Chapter 2
My Native Land 
মোৰ জন্মভূমি


He asked me, the old man by the street
Blind, lonely and poorer than me
"Tell me what my land is like." 
তেওঁ মোক সুধিছিল, ৰাস্তাত থিয় হৈ থকা বয়সস্থ,
অন্ধ, অকলশৰীয়া আৰু মোতকৈ দূখীয়া মানুহজনে
"কোৱাচোন মোৰ ঠাইখন কেনেকুৱা?"

"Breathe, Kaka, "I said, "breath deep!"
The warm air that reminds you of your childhood friends
Is what your land is like.
মই তেওঁক কৈছিলো যে ককা তুমি দীঘলীয়াকৈ উশাহ লোৱাচোন
চাবা ইয়াৰ উষ্ণ বতাহে তোমাক তোমাৰ শৈশৱৰ বন্ধো বান্ধৱীবোৰৰ
কথা সুঁৱাৰাই দিব, এইখনেই হৈছে তোমাৰ ঠাই।

The cool breeze on tour face this morn 
After last nights endless thunder and rain
Is the peaceful breath of your land
যোৱানিশা ধুমুহা আৰু বৰষুণ জাকৰ পাছত
আপোনাৰ চৌপাশে বলি থকা শান্তিপূৰ্ণ বতাহজাকেই হ'ল
আপোনাৰ ঠাইখিনিৰ পৰিচয়।

The contented gurgling of that little baby
Tied to her mother's study back
Is the soil of which land is made.
কলকলাই থকা কেঁচুৱাটোৱে পিছফালে মাকৰ কোলাত থাকি
যি নিৰাপত্তা লাভ কৰিছে সেই একেই ধৰণৰ
নিৰাপত্তা তোমাৰ ঠাইডোখৰৰ মাটিতো পাবা।

The chorus of the cuckoo and sparrows
As they play around the treetops near
Is what shapes your native land.
গছৰ ডালত শুনিবলৈ পোৱা কুলি, ঘড়চিড়িকা
আদি চৰাইবোৰে তোমাৰ ঠাইডোখৰক বৰ্ণনা কৰে। 

The distant roll of the bihu dhol
The pepa and gogona my neighbours play
The heady aroma of the pitha and laroo
The chant of the evening prayer
In the namghor, masjid , church
These make the soul of your beloved land"
 
মাৰ চুবুৰীৰ পৰা ভাহি ঢোল, পেঁপা আৰু গগণাৰ
গুমগুমনি শব্দ, লাৰু পিঠাৰ সুস্নাদু গোন্ধ,
'সন্ধিয়া নামঘৰ, মছজিদ, গীৰ্জাৰ পৰা ভাঁহি 
অহা প্ৰৰ্থনা, আজানৰ ধ্বনিয়ে হৈছে তোমাৰ ঠাইখনৰ আত্মা।


-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------





Post Id: DABP001125