহেতু সেইখন ভগা।
iv) My sister doesn’t like to play cricket. মোৰ ভগ্নী ক্রিকেট খেলি বেয়া পাই।
v) So she won’t come with me. সেই কাৰণে তাই মোৰ লগত নাহে।


9. Read the sentence: বাক্যটো পঢ়া:
The grasshopper was singing and dancing. Therefore, he could not store food.
ফৰিংটোৱে গান গাইছিল আৰু নাচিছিল। সেই কাৰণে সি খাদ্য জমা কৰা নাছিল।

Now, join the two matching from each of the sentences given below. Write them together, beginning the second sentence with ‘Therefore’.

তলত থকা মিলি যোৱা বাক্যবোৰ জোৰা লগাই লিখা আৰু দ্ৱিতীয় বাক্যটোৰ আগত ‘সেই কাৰণ’ লগাই আৰম্ভ কৰিবা।

Answer
It is summer. Therefore, we must store food for winter.
গ্রীষ্মকাল হয়। সেই কাৰণে, আমি শীতকালৰ বাৱে খাদ্য জমা কৰিব লাগে।

Annie was busy. Therefore, Hop did not meet her.
অ্যানি ব্যস্ত আছিল। সেই কাৰণে হ’পে লগ ধৰিব নোৱাৰিলে।

Annie and Hop are friends. Therefore, Annie helped Hop.

অ্যানি আৰু হ’প বন্ধু আছিল। সেই কাৰণে, অ্যানিয়ে হ’পক সহায় কৰিছিল।


10. Do you know that ants are always busy and hard working?
 জানানে পৰুৱাবোৰ সদায় ব্যস্ত আৰু পৰিশ্ৰমী হয়?

  They work together and move in a line.
 সিঁহতে একেলগে কাম কৰে আৰু লাইনত ‍যায়।

Choose words from the box and complete the sentences below:
তলত থকা বাকচৰ পৰা শব্দলৈ, খালী ঠাই পূর্ণ কৰা। 

Busy (ব্যস্ত)   tiny (অতি ক্ষুদ্র)   hard-working (পৰিশ্রমী)    together (একেলগে)    line (লানি)
(a) The ant is a tiny insect, smaller than a bee.
পৰুৱা এটা অতি ক্ষুদ্র পতংগ, মৌ-মাখিতকৈ সৰু।

(b) Ants are always hard-working. They hardly take a rest.
পৰুৱাবোৰ পৰিশ্রমী হয়। বহুত কম বিশ্রাম লয়।

(c) They are very busy insects. They are not lazy.
সিঁহত বহুত ব্যস্ত পতংগ হয়। সিঁহত এলেহুৱা নহয়।

(d) Ants always move in a line just like soldiers.
পৰুৱাবোৰ সদায় লাইনত ঘূৰে, সৈন্য নিচিনাকৈ।

(e) Ants like to work together. They do not usually work alone.
পৰুৱাবোৰে একেলগে কাম কৰি ভাল পাই। সিঁহতে অকলশৰীয়াকৈ কাম নকৰে।







Last Update By Dipawali Bora (07.05.2022)

Post Id: DABP001093